পৃষ্ঠা:হেমকোষ.pdf/৩৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰয়ী। জৰাসন্ধ ইয়ী, বি. (সং. জয়িন্, জিকা ) জিকা, জয়- victorious. জ, স. শ. (সং. অৰ, এবিধ ৰোগ) গাত utar com a cott, a fever. জৰ পৰ, জৰৰ দ্বাৰা আক্ৰান্ত হ, to be laid up with fever. জ,। অ. বা. (সং. ঝৰ, পানীৰ পুং বা ঋৰ, ভূমুক) পানীৰ দৰে অলপ অলপকৈ বাহিৰ হ, অতি ক্ষুদ্ৰ বিন্ধাই দি ৰৈ পৰ। যেনে, কলহৰ পৰা পানী জৰে; লোভক বাহিৰ কৰ; যেনে, “জৰে মোৰ আখি” (TTT), to noze out, to percolate, to shed tears. জ, অধ, {স, জু, বুঢ়া হ) বুঢ়া হ; যেনে, অজৰ জৰিল, to be old. (kare). ৰক, অনুক, হাবিৰ মাজত বা গছপাতত কোনো বস্তু পৰিলে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express a rustling noise. জৰ-পৰি, স. শ. (অ. জৰ, তাপ-ৰোগ +খাপৰি, প্লীহা অধিক দিন জৰ হোৱাত বাওঁফালে বুকুৰ নামে বঢ়া এড়োখৰ মঙ্গহ, a liseased or enlarged spleen. জুৰণি, স. শ. (অং. অৰ, সৰু বিন্ধাই ঋৰণি, দি অলপ অৰূপকৈ বৈ পৰ) নৈ বা বিল আদিৰ পৰা মাটিৰ মাজে দি সৰকি ওচৰৰ দ ঠাইত গোট খোৱা পানী, the water which pozes out from a river, &c., through the earth into an adjoining hollow place. . অৰকাৰু, স. শএজনা ঋষিৰ নাম, an ancient Sage who married a sister of the grcat serpent Vasuki, and was father of the Sage Astika. (Dowson.) গুৰথ, স. শ. (সং. জৰঠ; হিং. জৰ্দ, হাল- ধীয়া বৰণ) গুটিৰ পৰা হালধীয়া বৰণ কৰা এবিধ গছ a tree, the seed which is used in coloring yellow, জগৰ, স, শ, (সং ঔৰ বুঢ়াগো, গৰু) বুঢ়া গৰু; (উপহাসাৰ্থত) বুঢ়া মানুহ, an old cow or bull (in ridicule), an old person. জব, স. শ. { অং. জৰ, তাপ-ৰোগ বন, ঘূহ) জৰীয়া মানুহক কাপ কৰি খুওৱা এবিধ বন, যেকপৰা, a medicial herl. অৰ-শুৎ, স. শ. (অং, জুৰ, তাপ-ৰোগ+শুৎ, হল } জৰীয়া মানুহৰ নাকত হোৱা ক্ষত, a sore in the nostril of a person suffering from fever. জ, স. শ. (সৎ, স্কু, বুঢ়া হ} বুঢ়া বয়স; tata 38, old age, decrepitude. জ, স. শ. এবিধ ঠ বাদুৰে টেঙ্গা ফল, a specics of citron. জ, স, ধা. (“জাৰ,” চোৱা) মন্ত্ৰ কৰা, ঝুৰা, মন্ত্ৰৰ বশ কৰা, কুলাৰ দ্বাৰা পৰিষ্কাৰ

  • T, to cause to be subjected to

an ordeal by magic, to cause to be winnowed. জৰাতুৰ, বি. (সং. জৰা, বুঢ়া বয়স+আতুৰ, পীড়িত) বুঢ়া বয়সৰ দ্বাৰা কষ্ট পোৱা, অতিশয় বুঢ়া, আলৰ, old and infirm. জৰা-ধা, স, এ. (অং. জৰা, ভোগ-জ + ধৰা, ধৰে) ৰজা বা দেৱৰ ভোগ- জৰা ধৰা, ৰজা বা দেৱতাক খোৱা sant (54$t1, one who supplies {lrinking water to a king or idol. জৰায়ু, স. শ. (সং. জৰা, দুৰ্বল+ই, প্ৰাপ্ত হ) গভ; গৰ্ভ সন্তানক আববি থকা atst, the nterus, the placenta. জৰায়ুজ, বি. (সং. জৰায়ু, ঐ+ জন, ওপজ। কণী নোহোৱাকৈ উৎপন্ন হোৱা; যেনে, মানুহ গৰু আদি, viviparous. জৰাৱস্থা, স. শ. (সং. ফুৰা, বুঢ়া+ অৱস্থা, ভাৱ) বুঢ়া দশা, বুঢ়া বয়স, old age. decrepitude. জবাস, স, শ, (সং. জুৰা, এজনী ৰাক্ষসীৰ নাম+ সন্ধ, একত্ৰ কৰা) মগধ দেশৰ এজন ৰজাৰ নাম, তেওঁ কংস ৰজাৰ মোমাইয়েক আছিল আৰু ভীমৰ দ্বাৰা হত হল, তেওঁ দুই খণ্ড হৈ উপজিছিল, পাচত জৰ নামেৰে ৰাক্ষীয়ে দুই খণ্ড