পৃষ্ঠা:হেমকোষ.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুমাৰী, চৰুত ৰুই চালত থােৱা এবিধ তৃণ, the aloe. চালনী-সৰকা, চালনা, স. শ. সঞ্চালন, লৰচৰ, লৰােৱা FYÁT, the act of moving or shaking. চালনী, স. শ. হাতেৰে চলাই বা ঘূৰাই শস্যৰ অসাৰ বা বেয়া ভাগ গুচোৱা এবিধ কাঠীৰ যতন, a riddle, a sieve. বি. (অৎ, চালনী+সৰকা, একাল সােমাই আন কালে ওলােৱা } চালনীৰ দৰে বহুত ফুটা কৰা, থকা সৰকা ; যেনে, মগাই কঁড়িয়াই তাৰ গা চালনী-

      • fatt, rildled, piered with

many holes. , চাহাবু। চালি-মাৰি, স, শভঁত ওলমােৰা মাৰি; দোলাৰ ওপৰৰ মাৰি, the pole on which a loom is liung, the hori- zontal pole at the top of a dvoli. চালু, স. শ. {বং চালু, এবিধ কাপােৰ } এবিধ দুটীয়া মােৰে বােৱা ৰঙ্গা কাপােৰ, a kind of red twilled cloth. চালুকীয়া, বি. {সং, চ, গতি ক) আলপ অলপকৈ খােজ কাঢ়ি বা আঁই পাৰি ফুৰিব পৰা; যেনে, চালুর্কীয়া লৰা, a child just able to walk a little or go on all fours. চাৱল, বি. (সং. চল, গতি কৰ, পানী বাগৰি যায়, এতেকে) এঢলীয়া, কতীয়া, sloping. চাহ, স, শ. ( চীন, চ্যা, হিং, চায়, বং চ, এবিধ গছ) এবিধ গছ; তাৰ পাত, the tea plant, (Thea Indica ), its manufactured leaf. চাহ্ এৰা দি, ক্রমে অনাদৰ কৰি পাচত একেবাৰেই এ ; যেনে, বিদ্যা শিকাত চাহ এৰা নিদিবা, to give up gracku- ally. চাহ মাৰ, চাহ-পাত শুকাই ভাজি প্রস্তুত

  • , to manufacture tca.

চাহ, বি. ( অং. চহু, হাল কোৰৰ দ্বাৰা আঁ) হল-কোৰ বাই খেতিলৈ যুগুত কৰা, চহােৱা; যেনে; মাটি চাহ হৈছে, tilled, broken up, as land. 7. *. হােৱা মাটি; যেনে, চাহত হে গুটি গজে, land tilled and made ready for seed, &c. চাহনি, স, শ. (অৎ, চাহ, এবিধ গছ) চাহ বাৰী, চাহ থকা ঠাই, a tea garden. চাহনি, স, শ. (অং. চা, চহােৱা মাটি ) হাল-কোৰ বাই যুগুত কৰা মাটি, a pieco of land made ready hy ploughing or loving , চাহাবু, স, শ, (ফা, মা লােক ) মাধ্য লােক, ভদ্রলােক; ইংবাজ, a gentleman, an European. চাল, স. শ. কুন্দত কটা খুৰা লগাই সঞ্জা মানুহ শােৱা বৰ স্বৰা, a large bench or form useil as a bed-stead. চালাক, বি. (বং. চালাক, চতুৰ) চতুৰ, 099, skilful, crunning. চালাকি, ও. শ. চতুৰ, ধূর্ত, skilful- ness, cunning. চালা, স. শ. (স চল, গতি কৰ, তাৰে সৈতে চলায় বা পঠায় এতেকে) বেচিবলৈ পঠোৱা বস্তুৰ আৰু তাৰ বেচৰ লেখ থকা কাকত কোনাে ঠাইলৈ পঠোৱা ধনৰ লেখ থকা কাকত, an invoice; a list of things, &c., despatched. চালি, স. শ, { সৎ, চাল, ঘৰৰ আচ্ছাদন অলপ কালৰ নিমিত্তে কৰা এখান চালৰ ঘৰ, ৰদ বৰষুণ নিবাৰিবলৈ কৰা চালৰ নিচিনা আচ্ছাদন ; মৈৰাচৰায়ে চালিৰ দৰে নেজ ভােলা আৰু ধীৰে ধীৰে খোজ কঢ়া কাৰ্য্য, a shed, the spreading out of the tail of a peacock. চালি ধৰ, মৈৰাৰ দৰে নেজ তুলি ধীৰে ধীৰে খােজ কাঢ়; এতেকে মূৰ পিয়কৈ ধীৰে ধীৰে গতি কৰু, to strint with the out- spread tail, to strut. চালি-জাৰি, ক্রি. বি. ববকৈ বিচাৰি ; যেনে, পলােরা চোৰ ধৰিব নােৱাৰি কনিষ্টবন্ধে গাৱঁত চালি-জাৰি ফুৰিছে, searching diligently,