পৃষ্ঠা:হেমকোষ.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চুণ। চেং চেং চুণ, স. শ. {স চূর্ণ, শিল বা শামুকৰ ছাই) পােৰা শিল বা শামুকৰ গুড়ি, lime. চুখাৰু, বি. (অং. চুপ, ঐ+ খাৰ, লােণৰ গুণ থকা ছাই) চূণ আৰু খাৰৰ নিচিনা চোকা, বৰ চোকা, having a cutting or 'picrcing taste like lime or alkali. . চুপ-খাৰ কৰ, চোকা বাক্যৰ দ্বাৰা মনত দুখ দি; যেনে, অমুকৰ মুখ এনে চোকা যে মানুহক ততালিকে চূণখাৰ কৰি পেলায়, to wound the feelings by cutting words. চূ-চাতৃ, বি. (সং. চূর্ণস্যাৎ, ভাগি গুড়ি হয় } ভাগি গুড়ি হোৱা ; যেনে, চৰুবােৰ ভাগি চুণচাত হল ; নষ্ট, উবাৰ, তােলা, ধ্বংসিত; যেনে, মাউৰে গাওঁখান চূণ- চাত কৰিলে, bbroken to pieces, totally destroyed, laid waste. চু, বি. (স’. চূর্ণ, গুড়ি) চূর্ণ, নষ্ট, de- stroyed, smashed. 7. *. faz ay are বাঢ়িব নােৱৰা কৰা মন্ত্র, টিপনি, 1 incantation used to stop the progress of any pain or tumor. চুচুমৈ, বি. (সং. চুৰ্ণময়, গুড়িৰ নিচিনা) ভঙ্গি গুড়িৰ নিচিনা কৰা, চূর্ণ, broken to pieces, smashed. চুচুৰীয়া, বি. { স’, চূর্ণ, গুড়ি) ক্ষুদ্র, অনু- ৰূপয়া, সম্পূর্ণ পৰিমাণৰ নােহােৱা ; যেনে, এটি চুচুৰীয়া ভােজ ; মিহিকৈ গুড়ি কৰা; যেনে, চুচুৰীয়া গুড়ি, small inferior in degrec, reduced to fine powder. স. শএবিধ পােকে গাতৰ পৰা ওপৰলৈ তােল মাটিৰ মিহি গুড়ি, সেই পােক ; ঘৰৰ পিৰালি বা পুৰণি পকা ঘৰত হােৱা এবিধ শেলাইৰ নিচিনা উদ্ভিদ, fine dust or carth thrown up by a species of insect from the hole in which it lives, the insect itself, a kind of lichen growing on old pneca or earthen walls, &c. চুচুৰীয়াকৈ, ক্রি. বি. অলপীয়াকৈ, অনুৰূপী- য়াকৈ; মিহিকৈ, in a small degree, slightly, finely চূর্ণ, স. শ. (সং. চুর্ণ, গুড়ি ক) গুড়ি, খুলি মিহিকৈ ভঙ্গা বস্তু, চুশিল বা শামুক ছাই, povtter lime. বি. গুড়ি কৰা, খুলি $57, reduced to powiler. চূর্ণক, স. শ. (স’, চূর্ণকচূর্ণ, উপদেশ দি) পুথিৰ ভিত বা তলত লিখা কোনাে বাক্য বা শব্দৰ সংক্ষেপ অর্থ, a short, explanatory note written on the margin or at the foot of a book, a scholium, চূর্ণকাৰ, স, শ. (সং, চূর্ণ, চূণ + +, কৰ } চমাৰ, চূণ পােৰা বা বেচা মানুহ, ohe whose profession is to deal in lime. চূর্ণতা, গু, শ, গুড়ি হােৱা অৱস্থা, the state of dust or powder. চূর্ণাকৃত, বি. (সং. চুর্ণীকৃত, গুড়ি কৰা) চুচুমৈ কৰা, ভাঙ্গি ডােখৰ-ছােখৰ কৰা, broken to pieces, smashed. চূর্ণায়মা, বি. চূর্ণীকৃত, চুচুমৈ, smasired. চুণিকা, স. শ. “চূর্ণক” শব্দ চোৱা । চুণিত, কদ, বি. (সং. চূর্ণ, গুড়ি ক। মিহিকৈ গুড়ি কৰা, চূর্ণ কৰা; ভঙ্গা, ground, pulverized, smashed. চূর্ণীকৃত, বি. (সং. চূর্ণ, গুড়ি+কৃত, কৰা) মিহিকৈ গুড়ি কৰা ; ভাঙ্গি ডােখ-ডােখৰ l, roluced to powder, broken tn pieces, smashed. চূলা, স. শ. (সং. চুলা, মূৰৰ অলঙ্কাৰ জাপিৰ টুপৰ ওপৰত লগােৱা ধাতুৰ চুপহি; খৰমৰ খুঁটি ; the tetal ornament attached to the top of a Japi or hat-urabrella, the part of a wooden sandal, which passes between the big toe and the toc nest to it. চেউৰা, “চেৰুৱা” চোৱা । চেউলী, স. শ. ( হিং. চেৱলী; বৎ, চেলী, এবিধ কাপােৰ) এবিধ বিদেশী পাট Ptt, a kind of silk. চেং চে, অমুক জুয়ে পােৰা বেদনা প্রকাশ