পৃষ্ঠা:হেমকোষ.pdf/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টাটিনি টালিবাজি টানিটুনি, ক্ৰি. বি. ( অং. টানি, আঁজুৰি +টুনি, অনুৰূ.) আঁজুৰি পিঁজুৰি; যেনে, টানিটুনি অনা; কষ্টেৰে, কোনো প্ৰকাৰে; যেনে, টানিটুনি পাঁচ টাকা fra fett, pulling and dragging with difficulty, টানিমানি, ক্ৰি. বি. ( অং, টানি, বল দি+ মানি, অনুক) মূৰে মূৰে, কোনো প্ৰকাৰে; যেনে, এই ধনে টানি মানি পোন্ধৰ দিনলৈ জুৰিব, with difficulty, , somelow. টামে, ক্ৰি. বি. টান হৈ, টান অৱস্থাত; যেনে, খজা কঁঠাল পাকলেও টানে থাকে, in a hard state. টানোতা, বৃদ. স. { টান, আজোৰ } আজো- il man who pulls. (H) টানতী। টাপিটু, স. শ. অনুৰূপীয়াকৈ কৰা কাম; অলপ ব্যয় কৰি নাম মাত্ৰ কৰা কাম; যেনে, কৃপণ মানুহে সকলো কামকে টাপি 04 FC9, cluing a thing ult a small scale. টাৰ, স. শ. ( হিং. টাপ, ঘোঁৰাৰ আগ- ভৰিৰ আঘাত) নফটা খুড়া; যেনে, ঘোৰাৰ টাব, গাধৰ টাব; ঘোঁৰাৰ খুৰাৰ

  • 76, an divided hoof, thu foot-

print of a horse টাবু, স. শ. { স. ম্ভ, খুটা} মাটিৰ সীমাৰ চিন ৰাখিবৰ নিমিত্তে ৰজাৰ আজ্ঞাৰে পোভা খুঁটা, in post or yillar erected as a borindary mark, by orders of Government. টাবুৰি-বুৰি, স, শ, ফাকটি, প্ৰাণ, deceit, talselkocxt. (মৌখিক)। টাবচিলিঙ্গি, স. শ. গুৰুৰ আজ্ঞাৰে আলগ কৰা মানুহৰ ঘৰৰ আগত পো খুঁটা, a post crected as a sign of excom- munication. টামনি-টুমনি, বি.বৰ ডাঙ্গৰ-দীঘল নোহোৱা অথচ সমজোখৰ, small and well proportioned. 25 টাটিঙ্গালী, বি. চতুৰ, বুধিয়ক, smart, intelligent. টায়া, বি. (অ. টাই, বৰ কথা) বৰকীয়া; যেনে, টায়া মানুহ; আপোনাক ডাঙ্গ বুজোৱা; যেনে, টায়া কথা. lboastful. টা, স. শ. বলয়া, হাতৰ ঠাৰিত পিন্থা অলঙ্কাৰবিশেষ, a kind of nanment. টাৰি, স. শ. তেলৰ পাত, কুপা, তেলৰ চুঙ্গা বা মাটিৰ পাত্ৰ; ঘঁৰিয়ালৰ ঘঁটু, an o}} vessel, the prominence on the snout of a crocodile. টাৰীয়া, স, শ, ঘট পকা, ঘঁৰিয়াল, a. e- podlile with a large prominence on the shout. টাৰু, পাগ মাৰি, a stick usert is stirring anything while cooking. টাৰবাৰ, স. শ. কোনো কথা বুজাবৰ টাৰাৰ, নিমিত্তে কৰ হাতৰ সঞ্চালন, হাত লৰাই কৰা নিষেধ, significant motions of the hand, forbieding by a motion of the land. টাল, স. বা. (হি. টানা, লৰচৰ কৰ; আ- ঘাত নিবাৰণ কৰ জোকাৰি লৰা; আঘাত কবি বল বুজ বা পৰীক্ষা কৰ; যেনে, “দৈত্যে বেলে বলক টালিলোঁ আৰ। কৈক যাইবি নৰসিংহ কৰিৰো বুন্দামাৰ।” stato fata pe to shake, to examine the strength or firmness of a thing by striking it, to ward off a blow. টালিটোপোলা, স. শ. { অং. টালি, অনুক, + টোপোলা, একে লগে বন্ধ। বস্তু) বন্ধ আৰু মুকলি বস্তু, টোপোলাটাপলি, বস্তু- বাৰি; যেনে, আলহী টালিটোপোল। লৈ ওলাই গল, laag and baggage. টালিবাজি, স. শ. (হিং, টালনা, সচৰ টালৈবাজি, ক+সং. ব্যাজ, প্ৰবঞ্চনা) প্ৰতৰা, ফাকি; টাগবটাল, টাংবাৎ, মিছাকৈ আজি দিম কালি দিম বুলি বিলম্ব কৰা; যেনে, কাম কৰিবলৈ গাত লৈ টালিবাজি কৰা অনুচিত, deceit, ob-