পৃষ্ঠা:হেমকোষ.pdf/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জুই, স, শ, (সং. জ্যোতিঃ, পোহৰ) অগ্নি, এটা তপত আৰু দীপ্তিমস্ত বস্তু যাৰ দ্বাৰা মানুহৰ অনেক কাৰ্য হয়, fire. জুই ধৰ, জুই জাল, জুই জলা, to kinds a fire. জুই-আঙ্গনি, স. শ{সং, জ্যোতিৰিঙ্গন, জোনাকী পোক। জোনাকী পৰুৱা; তাৰ সদৃশ হেতু জুইৰ ফিৰিঙ্গটি, the fire-ly, a spark of fire. ইছাই, স. শ. (অং. জুই, ঐ+ ছাই, ভস্থ ) জুই, চাকি ইত্যাদি; জুই আৰু তপ আন বস্তু; যেনে, ঘৰত জুইছাই নাই; অতি; যেনে, জুইছাই মৰগ, জুইছাই Try, fire, lamp, &c., fire and so forth; very much. দুই লগা, বি. (অ. জুই, অগ্নি + লাগ, ধৰ) জুইয়ে পোৰাৰ দৰে হানি কৰা, ধন উৰুৱা; দুৰ্ভগীয়া, wasting, squander- ing, unfortunate. জুইবাহ, স. শ. (অ, জুই, ঐ+ বাহ, বস্তু সুমাই থোৱা পাত্ৰ) দীপ-কাঠী থোৱা Cual, a match box, জুইশা, স, শ. (অং, জুই, ঐ+-শাল, ঠাই) সদায় জুই ধৰা ঠাই, at fire-pluee. জুটি, স. শ. (অং. উজটি, ভৰিত লগা খুল) খোজ কাটোতে ভৰিত লগা খুন্দা; সৰু চৰাই ধৰা এবিধ ফাল, সি চৰাইয়ে খোজ কাঢ়ি যাওঁতে ভৰিত লাগে, a trip, ৫ mis-step, a snare for small birds. জুটি খ, খোজ কাঠোতে ভৰিত খুন্দা খা, to make a false step. জুটিয়া, স. শ. (অৎ, জোটু, লগ লগা ) কোনো কাৰ্য্য কৰিবৰ নিমিত্তে লগ লগা , মানুহবিলাকৰ এজন, a number of a corporation or coinpany. জুটুলা, বি. (সং. জুট, জট) চুটি আৰু কেঁকোৰা (চুলিত খাটে ), এভেকে চুটি, ক্ষুদ্ৰ, বাঢ়িব নোৱৰা (গছত খাটে); যেনে, জুটুলা বাহ, short and curly, (as hair ), atunted. , স, শ. (ব, জুত, শোভা) সুচল; 24 যেনে, ইয়াত বহি জুতি পাইছোঁ; কোনো কাৰ্য কৰোতে পোৱা সন্তোষ; এতেকে সোৱাদ; যেনে, কানীয়া মানুহে খোৱাৰ pro fastca, convenience, the plea- sure derived from doing something, taste, relish. জুতি চা, জুতি বুজ, সোৱাদ ল, ভাল-বেয়াৰ প্ৰমাণ বুজ, to try the taste of, to tust the quality of. জুতি লাথ, কোনো কাৰ্য্য কৰাত বা খোৱাত সুখ হ, ভাল লাগ, to seem pleasant. জুতিষীয়া, “জ্যোতিষিয়া” চোৰ। জুৰি, স. শ. (অং. থা, ঢৰীয়া সূতা ) মুগা বা এৰিৰ জেঁথা, coana Maga or Eri silk. জুনা, স. শ. হুঁচৰি গোৱাই নাচিবৰ আগেয়ে গোৱ চুটি পদ, বিহুৰ গীতত লাজ কথা থাকে, জুনা তেনে নহয়, t short vers sung by persons who lauce at the Bilu festival. জুনীয়া, বি. (হিং. চুননা, বাছি ল; বাছি খায় এতেকে) সোৱাদ বিচৰা, মুখত ভাল লগা বন্ধু বিচাৰি খোৱা, বেয়া বস্তু খাব নোৱৰা; এতোক অলপতে অসন্তোষ 64771, dainty, squeamislı. জুনু, অনুক, জুনুকাৰ বা নেপুৰৰ জুমুকৃ-জুনু, | নিচিনা শব্দ, a tinkling or rattling sound. জুনুকা, স. শ. ভিতৰত কিছুমান টান গুটি ভৰোৱা মাটিৰ বা কাঠৰ এবিধ বাদ্য, ভাক লৰালে ভিতৰৰ গুটিবোৰে “জুমুক জুনুক” শব্দ কৰে, a attle. জুনজুন, অনুক, নেপুৰ, সৰু জুমুকা বা শুকান চেইৰ ভিতৰত থকা গুটিৰ নিচিনা শব্দ, a tinkling or rattling sound, জুনজুনা, অ• • নেপুৰ, সৰু জুনুকা, বা টেইৰ ভিতৰৰ শুকান গুটিৰ নিচিনা শব্দ কৰ, “জুন-জুন” শব্দ কৰ, to rattle, to tinkle. জুনজুনীয়া,বি. জুনজুন শব্দ কৰা, বৰ শুকান, rattling or tinkling, very dry.