পৃষ্ঠা:হেমকোষ.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জোৰে-জোৰে ৩৭৭ জ্যেষ্ঠ ৰূপে; জোখা, পৰিমাণ) যিমান লাগে, সেই পৰিমাণে; যেনে লাগে তেনে, উপযুক্ত যেনে, তাক জোৰাই-জোখাই দিম; সমানে সমানে; যেনে, সি জোৰাই- জোখাই পৰিছে, (বেয়া ভাবত), suffi- ciently, according to a man's deserts (in a bad sense). জোৰে-জোৰে, ক্ৰি. বি. সমানে সমানে, নিজৰ সমান লোকে সৈতে; যেনে, সিহত জোৰে-জোৰে পৰিছে, fittingly. জাল, স. শ. (সং. জল, পানী; বং, ঝোল, ঝোল, আঞ্জাৰ ৰস) প্ৰৱ-দ্ৰব্য, পানীৰ নিচিনা বস্তু; আজাৰ ৰস, a liquid; brotlı, soup or gravy. জোলা, স. শ. (যা, জুলাহ, তী) গত বৈ উপজীব্য-কৰো, ঠতী; কপাহৰ ফুটা, a weaver, section of a cotton pod . জোলোকা, স. শ. {সং. জল, পানী) ভেদ হোৱাত একে বাৰতে বহিৰ হোৱা পনীয়া মল; যেনে, এজোলোকা গৈছে; এতেকে, অনেক মানুহে একে লগে উচ্চ শব্দেৰে উচ্চাৰণ কৰা আশীৰ্বাদ বা হৰিধ্বনি, i inotion of the lowels, a loud ( exclamation of blessings simul- taneously attered by many persons. . জোলোজা, স. শ. (হিং. ঝোলী; বং. কুলী, ডাঙ্গৰ মোনা) কোনো ঠাইলৈ যাওঁতে বস্তু ভৰি গাত ওলমাই নিয়া মোন; মগনিয়াৰে ভিক্ষাৰ বস্তু ভৰি থোৱা মোনা, a bag, a wallet. জোৱা, স. ধা, পুলি হলে তুলি নি আন ঠাইত বৰ নিমিত্তে গুটি পচা; যেনে, শাকৰ গুটি জোৱাইছে, to wow in a hursery. কদ, সজোৱাওঁত, (স্ত্ৰী } জোৱাষ্ঠী। জোৱাৰ, স. শ. (বৎ. জোয়াৰ) চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ দ্বাৰা ওফন্দি আঁতিলৈ আগ বাঢ়ি অহা পানী (সাগৰ আৰু তাৰ ওচৰৰ নৈত বাজে আন জোৱাৰ নাই , এতেকে অধিক কামৰ হেঁচা, a tide, press of business. জোৱাৰ উঠ, চন্দ্ৰ সূৰ্যৰ আকৰ্ষণত পানী ওফন্দি উই; অধিক কামৰ হেঁচা পৰু; যেনে, কামৰ জোৱাৰ উঠিছে, to flow in as a tisle, to press as business. জোজো, অনুক, সৰু সৰু গুটি বা গুড়ি একে লগে পৰোতে হোৱাৰ নিচিনা শব্দ, all. imitative sound used to express that produced by the fall of dry grains or coarse powdler. জোজোৱা, বি. শুকাই গোট গোট হোৱা { সৰু সৰু গুটি বা গুড়ি খাটে , diry and looso ( said of grains and frowder). জাত, কুদ, বি. (সং. জ্ঞাত---জ্ঞ, জান। জনা; যেনে, এই কথা মোৰ জ্ঞাত আছে, known. জ্ঞাতি, স. শ. (সৎ, জ্ঞা, জান্; আপোন বুলি জনা যায় যাক। নিলগ সম্বন্ধীয়া বংশৰ মানুহ, কুটুম্ব, alistant kinsman, জ্ঞান, স. শ. (সং. জ্ঞান ) বোধ, জনাগুণ, বিদ্যা, চেতন, knowledge, wisdom, sensibility, consciousness. নবৃন্ত, স. শ. (সং. জ্ঞানৰাম, জানান, বোধ +, প্ৰত্যয়) জ্ঞানী, জন মানুহ, a wise tnam. বি. জনা, বুজা, kowing. (স্ত্ৰী) জ্ঞানৱতী। জ্ঞানহীন, বি. অচেতন; জ্ঞানশূন্য, মূৰ্খ, facri, insensible, ignorant, insane. জ্ঞানী, স. শ. (সং. জানিন-জান, বোধ + ই, প্ৰত্যয় জ্ঞান থকা বা বিজ্ঞ পুৰুষ, a wise ma). বি. জ্ঞান প্ৰক, বিজ্ঞ, wise, knowing. (7) Bayfit! জ্ঞানেন্দ্ৰিয়, “ইন্দ্ৰিয়” চোৱা। জ্ঞাপ, কদ, স. (স.) জনোৱা কাৰ্য্য, the act of informing, information. জ্যেষ্ঠ, বি. (সং, জোষ্ঠ--জ্য, অধিক বয়সীয়া হ) বয়সে ডাঙ্গ; যেনে, জেষ্ঠ ভ্ৰাতৃ, ckler-born. 7. শ, ককাই, elder brother, (1) corsy জ্যেষ্ঠা, স, শ, অঠৰ সংখ্যাৰ নক্ষত্ৰ, the eighteenth lunar mansion. P