পৃষ্ঠা:হেমকোষ.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাহিনী। চাহিনী, স. শ. “চ” চোৱা। চাহী, স. শ. (অৎ চহ, মাটি চাহ কৰ; বং চাষী, চাহকৰােতা মানুহৰ ছালত চাহ কৰা মাটিৰ দৰে ক্ষত কৰা এবিধ অতি ক্ষুদ্র পােক ; অতি ক্ষুদ্র অংশ । যেনে, এচাহী দিয়া, a kind of mite, a very small quantity. চাইনী, স. শ. লোকৰ বস্তুৰ পৰা মনে মনে লােৱা ক্ষুদ্র এভাগ, a small portion pilfered , চাহিনী খ, লােকৰ বন্ধুৰ অলপ চুৰ কৰ বা চান কাঢ়ি ল ( নিন্দাৰ্থত), to pilfor or abstract a small portion of. চাক্ষুষ, বি. { সং, চক্ষু, চকু) চকুৰে দেখা; যেনে, তেওঁৰে সৈতে মােৰ চাক্ষুষ আলাপ ate, visible, seen with the eyes. ছিচা, স. শ. ( যাণ. চিচা, আছী, তাৰ দৰে জিলিকে এতেকে) বতল, সৰু ডিঙ্গিৰে এবিধ কাচৰ পাত্র, a lottle. চিচী, স. শ. সৰু চিচা, a plnial. অনুক, কোনো কোনাে চৰাইৰ 54-16, নিচিনা শব্দ, an imitative sound used to cxpress that of cer- tain birds, , চিহিহি, অনুক, ঘোড়াৰ নিচিনা মাত, an imitative sound usel to express the neigling of a horse. চিক, স. শ. (অৎ চুক, কোণ) কৰণৰ যােৰাৰ চুক, the groin. অনুক, চিকাৰ ate, an imitative sound used to express that of a muskrat. চিকচিকা, অ, ধ· ( অং. চিক, চিকাৰ মাত ) চিকাৰ নিচিনা শব্দ কৰ, to scratch as tbc muskrat. চিকচিকীয়া, বি. (সং. চিক্কণ, মিহি আৰু জিলিকা) বৰ মিহি হােৱাৰ নিমিত্তে জিলিকনি উঠা, বৰকৈ ঘঁহা মজাৰ নিমিত্তে জিলিকা, glossy. চিকটা, বি, অনায়াসে নিছিগা, লেটেকা ; যেনে, বুঢ়া হাঁহৰ মহ চিকটা ; এতেকে pota, tough, tenacious, niggardly. চিকামড়লী। চিকটা, স. শ. (অং. চিক, এবিধ সৰু পােক) অতি অলপ অংশ, অতি ক্ষুদ্র বস্তু, a minute particle, a small portion. চিক, বি. { সং. চিক্কণ, মৃদু} মিহি, সুন্দৰ ; উত্তম ; পুষ্ট, smooth, beautiful, excellent, plump. চিককৈ, ক্রি. বি. উত্তমৰূপে, ভালকৈ, nicely. . চিকণা, স. ধ. নির্মল কৰ ; পৰিষ্কাৰ কৰ, আঁতা; যেনে, গা চিকণা, ঠাই চিকণা, to clean, to clear. 3. 7. fot. ওস্তা, চিকণাতী। চিমিকা, অ. বা. জিলিক, তিৰবিৰা, t glitter, to sparkle. চিকমিকীয়া, বি. জিলিকা, ভিবিৰীয়া, glittering, twinkling. চিকৰা, স. শ. (সং. চিক্ক, পীড়া ক) গৰু- পহু আদিৰ গাত কামুৰি ধৰি থকা এবিধ সৰু পােক, a tick, চিকৰা-খােৱা, স. শ. (অং. চিকটা, ক্ষুদ্র চিকৰি-শে, । বস্তু+ খােৱা, ভক্ষণ কৰা) ক্ষুদ্ৰ চৰাই ধৰা এবিধ সৰু শেন, smaller species of hawk, a sparrow- Dawk. চিকা, স. শ. (সৎ, চিক্ক, এবিধ দুর্গন্ধ এন্দুৰ) এন্দুৰ জাতিৰ এবিধ দুর্গন্ধ জন্তু, a muskrat. চিকাচা,স, শ, ঘিণ, শুচি অশুচিৰ বিচাৰ ; যেনে, ম্লেচ্ছৰ একো চিকাচা নাই, dislike of unclean things. চিকাফুৰা, বি. { অং. চিকা, দুর্গন্ধ এন্দুৰ + ফুৰা, ভ্ৰমণ কৰা) চিকাই ছুই যােত দুর্গন্ধ হােৱা; এতেকে দুনম পােৱা, rendered stinking by the touch of a muskrat, having a blot on the character. চিকামড়লী, স. শ. (অং. চিকটা, ক্ষুদ্র বস্তু +মণ্ডল, ঘূৰণীয়া সঁচ) গাত সৰু সৰু ফুট থকা এবিধ সৰু সাপ, সি প্রায়ে মা- হৰ ঘৰত থাকে, a species of small a