পৃষ্ঠা:হেমকোষ.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জানিবা। জাতি জাতি, স. শ. (সং, জ, ওপজ) শ্ৰেণী, বিধ, প্ৰকাৰ; কুল, এবিধ ফুল, sort, kind, species, caste, a kind of flower, জাতি, বি. মম, শান্ত; যেনে, জাতি লৰা; পোহনীয়া হোৰ; যেনে, বনৰীয়া মহক জাতি কৰা টান; ঘাই বিধৰ, যথাৰ্থ

    • , mild, not violent, tame, of

the real kind. জাতি কাঠ, স, শ, (অং. জাতি, ধাই বিধৰ+ কাঠ, কটা গছ, অৰ্থাৎ মান বঢ়াবৰ নিমিত্তে তাক যথাৰ্থ বিধৰ বোলা যায়) চন্দন-কাঠ, এবিধ সুগন্ধি বগা কাঠ, to sandal wood. জাতি-ধৰ্ম্ম, স. শ. (সং. জাতি, কুল, শ্ৰেণী + ধৰ্ম্ম, নীতি) প্ৰত্যেক জাতিৰ মানুহৰ পূৰ্বৰ নিয়ম অনুসাৰে কৰ্তব্য কৰ্ম্ম, tle particular duty or occupation of cach class or tribe. জাতি-পাণু, স. শ. (অং. জাতি, ঐ+পণি, এবিধ লতা} ঘাই বিধৰ পাণ, মানুহে সদায় ব্যৱহাৰ কৰা পাপ (আউনী পাণৰ পৰা পৃথক কৰিবৰ কাৰণ সেই নাম}, the betol vine and its leaf. জাতিবাহ, স. শ. এবিধ কাঠী-কামী আদি ভাল কামত লগোৱা বাঁহ, a species of bamboo which is chiefly used in wicker work. জাতিভ্ৰষ্ট, বি. (সং. জাতি, কুল+ভ্ৰংশ, নষ্ট হ) জাতি-যোৱা, জাতিহীন হোৱা, degraded in caste, outcast. . *7. জাতিৰ লোপ, জাভিনাশ, loss of caste. জাতি-বিদ্বেষ (-বি-), স. শ. (সং. জাতি, জাতি-ৱিৰোধ (-বি-), মানুহৰ শ্ৰেণী + বিৰোধ বা বিদ্বেষ, বিবাদ) বেলেগ জাতিৰ মানুহৰ মাজত থকা বিদ্বেষ, race- autagonism. জাঙ্কিকাৰ, বি. (সং. জ্যোতিষ্কৰ, ক) সুন্দৰ, সুদৃশ্য, শশাছিত, উত্তমৰূপে content, splendid, showy, well decorated. জাম্মি, বি. (সং. জাতি, শ্ম +স্থ, মমত খ) পূৰ্ব্ব জন্মৰ কথা মনত ৰখা, আগৰ জন্মৰ কথা কব পৰা, remembering one's own condition in a previous life, জাভিহী, বি. (সং. জাতি, কুল+হীন, নথকা) জাতি নথকা; জাতি নষ্ট হোৱা, having no caste, degraded in caste. জাতীয়, বি. কোনো এক জাতিৰ বা দেশৰ মানুহবিলাকৰ নিজৰ; যেনে, জাতীয় কবি, national. জাতে, ক্ৰি. বি. (অং. জাত, শ্ৰেণী) জাতেই, সমূলি, গোটেই, নিচেই; যেনে,

  • faceta e ($157, wholly, alto-

gether. . জাত্যস্ত, বি. (সং. জাতি, কুল + অন্তৰ, পৃথক্‌। আন এক জাতিৰ, আগেয়ে থকা জাতিতকৈ বেলেগ; যেনে, অমুক জান্তা- 37 37, of a different caste, an out- cast. জান্, স, ধা, (সং. জ্ঞা, বুজ পা) বুজ পা 10, to know, to understand. জান দি, সম্বাদ দি, জনা, to inform. জানু, স, শ, পানী বৈ যোৱা, দ, স্বাভাৱিক antes, ofa, a ravine, a creek. জান্ দি, সম্বাদ দি, বাৰ্তা দি, to give potice to. জানকী, স. শ. ( স. জনক, এজন ৰজাৰ নাম ) জনক ৰজাৰ জীয়েক, ৰামৰ ভাৰ্যা, 701, a name of Sita. জামনী, স. শ. (জান, বুজ) লোকক জান দিবৰ নিমিত্তে লিখা কাকত বা মুখেৰে পঠোৱা বাৰ্তা, a written or verbal notice or information an adver- tisement. জানা, বি. { অং. জন, বু পা) জনা, জ্ঞানী, বোধ থকা, knowing, wise. স, শ, জানোত, না পোক, one who knows, a wise person. জানি, ক্ৰি. বি. (আন’ ধাতুৰ লোট অৰ্থাৎ ভবিষ্যতৰ তৃতীয় পুং) অনুমান কৰি লোৱা, মনত ভব; যেনে, তুমি