পৃষ্ঠা:হেমকোষ.pdf/৩৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 prayers, utterivg inaudibly the namos of gods or s pryer on a rosary or on the joints of the fingers. পং, অনুক, পানীত বন্তু পৰিলে হোৱাৰ farsary *t, an imitative sound used to express that of sudden plunging into water. জপং কৰে, ক্ৰি. বি. জপ শব্দ কৰি, অকস্মাত পানীত পৰাত খাটে, siddenly falling on water. জপটিয়া, স. শ. (বং, জাপান, সাবটি ধৰ) একে লগে মেৰা, মেৰাই লগ লগা; যেনে, জপটিয়াই বান্ধিছে; দোষীৰ সঙ্গী কৰু, লেটিয়া, দোষাৰোপ কৰ; যেনে, চোৰে সকলোকে অপটিয়ায়, to entivine, to implicate in & crime. জপনা, স. শ. ( অং. জপা, দুৱাৰ মাৰ পদূ- লিৰ দুৱাৰ, the door of a gateway. পনীয়, বি. (সং, জপ, ধ্যান কৰ) পিব লগ, মনে মনে ধ্যান কৰিব যোগ্য, to be meditated upon. জপমালা, স, শ. (সং জপ, ধ্যান+মালা, জৰীৰে গাঁথা মণি আদি) অৰীৰে গঁথা কাঠৰ বা পোৰালৰ মণিসমূহ, সেই বিলা- কৰ দ্বাৰা দেৱতাৰ নাম বা মন্ত্ৰ লেখ ৰখ। 1#, a rosary, or chaplet. পৰ্জল, } বি. ভেবা, বুদ্ধিহীন, একো জপঞ্জলো, নজনা; অপৰিপাটি, du, stupid, untidy, slovenly. পিজপ, অ. ধ. (অং. জপং, পানীত পৰাৰ শ) পানীত পৰা মানুহৰ দৰে ব্যাকুল হ, কষ্টত পৰি বিবুদ্ধি হ (প্ৰায়ে ‘ফুৰ” ধাতুৰ সাধ্য ক্ৰিয়াৰ আগত ই-ভাগান্ত সিদ্ধা ক্ৰিয়া হয় }; যেনে, আপাদত পৰি জপ- poti face, to be distracted by misfortune. অজয়া, বি, (অং, লোপা, ডাল পাতেৰে পূৰ চুটি গছ আদি) জোপোহ, ডাল পাতেৰে পূৰ, full of leaves and branches, buslıy. অবকা, স. শ. (অং. জাবৰ, খেকুটা আদি অকামিলা বস্তু) জাবৰ গোটোৱা এটা সঁজুলি, a rake. জবকিয়া, স. . { অং. অবকা, ঐ ) জৰকাৰে গোটা, জবকাৰে পৰিষ্কাৰ কৰ, to rake. জবৰা, বি. { অথ, জাবৰ, খেকুটা আদি অকামিলা বন্ধু ) জাবৰৰ নিচিনা, জাবৰ- যুক্ত; আহযুক্ত; যেনে, জবৰা আম, full of rubbish, fibrous. জম, “জ” চোৱা। জমদগ্নি, স. শ. এজনা মুনি, পৰশুৰামৰ attore, the name of a sage. জমা, স. . { যাৎ ) এক কৰু, সংগ্ৰহ কৰ; যেনে, ধন জমাইছে, to collect, স, শ, ধনৰ মুঠ; সঁচি থোৱা ধন বা বস্তু; এবিধ ভৰিলৈকে ঢাকা চেলা, sum total, accumulation, a robe. জমাদাৰ, স. শ. (যাং.) পলটনৰ এজন বিষয়, টেকেলা আদি সামান্য বিষয়াৰ প্ৰধান

  • 193, a non-commissioned military

officer, a head man of public meniul servants. জজ, অনুক, বৰ জাল বা বিষৰ পৰা হোৱা দুখ বুজাৰৰ নিমিত্তে ব্যৱহাৰ কৰা শব্দ, a cry caused by a burning or severe pain. জমজমা, অ. ধা (অং. জম্ম, ঐ) বৰকৈ পোৰণিয়ে ধৰ, বৰকৈ বেদনা দি; যেনে, বিষে জমজমাইছে, to cause a burning sensation or great pain. জম্বি, স. শ. (সং. জম্, খা) নেমু টো, জীৰ, ঘাইকৈ জামীৰ টেঙ্গা, a lime, জন্ধু, স. শ. (সং, জ, খা) এবিধ মানুহে খোৱা ফল, জামু, a tree and its fruit, the Jumui. (Eugenia Jambolana). জহুক, স. শ. (সং. জম, ঐ) শিয়াল, a jackal. স, শ. (সং. জম্বু, জামু+দ্বীপ, মাজালী) পুৰাণৰ মতে পৃথিবীৰ সাভ খগুৰ মাজৰ খণ্ড (এই খণ্ডত জামু গছ অধিক এছেকে সেই নাম ), one of the