পৃষ্ঠা:হেমকোষ.pdf/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টপটপীয়া । টটৰীয়া, বি. ৰস বা জোল নথকা আঞ্জাত anco ), dried, as food, in cooking. টটাটিয়া, বি. (অং. ঠটা, শুকান আৰু শুদা মাটি+ টিঙ্গা, আগ কটা; ঠটা মাটিতে শস্য দোৱা) টেৰ, ধূৰ্ত; দুষ্ট, canning, crafty, wicked. টুটাৰি, বি. কৃপণ, কটকিনা; যেনে, টটাৰি মানুহ; বস্তু পাবলৈ নোহোৱা (ঠাই বুজায় }; যেনে, আসাম বৰ টটাৰি ঠাই, iniserly, marked by scarcity as a placc. টটি, স. শ. বিৰোধ, অমিল; যেনে, দুষ্ট মানুহে টটিৰে কাৰ্য্য সিদ্ধি নহলে ভক্তি

  1. 67, contention, hostility.

টনকিয়াল, বি. (অং. টান, কঠিন) দুখ সহিব পৰা; মন-ঠ, able to endure pain, strong-minded, courageous. টন,। অ. ধা. হাড়ৰ জোৰা লৰ, জোৰাত টনহ, দুখ পা; যেনে, কঁকালটো টন- হিল; আঁঠুটো টনহিছে, to be sprained as a joint. টুনাটনি, স, শ. (অ. টান, আকৰ্ষণ কৰ) এটাই অনটোক আকৰ্ষণ কৰা কাৰ্য, the act of pulling one another. . টনি, স. শ. { হিং.. ভন্ন, বিস্তৃত কৰ) জালত লগোৱা বাঁহ, যাৰ দ্বাৰা জাল মেলিব আৰু Got Tifa, the bamboo, or one of the bamboos, attached to a fish net. টনিজৰী, স. শ(অং. টান, আকৰ্ষণ ক) তাঁত ববলৈ আৰম্ভ কৰোতেই বতৰ গাৰ ফালৰ টোলোঠাৰে তাঁত বন্ধা জৰী, a cord of a rative loom. টননি, স, শ, (অৎ, টটনা, বেদনা কৰ শৰীৰৰ কোনো ভাগত আটি বান্ধ দিলে হোৱা বেদ; এতেকে পা গাড়ৰ “জ বন্ধ হৈ থাকিলে হোৱা বেদনা, the pain caused by a bandage fast- ened very tight on any part of the body, the painful and bursting sensation occasioned by the matter of a suppurated boil not yet opcned. টনটন, অ, বা. (অং. টান, আই) আটি বান্ধ দিয়াৰ দৰে বেদনা বোধ কৰ; যেনে, চুৰিয়া বৰকৈ আটি পিন্ধিলে ককালে টনটনায়, পুঁজ বন্ধ হৈ থকা পকা গাড়ৰ দৰে বেদনা কৰ; যেনে, ফুটাই নিদিলে পকা গাড়ে টনটনায়, to have a pain like that caused by a bandage fastened very tight, to canse x painful and bursting sensation like a suppurated boil not yet opened. টন্টনীয়া, বি. (অং. টা,বল দি আঁট। বৰকৈ বল দি টনাত পোন আৰু টান হোৱা, কোচ খাই নথকা; যেনে, টোকা- ৰীৰ গুণ টনটনীয়, টনকিয়াল; যেনে, টনটনীয়া লৰা, drawn tight, able to bear pain, strong-minded. উপৰু, অনুক, পানীৰ ডাঙ্গৰ টোপা বা আন বস্তু বেগাই ওপৰৰ পৰা পৰোতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that produced by the fall of a large crop of water. টপৰাই, ক্ৰি. বি. টপৰ শব্দ কৰি; যেনে, বৰষুণ টোপ টপৰাই মূৰত পৰিল। তলিকে; যেনে, ইমান ডাঙ্গৰ কামটো টপৰাই কৰিব নোৱাৰি, making a short quick sound, quick- ly, suddenly. উপটপনি, স. শ. (অং. টপটপ, কক) কবকবনি, বেগাই কোৱা অনাৱশ্যকীয় কথা; বেগাই আৰু অস্পষ্টকৈ কথা play plus, jabber, the act of jab- bering or prating. টপটপ, অ ধা (অং, টপটপ, বেগাই কোৱা কথাৰ নিচিনা শব্দ) কৰ্কৰা, অধিককৈ অকামিলা কথা ক; বেগাই অস্পষ্টকৈ কথা

  • , to prattle, to babble. 77. 7. 4-

টপাত, (স্ত্ৰী) টপটপাতী। টপটপঁয়া, বি. অকামিলা কথা কোৱা; টপকৰে, }