পৃষ্ঠা:হেমকোষ.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

a name চিদানন্দ ৩২২ চি কাট বৰণ লগােরা, চিত্রিত বস্ত্র, drawn paint- anxious thought; anxiety from ed, variegated. fear of misfortitne or trouble. চিদানন্দ, বি. (সং. চিৎ, মন + আনন্দ, চিন্তা, স. শ. (সং. চিত্, ভা) ভাবনা, সন্তোষ } সদায় আনন্দ যুক্ত; যাৰ মনৰ মনতে কৰা আলােচনা ; ভাবনি, আগন্তুক সন্তোষৰ অন্ত নাই, (ইয়াৰ মূল সংস্কৃত দুখৰ আশঙ্কাৰ পৰা হােৱা মনৰ উদ্বেগ ; “সচ্চিদানন্দ," সেই শব্দ চোৱা, even ater, the act of thinking, reflection, joyful, স. শ. পৰমেশ্বৰ, God. anxions thought, wish. চি, স. শ. {সং. চিহ্ন, লক্ষণ ) চিহ্ন, লক্ষণ, চিন্তাকুল, বি. (সং. চিন্তা, ভাবনি + আকুল, কোনো এক বিশেষ বস্তু বা আকাৰ, যাৰ দুখিত) চিন্তাৰ দ্বাৰা দুখিত, ilisturl দ্বাৰা মানুহ বা বস্তু আদিক সেইটোৱেই with anxious thought. , এইটো বুলি নিশ্চয় কৰিব পাৰি ; প্রমাণ। চিন্তামণি, স. শ. { স” চিন্তা, ভাবনা+মণি, PT, a mark, il sign, a token, a হীৰা-মুকু আদি) এটা কাল্পনিক mark of punctuation. 4. 84. বহুমূলা মণি, । সি যাৰ ঘৰত থাকে টোৱেই এইটো বুলি জান্, to know, তেওঁক সকলো বঞ্ছিত বস্তু দিয়ে এতেকে to recoguize. . সেই নাম ) ব্রহ্মা, চিনা, স, ধা. { অং. চিন্, জান। এজনক Balina. বি. বহুমূল্য ; যেনে, “ চিন্তা- আন এজনৰ পৰিচিত কৰ, এইটোৱেই মণি জন্ম, হেৰা বিফলে হেয়, সেইটো বুলি জনা, to make acquaint. valuable. . ed, to cause to be recognizel. চিন্তাৱান, বি. (সং. চিন্তা, মনেৰে কৰা কৃদ স, চিনাওঁত, (স্ত্রী) চিনাতী। চিন্তাশীল, } আলোচনা+ৱান, প্রত্যয়; শীল, চিনাকি, স. শ. পৰিচয়, ae(jutaitaled. অভ্যাসযুক্ত সকলো বিষয় দ-কৈ গমি বি. পৰিচিত, আগৰ পৰা জনা, known, চোৱা অভ্যাসযুক্ত, অনুধাৱন কৰা স্বভাৱ- seen before. . যুক্ত, thoughtful, thinking. চিনাচিনি, স. শ. এজনে তান জনক চিন। চিন্তিত কৃদ, বি. (সং. চিৎ, ভাব) চিন্তা- অৱস্থা, এজন আন জনৰ চিনাকি হোৱা যুক্ত, চিন্তাকুল, ভাবনাৰ দ্বাৰা দুখিত, অৱস্থা; যেনে, তেওঁবিলাক দুইৰ চিনা- harassed with anxious thoughts. fifa 175, mutual acquaintance. চিন্তোভা, কদ, স. { অং. চিন্ত, ভাব) চিনােত, কদ, স, চিনি-পাওঁতা, a mall ভাবো, চিন্তা-ৰোতা; বাঞ্ছা-কৰোতা who recognizes another. (1) ( এই ভাৰত আন এটা শব্দৰ পাচত চিনত্রী। থাকে); যেনে, হিত-চিন্তো, one who চিন্ত, অ. ধ( সং• চিৎ, ভাবু) ভাবনা ক, thinks, a wisher, মনেৰে গুণ (এই ভাৰত সদায় ই-ভাগান্ত চিপ, স. শ. (সং. চপ, গতি ক) নামত সিদ্ধ। ক্রিয়া হয় ); যেনে, ভাবি চিন্তি, থকা বস্তু ওপৰলৈ দাবিৰ নিমিত্তে মৰা to think. স. ধ}. ধ্যান কৰ, মনেৰে আঁজোৰ ; যেনে, ভাৰ খন চিপ মাৰি উপাসনা কৰ ; যেনে, ঈশ্বৰক চিন্তিছে ; দাঙ্গিলে ; খােৰােগ ; (সি আঁজোৰ বা কৰ ; যেনে, শুভ চিন্তে ; মনত খালে গাত লাগে এতেকে সেই নাম), ৰা; যেনে, তােমাকে চিন্তি আছে, a sudden pall or jerk upwards, a to think of, to wish, to meditato slip-knot, a nonse. upon. চিপ কাঢ়, চিপ শ, মৰিবৰ সময়ত আঁজুৰি চিস্তনি, স, শ, ভাবনা, চিন্তা, বিপদৰ Santo , to labour for breath as at আগন্তুক দেখি হােৱা মনৰ উঞ্চল-খুগুল, the time of death.