পৃষ্ঠা:হেমকোষ.pdf/৩৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Worse. জো। ৩৭২ জেৰীয়া। পচা বস্তুৰে পূৰ, মলিন; যেনে, জেগেলা জেঠিয়ে, স. শ. (সং জ্যেষ্ঠ, বাই} স্বামীৰ ঠাই বা মানুহ, dirty, squalid, filthy. বাইয়েক, a husband's elder sister. বেঙ্গা, স. বা. ( অং. জেং, পাত নোহোৱা জো, স. শ. (সং. জ্যৈষ্ঠী, এবিধ ক্ষুদ্ৰ জন্তু) ডাল) জেং দি, জেঙ্গৰ দ্বাৰা ৰোধ কৰ; গুইৰ নিচিনা ঘৰত থকা এবিধ ক্ষুদ্ৰ যেনে, বাটটো জেঙ্গাইছে, to place জদ্ধ; বাৰৰ ইকৰা, বা চালৰ ৰুৱা বন্ধাত thorny branches in, to obstruct ব্যৱহাৰ কৰা গোটা কামী, (সি জেঠীৰ with the above . শ. লেঠা, জগৰ দৰে বাৰ বা গালত পৰি থাকে এঙ্গেকে), (জেৰ দৰে লাগি ধৰে এতেকে }, the house lizarel, a piece of split an offence, a fault, that which bamboo to which the reeds of a deprives one of one's freedom, a wall are tid. liability. জেঠী-নেগুৰীয়া, বি. জেঠীৰ নেগুৰৰ দৰে জেঙ্গে মাৰ, “কেটে মাৰ চোৱা। ক্ৰমে এফাললৈ সক হোৱা; ক্ৰমে হীম জেঙ্গেৰীয়া, বি. (অ. গো, ঐ) জগৰীয়া, catal, tapering, gradually growing, দোষী; দোষ জনোবা, guilty, faul- ty, offensive. জেঠুৱা, বি. জেঠত হোৱা বা ওপজা, tি)- জেটুকা, স. শ. (সং, জতুক, লা; লাৰ নিচিনা duced or born in Jeth. ৰৰণ এতেকে পাত বাটি দি হাতৰ তলুৱা জেঠেৰি, স. শ. (সং. জ্যেষ্ঠ, ককাই) ভাৰ্যাৰ আৰু নখ ৰঙ্গা কৰা এবিধ গছ, the ককাইয়েক, a wife's elder brother. Indian henna, Lawsonia inermis, জেঠো, স. শ. (সং, জ্যেষ্ঠ, ককাই) স্বামী (Gamble). ককাইয়েক, বব জনা, a husband's জেটুলিপকা, স. শ. (অং. জুটুলা, চুটি, elder brother. . জোপোহা + পকা, পূৰঠ) এবিধ সৰু জেঁতা, স. শ. (সং. জি, জয় কৰ) জয় কাঁইটীয়া গছত হোৱা ফল, সি পকিলে Fršto), a victor, a conqueror. ৰা হয় আৰু অলপ টেঙ্গেচি সোদ, জেনেৰু, স, শ, এবিধ পকিলে মিঠা হোৱা a kind of gooseberry. chap 4, a kind of fruit. জেই, স. শ. (সং. জ্যৈষ্ঠ, এটা মাহ) বছৰৰ জেপেটি ধৰ, আঠাৰ দৰে লাগি ধব, কামোৰ fattats, a month corresponding খাই ধৰু, to stick for allieve as pum. to a part of May and Jube. জেপেটীয়া, বি. (ব:জাপ্টান, আঁকোৱালি লেহঁপা, স. শ. (সং. জ্যেষ্ঠ, বয়সে ডাঙ্গৰ ধৰ) আঠাৰ নিচিনা, লাগি ধৰা, লাগিলে +পেহ, পেহীৰ স্বামীজেঠাইৰ গিৰিয়েক, Catal, gummy, sticky. the husband of a father's জেব, স. শ(যাং) চোলা বা ঠেঙ্গাৰ মোনা, mother's elder sister. a pocket. জেঠা, স. শ. (সং. জোষ্ট, ককাই) বোপাইৰ জেবা, স, শ, বুঢ়া আঙ্গুলি, তৰ্জনী আৰু ককায়েক, বৰ পিতা, a father's elder মাজৰ আঙুলিৰে ধৰাৰ সমান গুড়ি বক্ষ, brother. ঘাইকৈ লোণ; যেনে, লোণৰ জেবা, জেঠাই, স. শ. (সং. জেষ্ঠ, বাই+ আই, as much of a powder, especially of মাতৃ) আই বা বোপাইৰ বায়েক, ৫ salt, as can be held between the father's or mother's elder sister, thumb and the next two fingers. জেঠা, স. শ. (সং. জ্যেষ্ঠ, ককাই। স্বামীৰ জেৰীয়া, বি. (বৎ. জড়ান, মেৰৱাসূতাৰ petare, cordye, a husband's ckler দৰে মেৰ খাই ধৰা, পাক লগ; এৰুৱাৰ brother. নোৱৰা; যেনে, জেৰীয়া মঙ্গই; এতেকে 91