পৃষ্ঠা:হেমকোষ.pdf/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাে ৩৩৩ চেপে চেৰেং কৰে, ক্রি. বি. অকস্মাভ, ( পাহৰি থকা কথা মনত পৰা খাটে ), suddenly (said of recollecting). চেৰে অনুক, চুঙ্গাৰ মুখে দি বেগাই পানী মাৰি পঠাওঁতে হােৱাৰ নিচিনা শব্দ, ৰেপ মাৰি কাঠোতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that of water squirted out, also the sound caused by a suiden cut or blow. চেৰে, বি- ( অং. চাৰি +এক) চাৰিটামান, কিছু, কিছুমান ; যেনে, জন চেৰেক ভকত, | a few. কলা গছবিলাক চেফেৰা হল, deteriora- ted or degenerated (as trees). চেক, অ, ধ. (সৎ, চপ, সঞ্চালিত হ) কোনাে অনিষ্ট কথা শুনি গা সঞ্চালিত হবা ভয় পা; যেনে, পুলিচ অহা শুনিলে চোৰৰ SM City, to start or feel a sudden incasy sensation on hearing of some- thing injurious to one's interests. চমনীয়া, বি. অলপ বয়সীয়া আৰু বৰ ওখ, ডাঙ্গৰ নােহাৱা; যেনে, চেমনীয়া লৰা, young and not tall. চে, বি. আনতকৈ নীহ, নিষ্কৃষ্ট, inferior. চেৰ পৰু, আনতকৈ নীহ বা নিস্কৃষ্ট হ; যেনে, পঢ়াত চেৰ নপৰিবা, ta) be s1Tassed. চেৰ পেলা, আনতকৈ শ্রেষ্ঠ হ, আনক কোনাে কথাত পাচ কৰি আগ বা, to surpass, in excel. চেৰা, অ, ধ. (সং. চৰ, গতি ক) পেট চলা, পানীৰ নিচিনা শৌচ কৰ, to suffer front looseness of the bowels. 1. i. ওপবে যা, ডেই যা, to ster ove, to: cross. কৃদ স. চেৰাওঁতা, { স্ত্রী)চেৰাতী। চেচুলি, স. শ. ( তলত চোৱা লৰা ওপ- জেঁতে মূৰত থকা চুলি, the hair ot the lead of a child just born, চৰাশলীয়, বি. (অ. চেৰাশালি, প্ৰসৱৰ ঠাই পােনেই লৰা পােৱা, অশৌচীয়া, brought to child-bed, confined to the lying-in chamber. চেৰাশালি, স. শ. {সং, চ, গতি ক+ শালা, ঘৰ । লৰা প্ৰসৱ কৰা ঘৰ, ( লৰাই গৰ পৰা বাহিৰলৈ গতি কৰে এতেকে }, as চেৰেকৰ্নী, স. শ. { অং. চৰেক, অনুকাৰ শব্দ + পানী, জল চুঙ্গাৰ মুখে দি বেগেবে মাৰি পঠোৱা পানী, water squirted out of a narrow pipe. চেৰেকী, স. শ. (সং, চক্র, চাকা; হিং, চখী ; বৎ. চৰকী, তা মেৰােৱা যতন) উঘাতকৈ অলপ ডাঙ্গৰ এবিধ সূতা মেৰােৱা যতন, a contrivance for winding thread. চেৰেক্‌ কৰে, ক্রি. বি. ( অং. চেবে, অনুক) চেৰেক শব্দ কৰি ; যেনে, চেৰেক কৰে পানী মাৰিলে; বেগতে ৰেপ মাৰি ; যেনে, চেৰেক কবে কাটিলে, making : { quick sharp sound water syuirtel out, or the sound caused by a sudden cut or blow. চেৰেঙ্গা, স. শ. { অং. চেৰেং, অনুক, ) কিছু কালব নিমিত্তে ওলােৱা ৰদ ; যেনে, ৰাতিপুৱা এচেৰেঙ্গা বদ ওলাইছিল, ৰদ 66777778 byt, an interval of the sun's shining, temporary sunshine. চেৰেঠ, বি- মলিন ; যেনে, ঠাইখান চেৰেঠ হল ; কৰিব নজনাৰ নিমিত্তে মন্দ বা নষ্ট হােৱা; যেনে, মূখ মানুহে সকলাে কাম ocas *, dirty, bangled, spoiled. চেৰেপা, স. শ. কেঁকুৰি, এবিধ মানুহ আৰু জন্ধুক কামােৰা সৰু পােক, a pecies of flea. চেৰেপা, বি. বৰ টেঙ্গা, অতিশয় সােবা, very acid or sweet. ride kupi kft. চেৰী, স. শ. { হিং, চেৰী, দাসী) দাসী, a naid servant. চেৰুৱা, স. শ. (সং. চৰ, গতি কৰ, তাৰ দ্বাৰা গতি কৰে, এতেকে) জন্তুৰ ঠেঙ্গৰ বহল আৰু মহাল ভাগ, tle thigh of an'animal. চেৰেউ ফেৰেউ, স. শ. বৰকৈ কাৰ শব্দ, চিঞৰ বাখৰ, a lotd enry.