পৃষ্ঠা:হেমকোষ.pdf/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিঠী খেল। ৩২১ চিত্রিত আহে, সেই জনেই ডাক পায়, alle, lottery. চিঠী খেল, সেই ৰূপে খেল কৰি কোনে বস্তু পাক ক নিশ্চয় কৰ, to rafile. চিত্। স. শ(সং. চিত্, স্মৰণ কৰ, চিন্তু, ) চিত্ত, মন, বুদ্ধি, হৃদয়, mind, intellect, the leart. চিত, বি. (সং. চিত, চিন্তা ক) ওপৰলৈ মুখ কৰি পৰি থক; যেনে, চিত হ ( কোনাে কথা ভাবিব লাগিলে ওপৰলৈ মুখ কৰা যায় এতেকে), lying with the face upwards. চিতই, ওপৰলৈ মুখ কৰি পৰ, to lie with the face upwards. চিতল, স, শ, (ব, চিতল মাছ) এবিধ চেপেটা ডাঙ্গৰ মাছ, a species of flat চিত্রগুপ্ত, স. শ. এস. চিত্র, লেখা+ গুপ্ত, লুকোৱা অর্থাৎ আনে নজনা) যম ৰজাৰ কাকতীৰ নাম, তেওঁ মানুহৰ পাপ পুণ্যৰ লেখ ৰাখে, আৰু তাক তেওঁত বাজে আনে নেজানে, tle Registrar of Yama (regunt of death) and recorder of the virtues and vices of mankind. চিত্রপট, স. শ. (সং. চিত্র, মূর্তি+ পট, কাপােৰ) কাপােৰ বা ভূলাপাতত লেখা অস্ত, বস্তু, নাইবা ঠাইৰ আকৃতি, a draw- ing, a picture, a map. চিত্রবিচিত্র (-বি-১, বি. (সং, চিত্র, নানা বৰণীয়া + বিচিত্র, নানা বৰণীয়া) অনেক বৰণৰ, নানা ৰৰীয়া ; অকল চিত্ৰতকৈ ইয়াৰ অৰ্থ অধিক বলৱান, farked with very many colours, variegated. চিত্ৰ, স. শ- {সং. চিত্র, নানা বৰণীয়া+ ৰখ, বাহন। ইন্দ্ৰৰ সভাৰ প্রধান গন্ধর্ব অর্থাৎ গায়নৰ নাম ; সূর্য, the chief of the chariotcers of Indra's curt, the sum. . was চিতা, স. শ. {সং. চিতা, চিত্, দমা, সংগ্রহ ক) মৰা মানুহক খৰি দিবৰ নিমিতে CATEGY 777 77, a funeral pile. চিৎকাৰ, স, শ, (সং. চিৎ, চিঞৰৰ শব্দ+ ক, কৰ) চিঞৰ, it serearn. চিত্ত, স. শ. “চিত” চোৱা । চিত্ত-বিএ, স. শ. (সং. চিত্ত, বুদ্ধি+বিভ্র, ভ্রান্তি ) বসিয়ালি, উন্মত্ততা, madness. চিত্র, স. শ. (স. চি, মন +ত্রৈ, বৃক্ষা কৰ অর্থাৎ স্মৰণ ৰখ) লিখনীৰে লেখা মূর্তি, পট, a Iricture. বি. নানা বৰণীয়া, 576TT, variegated, wonderful. চিত্রকর, স, শ. (সৎ, চিত্র, পট+ কৰ, চিত্ৰকাৰ, কৰোতা) মূর্তি লেখো, খনিকৰু, at painter . চিত্ৰকৰ্ম্ম, স, শ, (সং. চিত্র, আশ্চৰ্য্য + কৰ্ম্ম, কাম) ভােঙ্গ-বাজি, এটা বস্তুক আন এট। যেন দেখােৱা কৰ্ম্ম, magic. (চিত্র, পট + কৰ্ম্ম, কাম) খনিকৰৰ কাম, পট, a picture, চিত্রকূট, স. শ. (সং. চিত্র, নানা বৰণীয়া + কূট, পৰ্বতৰ টিং) বুন্দেলখণ্ডত থকা এটা পৰ্বতৰ নাম ; শ্ৰীৰাম বৰলৈ গৈ প্রথমতে তাতে আছিল, the name of 1 nountain in Bundelkhand, চিত্রলেখা, স. শ. (সং. চিত্র, পট+লিখ, মূৰ্ত্তি আঁক) বাণ ৰজাৰ জীয়েক উষাৰ সখীয়েক ; এজনা অপেশ্বৰৰ নাম, hamd of nymph who was skilled in painting and in the nagie art. She the friend of Usha (Dowson ). She was said to be the daughter of Bana Raja. . চিত্রশালা, স. শ. (সং. চিত্র, আচৰিত বস্তু +শালা, ঘৰ ) নানা দেশৰ আচৰিত বস্তু আদি থােৱা ঘৰ, a nuscus. চিত্ৰশালিক, স. শ. (সং. চিত্র, লেখা মূর্তি +শালিক, ঘৰ) নানা প্রকার লেখা ft ca 54, a picture gallery. চিত্রা, স. শ. (সং. চিত্র শব্দৰ প্ৰীলিঙ্গ) চতুর্দশ নক্ষত্ৰৰ নাম, the fourteenth lunar mansion. চিত্রিভু, কুদ, বি. (সং. চিত্ৰ, বৰণ লগা ) মূর্তি লেখা, অঙ্কিত; যেনে, এই মুক্তি বা চিত্রপট অমুকৰ দ্বাৰা চিত্ৰিত হৈছে নানা 21