পৃষ্ঠা:হেমকোষ.pdf/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৭৯ টকালি কৃ, অ, ধা, (সং. তন, বিস্তৃত কৰু, বহলা) প্ৰায় ল যা, ওপচি পৰ; যেনে, পানীৰে গৰা উকিছে, গাঋৰৰ দ্বাৰা বাটিৰ কাণ উকি গৈছে, to be acarly overflowel; to be filled to the brim. টক, বি. (সং. , হিং, টক, মনে মনে চকু নপচবাকৈ চাই থকা) অধ, অবাক, qatst by fry, staring in silent amazement. টক লাগ, তথা লাগ, অবাক হৈ চাই থাক্‌, to stare in silent amazement, to staro in silence. টিকা, স. বা. আজি দিম কালিলৈ দিম Thar Ya, to put off with mere ironists, কদ, স. টকচাওঁ, { { স্ত্ৰী। টকাৰ্তী। টকচালি, স. শ. ধূনমাৰি গ'। জোকাৰি ফুৰা কাৰ্য, strutting about. টকচালি পা, বন নকৰাকৈ গা জোকাৰি 4, to strut abont. টক্ট, অনুক, কোনো বস্তুত ঘনে ঘনে আঘাত কৰোতে বা বোই খেজ কাটাতে হোৱাৰ নিচিন শব্দ, imitative serund used to express that produced by repeatedl strokex or quick footsteps. টকটকীয়া, বি. { অং. টকটক্‌, অনুক, নৰিয়া ভাল হৈ উঠি লৰি ফুৰিব পৰ। হোৱা, বুঢ়া অথচ ডেকাৰ দৰে ফুৰিব cufat 421, convalescent, old but strong . টিকৰি, বি. টকল, হাবি বা বন আদি নথকা; এতেকে ধন সম্পত্তি ঢুকাই দুখীয়া tar, bare, reduced from affluence to proverty. স. শ, ধন সম্পত্তি হেৰুৱাই দুখত পৰা মানুহ, a loankrupt. টকয়া, স. শ. (সং. টক, বা কান ঢাকা টুপ, ৰণক্ত পিন্ধা মূৰৰ সাজ, a kind of skull cap covering the ears, a helmet. টক, অনুক, কোনো এটা টান বস্তু আন এটা টান বস্তুত পৰোতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that produced by the fall of one hard thing upun another. টকই, ক্ৰি. বি. টকৰ শব্দ কৰি; শীঘ্ৰে, making a small sharp sound, quickly. টকলা, বি. (ব, টাক, চুলি সৰি শুদা হোৱা ঠাই) নোম, চুলি, বন, গছ বা পাত নথকা; উদ”, destitute of hair, bald, trees denudel of foliage. টকল-মূৰা, বি. (অং. টকল, ঐ+মূৰ, টকলা-মুড়া, শিৰ) মূৰত চুলি নথকা, টকলা-মু, bald-headed', (স্ত্ৰী) টকল- মূৰী, টকল-মূৰী। টকলিয়া, অ, ধা. (অ. টকালি, নুত জি লগাই কৰা শব্দ) টকালি মাৰ, তনুত জিভ লগাই তাৰ পৰা আঁজুৰি একই শব্দ কৰ; থোৱা বস্তুৰ সোৱাদ পাই উঠেৰে বা জিভাৰে শব্দ কৰু, তপাল, to smack the mouth after tasting anything . টকলিয়া, স. বা. (অ. টকল, শূন্য ) শূন্য কৰ, হাবি বন আদি গুচাই শুদা কৰ, to make bare, টকলিয়াওঁতা, কদ, স. টকালি মাৰোত, শূন্য কৰোতা ইত্যাদি, a man who smacks, inakus harc, &c. (1) টকলিয়াতী। টকা, স. শ. {সং. টঙ্ক ) চাৰি মহা; সেই পৰিমাণৰ ৰূপৰ মোহৰ, ধন, the weight rupee, টকা, স. শ. (“টক টক” শব্দ কৰে এতেকে। এডোখৰ গোটা বাঁহৰ মূৰ ফালি সঙ্গা এবিধ বাদ্য; খেতিৰ পৰা বনৰীয়া জন্তু খেদোৱা মূৰ ফল বাহ, a bamboo clapper. টকা, বি. ঠেক, যিমানলৈ ঢাকিব লাগে সিমানলৈ নটকা, (চুৰিয়া আদিত থাটে ), narrow, as a waist cloth. টকালি, স. শ. { অং. টক্‌, দুটা বস্তু পৰম্পৰে

  1. 11

of one a. rupee, cash.