পৃষ্ঠা:হেমকোষ.pdf/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেৰেপা জোট ভাগ পোন পটিৰ নোহোৱা, বেঁকা ভাৱৰ; ( কথাত খাটে); যেনে, দুষ্টৰ জেৰীয়া

  • ly, intertwiving, complicated,

difficult to separate, not straight- forward. 7. *T. তাত লগা পাক, এভাল সূত আন এজলৰ গাত মেৰ খাই লগা গাঠি; যেনে, সূৰ জেৰীয়া ভঙ্গ টান, এতেকে হে, হে, an en- tanglement of threads, hence offence taken, umlorage. জেৰেপ, বি. আঁহৰিলাকে পৰম্পৰে মেৰ খোৱাৰ কাৰণ বেগতে নফট, ফালিবলৈ টান, { কাঠত খাটে }, *SS-grainel and difficalt to split (said of wood). জেৰোৱা, স. শ. “জেওবা” চো। জেলাইলাই, বি. { অ, জাল) জালৰ দৰে নিচেই পাতল; যেনে, চেলেংখান জেলাই- ats, very thin, flimsy. জেলা, } স. শ. {সং. জল, পানী} পলুৱে পকিবৰ সময়ত পৰি- ত্যাগ কৰা পৰ্নীয়া লাল, the watery matter evacuated by silkworms preparatory their forming জেলে, জেলেপি, স. শ. (বং. জিলিবি, এবিধ পিঠা) এবিধ মেৰ খুৱাই কৰা পিঠা, কেৰিমেৰি পিঠা, a kind of sweetmeat. জেলাজেলীয়া, বি. (অং, জাল, মাছ ধৰা যতন) জালৰ দৰে সেৰেঙ্গা, পাতল (কাপোত খাটে), flimsy, thin. জেসাহ, স, শ, (স. জ্যেঠস্বস্থ; জ্যেষ্ঠা, ডাঙ্গ+স্ব, ভগিনী} ভাৰ্যাৰ ডাঙ্গৰ ভনীয়েক বা বায়েক, a wife's ekter sister. জৈন, বি. (সং. জিন, এবিধ বোধৰ গুৰু} জিন নামেৰে এজন ধৰ্মশিক্ষকৰ মত ST6), following the doctrines of 1.le tit৫ seet স. শ. জিন নামেৰে এজন ধাৰ্মোপদেশকৰ মত প্ৰবৰ্ত্তা মানুহ, জিনৰ সংখ্যা ২৪; তেওঁবিলাকৰ শিষ্যবোৰে তেওঁ লোক হিন্দুৰ দেৱতবিলাকতকৈ শ্ৰেষ্ঠ বোলে, বেদ আৰু জাতি ভেদ নেমানে, & follower of a Jaina or teacher of the above sect. জৈমিনি, স. শ. মীমাংসা-দৰ্শন লেখক এজন aa aty, a celebrate save, a dis- ciple of Vyasa who was the foun- der of the Purca-wisem.sc pliilo- sophy. . জোৎ, স. শ. (সং, জুৰ, ঘা লগ) কাঁইটৰ দৰে আগ চিঞা কিন্তু তাতকৈ ডাঙ্গৰ কোনো বস্তু, আগ জোঙ্গলা বাহ আদি; Y entst, something pointed, having a pointed end. জোটু, স. . (সং. জুড়, লগ লগ) লগ লগাই 37*; Hionta, to jnin, to be together, try joke, স, শ, অনেক বস্তু একে লগে COTTB fanat*, tying together. কুদ, স, ক্ষোটোতা, (স্ত্ৰী) জোটতী। জেঁটু খা বা জোটু পাগ, পাক খা, মেৰাই ধৰু; যেনে, জৰী ডাল গছত জোটু খান। cott antF5449, to be entangled, to be entwined, জোটু ভাগ, পাক এৰাই মুকলি হ, to be diseutangled. ())(nis, , জৈলু, স, শ, ( স. জল, পানী; পানীত পোৱা যায়, বোব হয় এই কাৰণ সেই মাম) এবিধ, কুমডলুকাৰ নিচিনা, কিন্তু এটা বাহ থকা, শামুক-জাতিৰ কীট, তাক পানী, বাম দুইভোগ পোৱা যায়, a Baail. জলুকীয়া, বি. জেকনি লাগি জেৰ গাৰ দৰে পিছল হোৱা, adamp and slippery. ফেলুকীয়া লাগু, পানী পৰি থকাৰ কাৰণে শেলাই বন্ধু গৈ পিছল হ, আ হ, to be slippery from dampness, to be damp জেলেপ, স. শ. (অং. জেলেপি, এবিধ পিঠা ভাৰ নিচিনা, এতেকে) বিচনীৰ মুখত বেত সূতেৰে শুঠি দিয়া চেলা জী, a narrow braid or plait attached to the edge of a fan.