পৃষ্ঠা:হেমকোষ.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চমন চয়তা। partly in and verse. চম, স, শ. ই. চমন, উপস্থিত হবৰ আজ কোনো ঠাইত কোনো এক নিৰ্ধাৰিত সময়ত উপস্থিত হবলৈ আজ্ঞা Pay, a summous. চমৰী, স, শ, (সং. চমৰ, চোৱৰ) চুৰী-পহু, ভাৰ নেজেৰে চোৱৰ কৰা যায়, the Yak, the Bos grunniens. চমাৰ, স. শ. (সং, চূৰ্ণকাৰ, চূণ কৰা মানুহ) চূণৰ ব্যৱসায় কৰা মানুহ, চূৰ্ণ-পেপাৰা মানুহ, a dealer in lime, one who prepares lime. চমু, বি. ওচৰ, দূৰ নোহোৱা; যেনে, ইয়াৰ পৰা আমাৰ ঘৰলৈ চমু; পান, ঋজু, not distant, near, straight. 7. *. দূৰৈ নোহোৱা ঠাই, ওচৰ ঠাই; যেনে, তোমাৰ চমু চাপে, at adjacent place. চমুৱা, স, ধা. ওচৰ চপা, ওচৰলৈ আন, to bring near. চমুৱা, বি. কোনো সাধাৰণ শ্ৰেণীৰ লগ নল- গোৱাকৈ মাজতে ৰখা, কোনো বিশেষ কাৰ্যত নিযুক্ত নকৰাকৈ ৰখা; যেনে, চমুৱা মানুহ, lot included in the ordinary classes, or engaged in any particular duty. চমুৱাচমি, বি. ওচৰা-উচৰি, mutually near to each other. চমচমনি, স. শ. (অং.. চমচম, পিত্ত উঠাৰ দৰে বুকত বেদনা ক) পিত্ত উঠাৰ পৰা হোৱা বুকৰ পোৰণি, a burning sen- sation on the chest caused by bile. চচমা, অ. বা. (অং চম, পোৰণি বোধ) পিত্তৰ দৰে বুকত পোৰণি ধ; যেনে, পিত্ত বুকত চমচমাইছে; পিত্ত উঠাৰ দৱে পোৰণি বোধ ক; যেনে, বুকুৱে STOTU, to cause a burning sensa- tion in the breast, as bile. চম্পক, স. শ. (সং• চপ, দীপ্তি ক) উপা

  • 01, a species of yellow fragrant

Hower (Michelia champaca). চম্পা, স. শ. “চম্পকৰ” অপভ্ৰংশ। চ, স. শ. (সৎ, চন্দ, ভক্ষণ ক} এভাগ 20 গদ্য আৰু এভাগ পদ্যেৰে ৰচিত পুখি, (পণ্ডিত সকলে এনে পুথিৰ আস্বাদ লৈ তৃপ্ত হয়, এতেকে সেই নাম ), a work in which the subject is treated prose চম্বিত, স. শ. বোধ, জ্ঞান, গম, sense. চম্বুক, স. শ. (সং. চুম্বক, এবিধ শিল) লোক আকৰ্ষণ কৰা এবিধ শিল, the load- stone. , চন্তাল, স. . (হিং. সভাপ, দমন ক) দমন কৰ, অধীনত ৰাখি কাৰ্য্য কৰা, বশ কৰ, চল৷; যেনে, ন শিকাৰুৱে ভাঙ্গৰ ঘোঁৰা চম্ভালিব নোৱাৰে; সম্পন্ন কৰ, সমাধ। ক, চলা; যেনে, অমুকে এই কাৰ্য্য চম্ভালিব পাৰিব, to control, to check, to guide, to perform. চালো, কদ, স, চলা লোক, a man who controls, &c. (77) soroi চয়, স. শ. ( সং- চয়—-চি, একত্ৰ ক) সমূহ, গণ (সদায় বহুত বুজাবৰ কাৰণ সস্কৃত সংজ্ঞা শব্দৰ পাচত থাকে }; যেনে, পশু চয়, বৃক্ষচয়; { দিবৰ নিমিত্তে, সংগ্ৰহ কৰি ৰখা যায়, এতেকে) এক ৰজাই আন এক ৰজাক দিয়া ক; যেনে, “বঙ্গালক চয় দিবৰ কাৰণ সাত লাখ টকা তুলি ভঁৰালত ৰাখিলে,” an assemblage, a multitude, a tribute. চ, স. শ, সন্দেহ, আশঙ্কা; ঘাইকৈ স্বামীয়ে ভাৰ্যাৰ বা ভাৰ্য্যাই স্বামীৰ সত্ স্বভাৱৰ যেনে, মোৰ ভাৰ্যাৰ সতীত্বত মোৰ চয় নাই, sis, picion, jealousy চয় দেখ, আশঙ্কা কৰ, to sitsj.t, to be jualous. চয়ন, স, শ. (যা- চয়তান, ইং. চেটান) ইংৰাজ আৰু মুছলমানৰ ধৰ্ম্মৰ মতে মানুহক লোভ দেখাই পাপলৈ নিয়া এটা ভূত; যেনে, বাইবেলত লেখা আছে যে মানুহৰ আদি পিতা মাতা আদম আৰু ঈভক চয়নে লোভ দেখাই পাপ প্ৰবৃত্ত কৰিলে আৰু আজিলৈকে সি পাপ