পৃষ্ঠা:হেমকোষ.pdf/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টান পা। টাকুৰী Wy8 টাকুৰী, স. শ. {সং. কুটী, হিং. টকুৱা, iutent to injure. স.শ, ভেলেকী বিদ্যা বং. টাকুৰ, সূতা পকোৱা যতন) পাট জনা মানুহ, বাজীকৰ; যেনে, টাটকীয়া সূতা আৰু ৰিহা-শণ আদিৰ আঁহ পাবৰ the, a juggler, a back biter. (*) নিমিত্তে এডাল মাৰিৰ মূৰত এড়োখ টাটকিনী বা টাটকী। ঘূৰণীয়া কাঠ লগাই কৰা যতন, গুণ টাটক-নাটক, স. শ. (অং, টাটক, ঐ+ মেৰাই থোৱা কাঠ ডোখৰ, a kind of নাটক, অনুব্ধ, ভেলেকী বিদ্যা; অগনীয়া reel, a spool or a hollow cylinder of কথা, ছলনা, jugglery, backbiting, wood with a ridge at each end deception. to wind gold or silver thread, টাটৰি, স. শ. গত কৰপা মৰা মলি, গাত &c., upon, ডাঠ হৈ বন্ধ যোৱা মলি, dirt accumulat- টাগবটাল, বি. (হিং, টালমটাল, মিছা ed on the skin. কথাকৈ বিলম্ব কৰা) টাংটালী, মিছা টাটী, স. শ. (হিং. টাটী, বেৰ) বাৰী বা কথা কৈ বিলম্ব কৰা; মিছলীয়, po- খেতিৰ চাৰিও ফালে দিয়া বাহবা খাগৰিৰ crastinating. স. শ. মিছা কথা কৈ 645 d, a thick fence of reeds or বিলম্ব কৰা কাৰ্য্য, টাংবা; যেনে, split bamboo. মিছাকৈ আজি দিম কালি দিম বুলি কাল টান, স. বা. (সং, ত, বহলা, হিং, টাননা, নিয়াকে টাগবটাল কৰা বোলে, the act বং, টনিন, আকৰ্ষণ কৰ) বল দি দীঘল of putting off by means of false বা বহল কৰ; আঁজোৰ, আকৰ্ষণ কৰ, pretences. to pull, to draw, to attract. . N. টাঙ্গন, স. শ. (বং ঠেঙ্গান, মৰিয়া ) বৰ্তমান থাক, নষ্ট নোহোৱাকৈ থাক্; টাজোন, টোকোন, ভাঙ্গৰ মাৰি, a thick যেনে, এই কাপোৰে এমাহ টানিব; stick, a cudgel. জীয়াই থাক; যেনে, সি সদায় নৰিয়া, টাঙ্গনি, স. শ. (অং. টাঙ্গন, ভাঙ্গৰ মাৰি ) সৰহ কাল নেটানে, to last, to endure, কুঁহিয়াৰৰ এক খণ্ড; মানুহ, মাটিৰ লেখ to remain alive. বুজৰ সুচল কৰিবৰ কাৰণে ৰজাই কৰা টা মাৰ, আঁজোৰ মাৰ, to give a short দেশৰ এক ভাগ; যেনে, মিছামৰ quick pull. Syafa, a picce, ss of sugarcane, টা, বি. কঠিন; যেনে, টান কাঠ; উক্ত a division of a district. নোহোৱা; যেনে, টান শ্লোক, টান কাম; টাঙ্গনি-জাল, স. শ. এবিধ মাছ মৰা জাল, প্ৰবল; যেনে, টান নৰিয়া, টান পানী; a fishing net. লোলা নোহোৱা; যেনে, টান বান্ধ; টাঙ্গী, স, শ. (সং. টঙ্ক, শিল কটা বটালি } নিমৰমিয়াল; যেনে, টান মন, hard, শিলা-কুটীৰ বটালি, a stone chisel. difficult, strong, severe, tiglit, টাটক, স, শ. (হিং. টাটক, ভেলেকী-বিদ্যা) ersiol. স. শ. কষ্ট; অভাৱ; যেনে, ভেলেকী, মোহোৱাক হোৱা দেখোৱ টানত পৰিলে বুদ্ধি হেয়, distress, Fanti, jugglery, deceit. 40664 trouble, want. মিছাকৈ লোকৰ আগত লগোৱা কথা, টান মাৰ গোটু বাঞ্ছ, টান হ, to harden, backbiting. to congeal. টাটকীয়া, বি. ভেলেকী বিদ্যা না, মায়া টান ধৰ, আট খাই পাগ, to stick tightly. কৰা, প্ৰতাৰণা কৰা; টুটকীয়া, versexl টান পা, আঘাত বা টান বস্তু লাগি দুধ পা, to in the art of jngglery, deceitful, have a pain from a blow or by com- speaking ill of one absent with ing in contact with a hard body.