পৃষ্ঠা:হেমকোষ.pdf/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জোৰাই-জোখাই লো, স, ধ, আঁট, যাক যিমান লাগে সিমান হ; যেনে, বটাক নিয়ৰৰ পানীয়েই ব্যাপ; যেনে, পঁড়াখানে এখোটালী জুৰিছে, to suffee for, to extend over, to cover. জো, স, ধা. (সং, জুড়, লগ লগ) ধেনুত জোড়, কঁাড় স্থাপিত কৰ; যেনে, অৰ্জুনে পাশুপত বাণ জুৰিলে; কাঠাৰ কাম আৰম্ভ কৰ; যেনে, খৰাহি জুৰিছে। হাবি কাটু; যেনে, হাবি জুৰিছে, to fix to the bow, as an arrow; to com- mence, to clear, (as jungle). *. *** বা অধিকৰ ভিতৰত সকলো বিষয়ত সমতা, মিল; যেনে, দৰাকাৰ জোৰ হৈছে, তেওঁৰ জোৰৰ লোেক নাই, equality in every respect between two or more per- sons or things. জোৰ, স. শ, বিয়াৰ আগেয়ে দৰাৰ ঘৰৰ পৰা ছোৱালীলৈ পঠোৱা অলঙ্কাৰ, কাপোৰ, তেল আৰু সেন্দুৰ; এইবিলাক কন্যাক পিন্ধোৱা দিনাই বিয়াৰ আৰম্ভ হয়। (স্ত্ৰী পুৰুষক লগ লগোৱা কাৰ্যাৰ এইয়ে আদি এতেকে সেই নাম ), the pra- ments and clothing sent from the bridegroom's house to the bride at the commencement of marriage cereinonics, , জোৰ-তমোল, স. শ. (অ. গোৰোৱা, বোকাত পোভা + মোল, তাম্বুল) গোৰোৱা বা মাটিত পুতি থোৱা পকা etcorta, ripe Detelnut preserved for use by being buried in the earth. জোৰা, স. ধা, দুটা বস্তুৰ মূৰ মিলাই একেটা ক; যেনে, বাঢ়ৈয়ে কাঠ জোৰায়, to join. স. শ. সন্ধি, দুটা বস্তুৰ মুৰ লগ লগা ঠাই; বিয়া দিব খোজ লৰা আৰু ছোৱালীৰ ৰাশিৰ মিল, a joint, a splice, agreement between the nativities of a man and woman intended to be married. 7. %. জোৰাওঁ, (স্ত্ৰী) জোৰাতী। জোৰা এৰা, জোৰা গুচ, দুটা বস্তু জোৰাত পৃথক হ, to become disjointed. . জোৰা এৰুৱা, জোৰা , জোৰা গুচা, to disjoint. . জোৰা খা, জোৰা লাগ, দুটা বস্তুৰ মূৰ মিল হ; সঙ্গত হ, মিল হ, to be joined, to agree, to be consistent. জোৰা খুৱা, জোৰা লগা, দুটা বস্তুৰ মূৰ মিলা; সঙ্গত বা মিল কৰ, to join, tr cause to be consistent. জোৰা চা, বিয়া দিব খোজা লৰা আৰু ছোৱালীৰ ৰাশিৰ মিল চা, to compare the nativities of a man and woman intended to be married. জোৰা দি, জোৰা লগা, দুটা বস্তুৰ মূৰ মিলাই এটা কৰ, to join. জোৰা মৰ, জোৰাৰ মিল হ, ভালকৈ জোৰা খাই দুটা বস্তু এটা যেন হ; সঙ্গত হ. fa , to be joined, so as two things appear as one, to be con- sistent, to agree. জোৰা মাৰি, জোৰা মিলা, জোৰা খুৱাই দুটাক এটা যেন ক; সঙ্গত কৰু, মিল $4, to join so as to make two things appear as one; to make consistent, to cause to agree. জোৰা লগা, জোৰা খুৱা, দুটা বস্তুৰ মূৰ মিলা, to join. জোৰা সৰু, দুডাল হাড়ৰ মূৰ জোৰাত পৃথক হ, to be disloeated, as a bone. জোৰা লৰা, দুডাল হাড়ৰ জোৰা গুচা, দুলাল হাড় জোৰাত পৃথক কৰ, to dislocate, as a bone. জো লাগ, জোৰা খা, জোৰোৱা হ; সঙ্গত, at fatet , to be joined, to be con- sistent, to agree. জোৰ সোলক, জোৰ ভাগ, জোৰাত পৃথক 7, to be disjoined. জোৰা সোলকা, জোৰা ভা, জোৰাত পৃথক কৰ, to disjoin. জোৰাই-জোখাই, ক্ৰি. বি. (অং. জোৰা+