পৃষ্ঠা:হেমকোষ.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ চক,। খোজেঁতে নিশ্বাসৰ নলীয়ে দি কোনো বস্তু সোমাই হোৱা বেদনা, সুই, the sound produced by water thrown on hot oil, the sound of anything dragged along on the ground, the upeasy sensation produced by anything getting into the wind-pipe when a person is swallowing rapidly, চচৰা, অ, ধা. পকা তেলত পানী পৰাৰ চচৰা, দৰে বা চেচৰাই নিয়া বস্তুৰ দৰে

        • , to make a sound as water

dropped on lot oil. চৰচৰীয়া, স. শ(অ. চৰ, অনুক) চৰ্চৰীয়া,। অলপকৈ পানী দি ভজাৰ দৰে ৰন্ধা মাছ শাক আদি, নিৰহকৈ ৰন্ধা। 8y, food cooked almost dry. 7. শ, অলপ শুকোৱা, নিৰহ পৰা, পানী মাৰি যোৱা; যেনে, বৰষুণ এত দোভাল- খান চৰ্চৰীয়া পৰিছে, slightly try. চৰ্চৰীয়া পৰু, নিৰহ হ, পানী মাৰ যোৱা হ, to be slightly dry. চৰ্চা, স. শ. {সং. চচ্চু, কথন ক} আলো- চনা; বিবেচনা, অভ্যাস; যেনে, ভাল

  • কথৰ চৰ্চা কৰিব লাগে, আগত নথকা

মানুহৰ বিযয় কথোপকথন, reflection, consideration, study, conversation about a person who is not present. চৰ্বণ, কৃদ স. (সং. চৰ্ব, চোবা) চোবোৰ, the act of cliewing. চৰ্বি, কৃদ, বি. চোবোৱ, দাতেৰে পিহা, chowed. চৰ্বিত-চৰ্বণ, স. শ. (সং. চৰ্বিত চৰ্বণ) একে কথাৰ বাৰম্বাৰ উক্তি; লোকে কোৱা বা লেখা কথা ধাৰ কৰি লেখা বা কোৱা ITs, repetition of what has been often said or written, plagiarism. চ, বি, সং, চ, চৌবা) চোবাব যোগ্য, চোবাব লগীয়া, to je cheyed. স, শ, দাতেৰে চোবাই খাব লগীয়া বন্ধু, food which is to be chewed beforo swallowing চৰ্ম, স. শ.(সং. চৰ, গতি ক) জৰ ছাল, বাঝা; ফ, বাকলি, skin, hide, a shield, bark. চৰ্মকাৰ, স. শ. (সং. চৰ্ম্ম, ছাল+ক, কৰ) ছালৰ কাম কৰোঁ, মুচিয়াৰ, one who prepares leather or articles of leather, a shoe-maker. চৰ্মছেদন, স. শ. (সং. চৰ্ম, ঐ+ছেদ, কটা) ছাল কটা; পুৰুষাঙ্গৰ মূৰৰ ছাল bil, cutting off skin, circumcision. চৰ্ম্মছেদী, বি. ছাল কটা, পুৰুষাঙ্গৰ মূৰৰ ছাল কটা, circumcised, স. শ, যাৰ পুৰুষাঙ্গৰ মূৰৰ ছাল কটা গৈছে, a man who has been circumcised. চৰ্ম্মপাদুকা, স. শ. (সং. চৰ্ম্ম, ছাল+পাদুকা, খড়ম জোতা, পয়জাৰ, a sljoe. চল, অ, ধ, (সঃ, চ, গতি কৰ) গতি ক, যা; যেনে, এই নৈত বাৰেও কাল নাও চলে; সম্পন্ন হ, কৰা হ; যেনে, কাম চলিছে; ব্যৱহৃত হ; যেনে, এই দেশত এতিয়া কম্পানীৰ ধন চলে, to go, to be performed, to have currency, to be in use. { ভকতীয়া মাতত )-- মৰ, পৰলোকলৈ গতি কৰ; যেনে, আতৈ জুনা চলিল, to die, স, শ, কোনো কাৰ্য্য চলাবৰ উপায়, জুতি; যেনে, ধৰিবৰ চল নাই, কোনো কাৰ্য্যৰ উপযুক্ত সময় বা ঠাই; যেনে, শত্ৰুৱে চল পালেই হিংসা TI?, adrantaye, opportunity, con- venience. চল, স. শ. (সং, চালং, ঘৰৰ চাল, তাৰ নিচিনা আকৃতি এতেকে) কাছৰ পিঠিৰ বা বুকুৰ হাড়, কাছৰ গাৰ দাতিৰ কোমল ott, a tortoise shell (upper and lower), the cartilaginous substance at the edge of a turtle's body. চলকচৌ, বি. (অৎ, চল, গতি কৰ+টে, বহ বা সেঁতৰ কোবত উঠা পানী) অস্থিৰ, চঞ্চ, অৰ্শত, unsteady, fickle. চকৰ, স, শ, অহা-যোৱা, চলাচল; খোৱা Cg761, intercourse,