পৃষ্ঠা:হেমকোষ.pdf/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টপটলৌ } সম্পৰ্ক নথকা বিষয়ত মাতি উঠা; যেনে, টপটীয়া মানুহে লাজ পায়, prattling টপটলৌ, বি. কথা কবলৈ লাজ নকৰা, সকলোৰে আগত ভালকৈ কথা কব পৰা ( লৰাত খাটে}; যেনে, টপটলৌ লৰাই সোন কালে শিকিব পাবে, speaking freely, not shy (said of a child). টঙ, অনুক, কোনো গোটা বস্তু পানীত পৰিলে হোৱাৰ নিচিনা শব্দ, an imita- tive sound used to express that produced by the fall of a solid thing into water. . টল, স, ধj- মনে মনে গুমি চা; যেনে, টল, কথাটো টলিছো; বুজ, কৰাৰ ভাবৰ ভিতৰলৈ প্ৰবেশ কৰ; যেনে, তেতিয়া এই কথা টলিব নোৱাৰিলো, to consider in silenet, to reflect upon, to perecive, to understand. ট, অ, ধা. {সং. টল, মন অস্থিৰ হ; বং টল, লৰ) লৰ, লৰচৰ কৰ; এতেকে কোনো বিষয়লৈ আগ বাঢ় (মনত খাটে); যেনে, অমুক বিদেশলৈ যাবলৈ মন tfarcs, to be shaken, to be moved. টলকতে, ক্ৰি. বি. (অং. তিলেক) অতি অলপ কালতে; যেনে, টলকতে আহিম, in a moment. টলভল, স. শ. {ব. টল, লৰ+ অলং, টলভটং, অনুৰূ} নাৱৰ জোৰ, নও লৰচৰ হোৰ কাৰ্য; সৰু নাৱে উলংভল P54, reeling of a boat. উলকা, স. শ. ( অং, টল, মনে মনে গমি চা} নিজম দিয়া কাৰ্য্য, কথা নোকোৰা- কৈ বা কোনো শব্দ নকৰাকৈ থকা কাৰ্য, (সদায় “মা” ধাতুৰ আগত থাকে}; যেনে, সৰাই হাই কৰিছিল, ডাবি দিলত টলকা wraca, the act of being or remain- ing silent or quiet. টলা, স. বা. (অ. টল, লৰ লৰা, অস্থিৰ কৰ, সঞ্চালিত কৰ, to shake, to move, কুদ, স. টলাওঁ, (স্ত্ৰী) উলাতী। টলৌ টলৌ কৰে, ক্ৰি. বি. (ব, টল, লৰচৰ কৰ এঠাইৰ পৰা আন ঠাইলৈ গৈ, একে ঠাইতে স্থিৰে নেথাকি (খোঙ্গ কাঢ়ি ফুৰাত খাটে); যেনে, দিনটো টলে টলৌ কৰে ফুৰি থাকে, walking from place to place. টলটল, অনুক, গুটিৰ নিচিনা গোটা বস্তু পৰোতে হোৱা শব্দৰ নিচিনা ধ্বনি, an imitative sound used to express that produced by the successive fall of small round things. . টলটল কৰে, ক্ৰি. বি. টলটল শব্দ কৰি, এটাৰ পাচত আনটো হৈ; যেনে, বগৰী- বোৰ টলটল কৰে সৰিল, making a short quick sound. টলটলনি, স. শ. { অং. টলটলা, গুটি আদি পৰাৰ নিচিনা শব্দ ক) কিছু মান গুটিৰ নিচিনা গোটা বস্তু বা বৰষুণৰ উৰ টোপ ক্ৰমে পৰোতে হোৱা শব্দ; যেনে, বৰষুণৰ টলটলনি শুন, the sound produced by the successive fall of small round things or drops of rain. টলটলা, অ. . (অ. টলটল, অনুকাৰ শব্দ) গুটিৰ নিচিনা বস্তু বা বৰষুণৰ টোপ। পৰাৰ দৰে শব্দ কৰ; যেনে, বগৰীয়ে টলটলাইছে, to make short quick sounds. টবল, স. শ. (বং. টল, লৰচৰ ক + বল, অনুব্ধ, ) লৰচৰ, কঁপ, অস্থিৰতা; অস্থিৰ দীপ্তি, জলমল, unsteadliness, trembling; sparkle. টবলনি, স. শ. { অং. টবলা, লৰচৰ কৰ) লৰচৰ হোৱা কাৰ্য্য; অস্থিৰতা, অস্থিৰ বা ভগ! কান্তি, the act of shaking, unsteadiness, glitter. টবল, অ, ধ, লৰ, সঞ্চালিত হ, জোকাৰ খা; যেনে, ভূইকঁপত পৃথিবীয়ে টল বলায়; অস্থিৰৰূপে দীপ্তি কৰ, জল মলা; যেনে, হীৰাই টবলায়, to be shaken, to quiver, to glitter. টবলীয়া, বি. জিলিকা, জলমলীয়া, glitter- ing, sparkling.