পৃষ্ঠা:হেমকোষ.pdf/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জানু জা। জানিবা বুজি, আনে কেনেকৈ বুজিব? প্ৰায়, দৰে; যেনে, ৰং কৰা নহল, জানিবা শাস্তি খোৱা হল, take it for granted, suppose, almost as, like. জানু, স. শ. (সং. জ্ঞা, জান্) আঁই ( লৰাই প্ৰয়াত কেনেকৈ গতি কৰিব লাগে ভাৰ দ্বাৰা সেই বিষয়ৰ জ্ঞান পায় এতেকে), the knee. জানো, ক্ৰি. বি. (অং. বুজ পাওঁ—জান, বুজ পা; ইয়াৰ অৰ্থ বিপৰীত } বুজ নে- পাওঁ; যেনে, (প্ৰং.) অমুক আহিল নে? { উং. } জানো, কব নোৱাৰোঁ, I do not know. প্ৰ, অব্য. প্ৰশ্ন সোধাত ব্যৱহৃত অব্যয় শব্দ, নে; যেনে, তেওঁ জানে। আহিল? তেওঁ আহিল নে? a particle used in asking iynestion. জানোচা,। কি, বি. কিবাজানি, হলে হব জানোবা, পাৰে; যেনে, জানোচ। মই যোৱাৰ পাছত তেওঁ আহে, perliatps. জানো, কদ, স. জন পুৰুষ, i lanslio linovs. { স্ত্ৰী } জানতী। জান-নেজা, বি. (অং. জান, বুজ পা+ নেজা, বুজ নেপা} অতি অলপকৈ গম পাৱা, অতি অলপ; যেনে, জান-নেজান fan spt5, slightly perceptible, জাপি, স. শ. বাঁহৰ কাঠীৰে সাজি টকে পাতেৰে ছোৱা এবিধ ছত্ৰ, a ticker hat serving as an unbrella. জাবৰ, স. শ. (স", আবৰ্জনা, অকামিলা খেৰ কুটা) অকামিলা খেৰ-কুটা আদি, সাৰি পেলোৱা বস্তু, rubbish, sweepings. ঋৰৰণি, স. শ. জাবৰ পেলোৱা ঠাই, খেৰ কুটাৰে পূৰ হোৱা ঠাই, a place full of rubbish, a place where sweepings are thrown. জাবালি, স.শ. এজন ঋষিৰ নাম, the name জাৰ, অ. বা. উথহা গুছ, to heal as a swelling. জামাতা, স. শ. {সং. মাতৃ, জোৱাই) জোৱাই, জীৰ স্বামী, a son-in-law. জামাতৃ, স. শ. (সৎ জায়া, ভাৰ্য্যা+মা, হণ ক) জোঁৱাই, a son-in-law, জামি, স. শ. (যাং. } লগা, লোকে কোনো কাৰ্য নকৰিলে তাৰ নিমিত্তে দাঙ্গী হবলৈ গত লোৱা মানুহ, a surety. জামী, স. শ. (সং. জীব, এবিধ ফল ) এবিধ টেঙ্গা ফল, a kind of time. জামু, স. শ. (সং, জন্ধু, এবিধ ফল। এবিধ ফল, a kind of fruit and its tree (Eugenia Jambolana). জামুকলীয়া, বি. (অ. জামু, ঐ +কলীয়া, কলা বৰণীয়া) অলপ ৰঙ্গাৰে মিহলি কল বৰণীয়া, purple. জামুকী, স. শ. {সং. জম্বুক, শিয়াল; 1 শিয়ালৰ নেজৰ নিচিনা এতেকে) বৰ হিলৈ জুই লগোৱা আৰিয়া, a port-fire or match for firing guns. জামু-াত, স. শ. (সং. জম্, খা+ সঁাত, দন্ত; ভাবে চোবাই খোৱা যায় এতেকে। fa te, a molar tooth. জাম্বৱন্ত, স, শ. {স, জাম্বৱৎ, এটা ভালুক নাম) ৰামৰ সৈৰ এজন সেনাপতি, তেওঁ ভালুক আছিল আৰু তেওঁৰ জীয়েক সত্যভামাক কৃষ্ণই বিষ কৰিছিল বুলি পুথিৰ লিখা আছে, one of the leaders of Rama's my said to be a bear. জায়া, স. শ. (সং. জন, ওপ) ভায্যা, ঘৈণী, গৃহিণ { স্বামীয়ে ভাৰ্য্যাৰ গৰ্ভত সস্তান স্বৰূপে পুনৰায় জন্ম লয় তেকে ), a wife. জাৰ, স, শ. (সৎ , দুৰ্বল হ) উপপতি (ভাৰ্য্যা-স্বামীৰ মাজৰ চেনেহ দুৰ্বল কৰে, এতেকে ), a jaramour, কাৰ, স, শ. (সং. অড়, চেচা, হি, জাড়া, আঙু, শত) চেঁচাৰ পৰা হোৱা কষ্ট, পৰ wota, cold. of sage. জাৱাৎ, স, শ, এবিধ সুগন্ধি জলা গুটি, তাক পায়ে ঘোটৰ পৰা পোৱা যায়, a kind of fragrant and pungent seed brought by the Bhatias.