পৃষ্ঠা:হেমকোষ.pdf/৩৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জম্ভাৰি জয়া, seven divisions of the earth includ. ing the whole of the known world. জস্তাৰি, স. শ. (সং. জম্ভ, এটা অসুৰৰ নাম + অৰি, শক্ত, ক ইন্দ্ৰই বধ কৰিলে। ইন্দ্ৰ, a name of Indra. জম্ভাৰ, স. শ. ( স. জম্ভ, নাশ কৰে। অসুৰ, দৈত্য। এটা অসুৰৰ নাম, ক ইন্দ্ৰই বধ কৰিলে, এতেকে তেওঁক “জভেদী” বা “জম্ভাৰি” বোলা যায়, a name of a demon. জয়, স. শ. (সৎ, জি, জি) যুদ্ধ বা বিবাদত বিপক্ষক হোৱা কাৰ্য, এন্তেকে মঙ্গল, victory, conguest, triumph, pros- perity. ভা. শ. এই শব্দ ভক্তিভাৰ জয়-জয়,। বুজাবৰ নিমিত্তে দেৱতাৰ নামৰ গত দিয়া যায়; যেনে, জয় জগন্নাথ! ডাঙ্গৰ লোকৰ নামৰ আগত দিলে সি আশীৰ্বাদ বুজায়; যেনে, জয় মহাৰাজ! an exclamation of praise to a god, an invocation of blessings upon a great man. ঘন্টা, স. শ. (সং. জয়, জিকা কাৰ্য+ ঘণ্টা, এবিধ বাদ্য) ৰণত জিকাৰ আনন্দ প্ৰকাশ কৰিবৰ নিমিত্তে বজোৱা ঘটা, II kung to declare victory. জয়ঘণ্টা লাৰ, কোনো মানুহৰ চুলিত ধৰি জয়-ঘণ্টাৰ দৰে বৰকৈ জোকাৰি দুখ দি; যেনে, অমুকক জয়ঘণ্টা লাৰিলে, to shake violently or handle roughly. জদেউ -কাকৃতি, স. শ. বব কাকৃতি, বৰ ব্যথা হৈ নমভাৱে কৰা বিয়, very eamst: and humble supplication. জয়দেৱ নামেৰে এটা মহাৰাগীয়ে জগন্নাথক বৰ ব্যৰ্থ হৈ স্তুতি কৰাত জগন্নাথ প্ৰসন্ন হৈ তাক নিৰোগী কৰে, এই উপা- খ্যানৰ পৰা সেই শব্দ হৈছে। জয়দ্ৰথ, স. শ. দুৰ্যোধনৰ ভনীয়েকৰ স্বামী আৰু তেওঁৰ এজন সেনাপতিৰ নাম, a clief in tho army of Duryodhana. জয়-ধ্বনি, স, শ. (সং, জয়, জিকা কাৰ্য+ 23 ধ্বনি, শব্দ। শক জিকি কৰা আনন্দৰ শব্দ; এতেকে, আনন্দ প্ৰকাশ কৰিবৰ নিমিত্তে কৰা শব্দ, উচ্চ মাতেৰে কৰা

      • , a shout of victory or

pleasure, a blessing given in a load voice. জয়ন্ত, স. শ. (সং. জি, জি) ইন্দ্ৰৰ পুতে- 4713, a name of Indra's son, জয়ন্তা, স. শ. অসম দেশৰ দক্ষিণ-পূব ফালব G 40, Jaintia. A part of the Sylhet district als a jurtion of the Khassia Hills district. জয়ন্তী, স. শ. (সং. জি, জিক। দুৰ্গা, পাৰ্বতী; এবিধ ফুল, at tahn of Durga, a species of Rower plant. জয়ন্তীয়া, বি. (অং. জয়ন্ত, এটা পৰ্বত ) জয়ন্তা পৰ্ধতত থকা ৰা উৎপন্ন; যেনে, জয়ন্তীয়া কছাৰী, living ) loor11 it Jaintia. জয়যুক্ত, বি. (সং. জয়, জিকা কাৰ্য+ যুক্ত, থকা জয়ী হোৱা, জিকা, কৃতকাৰ্য, কুশলযুক্ত, vietorious, Steessful, pros- perons. জয়শীল, বি. (সং, জয়, ঐ। শীল, স্বভাৱ- যুক্ত) সদায় জিকা, পৰাজয় নোহোৱা; যেনে, অৰ্জুন জয়শীল আছিল, কুশলযুক্ত, ever victorious, never dofcatod, Prosperouts. জয়শ্ৰী, স. শ. (সং, জয়, ঐ+ শ্ৰী, সৌভাগ্য) শক্তক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য aya, the glory of victory. জয়ন্ত, স, শ, (সং. জয়, কুশল + স্থম্ভ, খুঁটা) কোনো কথা চিৰস্মৰণীয় কৰিবৰ নিমিত্তে কৰা বৰ ওখ পক শুন্তু, a pyramid. জয়া, স. শ. {সং. জি, জি) দুৰ্গা; তেওঁৰ 49 ay fanfaat, a name of Durga, one of her female attendants. জয়া, বি. (সং. জয়, জিকা ভূতে নিবাস কৰা, ঊয়লগ, (ভূতৰ জয় হয় এজেকে ), lhaunted. .