পৃষ্ঠা:হেমকোষ.pdf/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জোবোৰা to measure, to weigh. স. শ. দীঘল পুতলৰ বা গধূৰৰ পৰিমাণ; কোনো বস্তু coterystfa, measure, weight, a stick with which anything is measured. জোখা, স, শ. ( অং. জোখ, পৰিমাণ ক) ভাগ, গুণ, পৰিমাণ; যেনে, এজোখা গাখীৰ দোজোখা পানী, part, fold. জোখাই, আ. অব্য, জোধ অনুসাৰে, মূল্যৰ দৰে; যেনে, “দেৱৰ জোখায় বলি,” in proportion. জোঙ্গা, বি. (অ. জোৎ, কঁাইটৰ দৰে আগ চিঞা বস্তু) কাঁইটৰ নিচিনা, জোৰ নিচিনা চোকা আগ-যুক্ত; যেনে, জোঙ্গ e, pointed, having a sharp point. জোলাল, স. ধা. জোঙ্গা কৰ, কাটি বা ঘঁহি y cotoy , to cut to a point, to give a point to, কুদ, স, জোঙ্গা- লোত, (স্ত্ৰী) জোঙ্গালতী। জোটন-শুদ্ধি, স. শ. (সং জোটন, লগ লগোৱা+শুদ্ধি, ভাল) দৰা আৰু কন্যাৰ ৰাশিৰ মিল, জোৰা অহা, the agreement between the stars of a man and woman intended to be married. জোড়, “জো” চোৱা। জোড়ন, "জোৰণ চোৰ্বা। জোড়া, “জো” চোৱা। জোতা, স. শ. { হিং, জুতি, বং. জুতা, পইজাৰ) ছালৰ পাদুকা, ছালেৰে নিম্বিত ভৰিৰ আবৰণ; পইজাৰ, a shoe, a slipper. জো, স. শ. (সং, জ্যোৎস্না, চন্দ্ৰৰ প্ৰকাশ) চন্দ্ৰ, ৰাতি পোহৰ দিয়া এটা দীপ্তিমান 28, the inoon. জোন দি, বা লগা, বুটি কোৰৰ মুখত বেকাকৈ লো লগাই বাতৃ, to reneve a old hoe by welding on a semi- circular piece of iron. জো-বিৰি, স. শ. { অং. জোন, চন্দ্ৰ + বিৰি, মাদলী) অৰ্দ্ধচন্দ্ৰৰ নিচিনা, এবিধ মাদল, a - 1, a crescent-shaped ornament worn on the neck. জোন মৰ, অমাবস্যা হ, to wali৫, as the moon. জোনাক্, স. শ. জোনৰ পোহৰ, moon- shine. বি. চন্দ্ৰৰ পোহৰৰ দ্বাৰা প্ৰকা- শিত; যেনে, জোনাক ৰাতি, moonlit. জোনাকী, স. শৰাতি জলা এবিধ জোনাকী পৰুৱা, পোক, জুই আঙ্গনি, firefly, a glow-worm. জোনালী, বি. (অং. জোন, চন্দ্ৰ + সং. আলী, শাৰী চন্দ্ৰৰ কান্তিৰ দ্বাৰা প্ৰকাশিত; ভাৰ নিচিন? অশ্য দীপ্তিৰ দ্বাৰা প্ৰকাশিত; যেনে, নগৰখান চাকিৰ পোহৰেৰে Catatan , illuminatet ly the moon or other light. জোনো, ক্ৰি. বি. কিবাজানি, test.(পদ্য)। জোপ, অ, ধা, { অং. জোপ, জোপোহা গছ আদি) জোপা আদিৰ আঁৰত বহি খাপ ল; যেনে, বাথে গৰুলৈ জোপে; মূৰ দোৱাই ভালকৈ দৃষ্টি কৰ; যেনে, বুঢ়াই জুপি চাইছে, to lic in wait, to fouk closely . জোপা, স. শ. {সং, ছুপ, চুটি গছ) ডাল পাতেৰে জোপোহ, চুটি গছ বা তৃণ- বিলাক, a bush, a shrub. 1**. cauta গছ বুজাবলৈ ব্যৱহৃত শব্দ; যেনে, আম- y, a word used to denote a single tree. ভাল বা সৰু গছ বুজাবলৈ “জুপি” হয়; যেনে, ফুল-জুপি। জোপা মাৰ, সুকাই মনে মনে বহি থাক্‌, to sit still behind something so as not to be discovered. জোপা ল, খাপ ল, to lic in swait. জোপোভা, কদ, স. (প্পোপ” চোৱা) খাপ লওঁতা ইত্যাদি, a man who lies in wait, &c. (স্ত্ৰী) জোতী। জোপোহ, বি. (অ. জোপা, গুলি পাতেৰে চুটি গছ আদি) ডাল পাতেৰে পৰিপূৰ্ণ, full of leaves and branches, hushy. জোবোৰ, স, শ. (অং. জুবুৰিয়া, পানী বুৰা) বুৰুৱা কাৰ্য, বুৰ, immersion in water, dipping.