পৃষ্ঠা:হেমকোষ.pdf/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জ্যেষ্ঠানুক্ৰ। ৩৭৮ জ্যেষ্ঠা, স. শ. {সং জোনুকম-জ্যেষ্ঠ, অৰু, ম. শ. (সং. অৰ, ভাগ উই) প হোৱা বয়সে ডাঙ্গৰ + অনুক্ৰম, প্ৰণালী; নিয়ম) বোগ, জৰ, a fever. প্ৰথম পুত্ৰ উত্তৰাধিকাৰী হবৰ নিয়ম বা ভিসাৰু, স. শ. {সং. অৰ, জৰ+ অভিসাৰ, aft, the rule or practice according ভেদ হোৱা ৰোগ) অৰৰ লগত হোৱা to which the right of inheritance diarrhaa accompanied by is vested in the eldest son, primo- fever. geniture. অৰান্ত, বি. (সং. অৰ, ঐ + অন্তক, নাশ জ্যেষ্ঠানুক্ৰমে, ক্ৰি. বি. জ্যেষ্ঠ উত্তৰাধিকাৰী কৰা) জব গুচোৱা, জৰ উপশম কৰা, হবৰ নিয়ম অনুসাৰে, according to the ante-febrile. rule or practice by which the right জ্বলন, স. শ, (সং, জল, পোৰ) অগ্নি, of inheritance is vested in the fire. 9.97. contafe, burning. eldest son. জ্বলন্ত, বি. (সং. জ্বল, বং, জলন্ত, জলি থকা} জ্যৈষ্ঠ, স. শ. {সং. জ্যৈষ্ঠ, জ্যেষ্ঠা, এটা জলি থকা, পুৰি থকা, নুনুমুৱা, burning, নক্ষত্ৰে) জেঠ মাহ, বছৰৰ দ্বিতীয় মাহ, blazing. {এই মাহৰ পূৰ্ণিমা তিথি জ্যেষ্ঠ নক্ষত্ৰত জ্বলিত, কৃদ, বি. (সং, জল, পোৰ) জল, পৰে এতেকে), the second Hindu 978, blazing, burning. month (May-June). জালা, স. শ. {সং. জল, ঐ) তাপ, পোৰণি, জ্যোতি, স শ. (সং. জ্যোতি, দীপ্তি) #ts, heat, a buruing sensation. nife. #, light, splendor, আল-যুখ, স, শ, জ্বালামুখী পৰ্বতৰ জুই জ্যোতিৰ্ময়, বি. (সং, জ্যোতিৰ্ময়-জ্যোতি, ওলোৱা বিন্ধা, a enate, কান্তি +ময়, স্বৰূপ) দীপ্তিমান, brilliant, জ্বালামুখী, স. শ. (সং. জ্বালা, জুইৰ শিখা luminous. +মুখ, আগ ভাগ) পঞ্জাৰত থকা এক জ্যোতিৰ্বিদ্যা, স. শ. (সং. জ্যোতিৰ্ধিদ্যা-~- তীৰ্থ, তাত এটা গহ্বৰৰ মুখৰ পৰা জুই জ্যোতি, গ্ৰহ-নক্ষত্ৰ + বিদ্যা, জ্ঞান) ওলায়; সেই ঠাইত সদাশিৱৰ ভাৰ্য্য। গ্ৰহ-নক্ষত্ৰৰ গতি আৰু প্ৰকৃতিৰ জ্ঞান; সতীৰ জিভা পৰিছিল বুলি পুৰাণত লেখা প্ৰহ-নক্ষত্ৰৰ গতি গণনা কৰি মানুহৰ আছে, জুই উগৰ পৰ্বত, literally শুভাশুভ বুজা বিদ্যা, the scienee ol mouth of fire,' a celebrated place astronomy or astrology. of pilgrimaye it 'the Kangra dis- জ্যোতিৰ্ব্বে, স. শ. সং. জ্যোতি, গ্ৰহ trict of the Panjab, where fire issues নক্ষত্ৰ+ৱি, জান্} জ্যোতিষীয়া, গ্ৰহ from the ground. (Dowsun). fq. নক্ষত্ৰৰ গতি প্ৰকৃতি বুজা লোক, জ্যোতিষ Estal, fire spitting. TYTTO, an astronomer, an astrologer, ট। জ্যোতি, স. শ. { সৎ, জ্যোতি, ঐ) গ্ৰহ নক্ষত্ৰৰ গতি প্ৰকৃতি বুজোৱা পূথি; গ্ৰহ- ট, ব্যঞ্জনবিলাকৰ এঘৰ আখৰ, the নক্ষত্ৰৰ গতি অনুসৰি মানুহৰ শুভাশুভ eleventh letter of the consonants. গণিবলৈ শিকোৱা পুথি, astronomy. টং, অনুক, দুটা কঠিন বঙৰ এটাত আন- astrology. টোৰ আঘাত লাগিলে হোৱ শৰ, an জ্যোতিষীয়া, স. শ. (সং. জ্যোতিষ, ঐ। imitative sound used to express জ্যোতিষ-পাঞ্জ জানোতা, জ্যোতিৰ্বেত্তা, that produced on two hard things an astronomer, an astrologer. striking each other.