পৃষ্ঠা:হেমকোষ.pdf/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰ্ণ ভলক। ৩৯ চলি। চল ভলকু বি. (অৎ- চল, গতি কৰ+ভুলক, অনুৰূ.) চঞ্চল, অস্থিৰ, অশত (বেয়া ভাৱত ১, fickle, unsteady, (in a bad scnse). যেনে, মাউতে চলঙ্গুৱা, বি. (অং.. চল, কাছৰ পিঠিৰ হাড়) কাছৰ পিঠিৰ চলঙ্গৰ দৰে মাজ ওখ, পঁতিলৈ ক্ৰমে চাপৰ, high in the middle and sloping to the sides. চলচলা, অ, ধ. (অৎ, জল জল, কটকটীয়া বৰণ ৰূপৰ নিচিনা বগা বৰণ প্ৰকাশ কৰি চট্ৰচটাই ফুৰ (মাছৰ কথাত খাটে); যেনে, এইটো পুখুৰীত মাছে চলচলাইছে, to nove about in water, as fish. চলীয়, বি. (অং. জলজলীয়া, ফটুটীয়া পানীৰে পূৰ, পানীৰে খাব বাম সমান হোৱা; যেনে, বৰষুণৰ পানীৰে পথাৰ- খান চশচলীয়া হল। ৰূপৰ বৰণীয়া, filled with water, silvery white. চলচল কৰে, ক্ৰি. বি. উজ্জ্বলকান্তি প্ৰকাশ কৰি { একেবাৰেই অনেক টকা দিয়াত খাটে); যেনে, অমুকে চলচল কৰে এশ টকা বাকি দিলে, of a shining white colour, said of money. চলতি, বি. ( অ. চল, ব্যৱহৃত হ) সাধাৰণ ৰূপে ব্যৱহাৰ থকা, সদায় চলি থকা; যেনে, চলতি কথা সকলোৱে বুজে, in cominon use, current. 5. *. 576, ব্যৱহাৰ; যেনে; * আহম-ভাষাৰ চলতি f6c2, currency, use. চলৎশক্তি, স. শ. (সং. চলৎ, গতি কৰা + শক্তি, বল ) উঠি লৰি ফুৰিবৰ শক্তি, strength for moving about. চলন, কদ, স. (অ. চল, গতি কৰ ব্যৱহৃত হ} গমন; যেনে, হাতীৰ চলনেৰে চলিছে; ব্যৱহাৰ; যেনে, সেই বস্তুৰ চলন নাই; আচৰণ; যেনে, অমুকৰ চলন ভাল নহয়, the act of moving of walking, use, conduct. চলঙ্কা, স. শ. লৰাব নোৱৰা কোনো মূৰ্তি গোৰ্সাইৰ প্ৰতিনিধিৰূপে লৰ্চৰ কৰি লৈ ফুৰোৱা মূৰ্তি; যেনে, হাজোৰ চলা মাধৱ, a portable idol exlibited as tho representative of one which cannot be removed. চলা, স. বা. গতি কৰা; হাতী চলায়, লৰা; ব্যৱহাৰ কৰা; যেনে, শঙ্কৰে মহাপুৰুষীয়া মত চলালে, সম্পন্ন কৰ, কাৰ্য্য কৰ; যেনে, অমুকে এই কাম চলাব পাৰে, to cause to go, or move, to give currency to, to bring into use, to perform. চলা, স. বা. (অং. চা, চালনী ব্যৱহাৰ ক) চালনী ব্যৱহাৰ কৰা, চালনীৰ দ্বাৰা

  • 775 ofte **1, to cause to sift.

চলাওঁতা, কৃদ স. চলোৱা মতা, a man who cauacs to move, &c.( (স্ত্ৰী) চাতী। চলা, স. শ. দীঘল চেপেটা বস্তু; যেনে, কাঠৰ চলা, anything flat and long. চলাচল, স. শ. { অং, চল, গতি কৰ) অহা যোৱা, গমনাগমন, খোৱাহোৱা, আহাৰ ব্যৱহাৰ, tlie act of going and coniug, intercourse, association. চলাচল, বি. (অং চলা, দীঘল চেপেটা বস্তু } বেলেগ বেলেগ এঠাইত এচলা আন এঠাইত আন এচলা হোৱা, sepla rate. চলাচল, বি. (সং. চল, গতি কৰ লৰচৰ কৰি থকা, চঞ্চল, অস্থিৰ, unsteady, unfixed. চলাচলে, ক্ৰি. বি. এচলা এচলাকৈ চলাচলকৈ, বেলেগ বেলেগ চলা কৰি, in soparte pieces. চলি, স. শ. (অং. চলা, দীঘল চেপেটা বস্তু } গছৰ দ্বাৰা এৰুওৱা পাতল কাঠ, কাঠৰ সৰু চেপেটা খণ্ড, a chip of wood, a splinter, স. শ. শুৱনি ভাল দীঘল চেপেটা বস্তু; যেনে, পাট চলি, a small long and flat thing. . চলি, কুদ, বি. {সং. চল, গতি কৰু) ব্যৱম্বত; যেনে, এই কথা চলিত আছে, current, in use.