পৃষ্ঠা:হেমকোষ.pdf/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টকালি মাৰ, ৩৮০ টটা লাগু লাগিলে হোৱা শব্দ) নুত জিভা লগাই তৰ পৰা আঁজুৰি এৰুৱাই কৰা শব্দ, a sound produced by applying the tip of the tongue to the roof of the mouth and separating it with force. টকালি মাৰ, সেই শব্দ কৰু, টকলিয়া, to make the above sound. টকালি পাৰ, খোৱা বস্তুৰ সোৱাদ পাই ওঠ বা জিৰে শব্দ বা প্ৰশংসা ক, to smack by way of relishing food or drink or to express satisfaction with it. টকীয়া, বি. (অং. টকা, চাৰি মহা) এটকা মূল্যৰ, চাৰি মহা জোখ, of one rup: value, weighing one rupec. 7. *** এটকালৈকে জুখিব পৰা সৰু তুল, a pair of small scales for weighing up to a tolah. টকে, স. শ. তাল জাতিৰ এবিধ গছ, ভাব পাতেৰে জাপি ছোনা যায়, a kind of palm. টকৌ, স. শ. (অ. টকলা, শূন্য) মকৰা জাতিৰ এবিধ কীট সি মানুহৰ চুলি কুটি মুৰ টকলা কৰে বুলি সেই নাম, a species of spider which is supposed to destroy human hair. টগৰ বগৰু, বি. {হিং. টগবনা, ঘূৰা, বাগৰা) অনিশ্চিত, লৰচৰ কৰা, অস্থি ( কথা খাটে); যেনে, ডাঙ্গৰ লোকৰ আগত টগৰ বগৰ কথা কোৱা ভাল নহয়, uncertain, chauged (said of a state- ment). স. শঅস্থিৰকৈ কথা কোৱা কাৰ্য, এবাৰ এক প্ৰকাৰে কৈ আনবাৰ আন ৰূপে কোৱা কাৰ্য্য; সত্য কথা সুকাৰৰ ইচ্ছাৰে বেকাকৈ কোৱা কাৰ্য্য, চৰি; যেনে, টগৰ বগৰ এৰি পোন কথা কোৱা, the act of speaking in an uncertain manner, prevarication. টগবগনি, স. ম. { অং. টগবগা, কঁপ)

  • পনি, থৰক বৰক কৰা কাৰ্য, ঘাইকৈ

অস্থিৰ ৰূপে খোজ কঢ়া কাৰ্য্য, the act of trembling, tottering, staggering or reeling . টগবগা, অ. . (হিং, টগনা, বাগৰ) অস্থিৰ ৰূপে খোজ কাঢ়, পৰকবক কৰি গতি কৰ; যেনে, ফটিকা খোৱা মানুহে Estas112, to totter, to stagger, to reel. টঙ্কা, স. শ. (স. ট, অনুক, + ক, ক) ধেনুৰ জোৰৰ শব্দ, the twang of t bowstring. স. ধা, শব্দ হোৱাকৈ ধেনুৰ ভেঁৰ টান; যেনে, “ টক্কাৰিল। ধেনু মহাবীৰ,” to tvang. কৃদ, স. টঙ্কাৰোভা, { স্ত্ৰী } উল্কাৰতী। টঙ্গনা, স, শ, (অটাঙ্গন, কাঠ বা বাঁহৰ ডাক্ষৰ মাৰি ) কাঠৰ দীঘলীয়া ডোখৰ; মাটিৰ দীঘলীয়া খণ্ড, বা ছিটা, a log of wood, a strip of land. ধি, টানৰ দৰে শকত (হাড়); যেনে, টঙ্গনা হাড়, like a log of wood (hone). টঙ্গমিয়া, স. . (অং, টাঙ্গন, ঐ ) মৰিয়া, টাঙ্গনেৰে আঘাত কৰ, to cudget. টঙ্গা, স. শ. এবিধ তৃণ, a kind of light coase grass. টঙ্গালি, স. শ. (সং, ট, বান্ধ) কঁকালত বন্ধা এবিধ দীঘল কাপোৰ, কঁকালী, a cloth girdle, a sash, a zonc. টঙ্গি, স. শ. (সং. বিট, পাৰৰ নিমিত্তে কৰা চা-ঘৰ; বৎ. {া, খেতি ৰখা চা- ঘৰ। ৰাতি খেতি ৰখা মানুহ খকা ওখ চাংঘৰ; পাই বাহ লবৰ নিমিত্তে সাজি 73 549-74, a dove-cote, a high platform used for wutehing crops. টঙ্গিয়া, স. শ, টঙ্গিত থাকি খেতি ৰখা Tas, one who watches over culti- vation from the above. টটঙ্গ, বি. পানী শুকাই তুলি ওলোৱ (নৈ বা পুখুৰিত খাটে); যেনে, পুখুৰিটো শুকাই টটা হল, having very little water, dried up as a tank, টটঙ্গা লাগ, পানী হীন হ, শুকাই যা, to be dried up.