পৃষ্ঠা:হেমকোষ.pdf/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টহটহনি। টাকলী। masures টহুটহনি, স. শ. (অং. “টহটহা” চোৱা) টাঙ্গোনৰ মূৰেৰে খুন্দিয়ালে হোৱাৰ নিচিনা বেদন (ঘাইকৈ কঁকালৰ জোৰাৰ বেদনা খাটে }, a painful sensation, especial- ly in the toivs like that produc- ed hy blows with the end of a club, &c. উহুটহা, অ, ধ. (অং. টাহ, হেঁচি বা খুলি সুমা কোনো ভোলা বন্ধুৰ মূৰেৰে খুন্দা মৰাৰ নিচিনা বেদনা বোধ কৰ { ঘাইকৈ কঁকালৰ জোৰাত খাটে ); যেনে, কঁকাল- টো টহটহাইছে; অপ্ৰিয় কথাৰ দ্বাৰা দুখ পা (কাণত খাটে); যেনে, ধৰ্ম্মৰ কথা। শুনিলে পাপীৰ কাণ টহটহায়, to feel a mmin especially in the loins like that produced by blows with the nl of a clib, &c., to he hurt by a disagreeable specch. টাই, স, শ, আপোনাক ডাঙ্গৰ কৰি কোৱা feri, 77 701, a hrag, a boast, টাং-গুটি, স, শ. আ. টং, আঘাত কৰোতে হোৱা শব্দ+গুটি, ঘূৰণীয়া বস্তু) টাঙ্গো- নেৰে মাৰ মাৰি এফালৰ পৰা আন ফাললৈ চলাই ধেমালি কৰা কাঠৰ গুটি; সেই গুটিৰে কৰা খেলা, a woolen ball driven to and fro by striking it with a stick, a game played with it. টাটালী, বি, { হিং, টালমটাল, দিম দিম বুলি নিদিয়া) প্ৰতিজ্ঞা নৰখা, কমি কৰিম বুলি নকৰা; এতেকে মিছলীয়া বঞ্চক; যেনে, টাংটালী মানুহ; মিছা; যেনে, টাটালী কথা, proerestinating, lying false. . টাংটিং, অনুক, হাতুৰীৰে ধাতু কোবাওঁতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express the ring of an anvil. . টাংবাৎ, স. শ. (হিং, টালমটাল, দিম দিম বুলি নিদিয়া) মিছা কথাকৈ কোনো কৰ্ম বিলম্ব কৰা কাৰ্য, the art of putting off by means of false pretences. টাবাং কৰ, মিছা কথা কৈ বিলম্ব কৰু, to put off by means of false pre- tences. টাইটুই. স. শ. (অ. টোৱাই, মাৰিবৰ নিমিত্তে এটাই আনটোলৈ অস্ত্ৰ পোননাৱা কাৰ্য) মাৰিবৰ ভয় দেখাই অস্ত্ৰ জোকৰা কাৰ্য্য; যেনে, কাটিম বুলি দা টাইটুই কৰিছিল; আছাৰি টাইটুই কৰি সৰাক ভয় দেখায়; এতেকে নমকৈ কোনো কথা বুজাৰৰ নিমিত্তে কৰ হাতৰ আঙ্গি- ভঙ্গি; যেনে, মুখেৰে মাতিব নোৱাৰিলে হাতখান টাইই কৰিলে মাথোন, the aet of brandishing a weapon in a threatening manner. ঠাৰ, স. শ. {সং. দণ্ড, অং. উৰ, দীঘল মাৰি) মাটি জোখা মাৰি, a mes- suring rod. টাৰী, স. শ. টাৰেৰে মাটি জোখো, (m who land with the ahove. টাক, স. বা. (অং. ঢাক, আচ্ছাদন ক} গ ঢাক, গৰা তল নিয়া; যেনে, পানীয়ে গৰা টাকিছে বা টাকি গৈছে, to over- flow, as the bank. “*7," coton প্ৰাণ টাকি, প্ৰাণক মৰম নকৰাকৈ পৰিশ্ৰম কৰি, তাভিশয়ৰূপে পৰিশ্ৰম কৰি; যেনে, আফলাত নাও পৰিলত নাৱৰীয়াই প্ৰাণ টাকি বঠা মাৰিলে; বাঘ দেখি প্ৰাণ টাকি লৰ মাৰিলে, labouring to one's utmost. টাক, স, ধা. সং. টক্ বাক্; হিং, কনা, অলপকৈ সি) ঢিলাকৈ গাঁঠি দি বন্ধ; আঁতৰা আঁতৰিকৈ বেৰ্জী মাৰি ঢিলাকৈ fil, to tie loosely, টাকনী, স. শ. (অং. টাক, ঐ) নাৰৰ ছৈক বন্ধা বান্ধু; সেই বাদ্ধ দিয়া জৰী; এবিধ rapya pya, the binding of a bont- cover, the string with which it is fastened, a kind of embroidery. টাকলী, বি. (অং. টকল শব্দৰ স্ত্ৰীলিঙ্গ) মূৰ চুলি নথকা, bald-headed (Fem.).