পৃষ্ঠা:হেমকোষ.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চহৰ 5971। কপালত চন্দ্ৰ থকা} শিৱ, মহাদেৱ, a name of Shiva. . চন্দ্ৰহাৰ, স, শ. (সং. চন্দ্ৰ,+হাৰ, এবিধ অলঙ্কাৰ) এবিধ তিৰোতাই ককালত পিয়া অলঙ্কাৰ, সি ককালৰ এফালে অৰ্ধচন্দ্ৰ নিচিনা হৈ ওলমি থাকে, a kind of ornament worn by women on the waist. চন্দ্ৰাননী, স. শ. (সং, চন্দ্ৰ +আনন, মুখ ) চন্দ্ৰমুখী, a lovely woman. চন্দ্ৰাৱলী, বি. (সং. চন্দ্ৰৱতী, চন্দ্ৰ-যুক্তা) জোনৰ দ্বাৰা প্ৰকাশিত; যেনে, চাৱলী ৰাতি, mooulight. . চন্দ্ৰিকা, স. শ. (সং. চন্দ্ৰ) জোনাক, চন্দ্ৰৰ 697739, mooushine. চন্দ্ৰোদয়, স. শ. (সং. চন্দ্ৰ, জোন+উদয়, ওপৰলৈ উঠা) জোন ওলোৱা, moonrise. চাপল, স. শ. (সং. চন্দ্ৰ, + উপল, শিল, চন্দ্ৰৰ দৰে বগা, এতেকে চন্দ্ৰকান্ত মণি; এবিধ বগা আৰু বৰ মিহি শিল, a fabulous yem, the white marble or alahastcr. চপনীয়, বি. { অং. চাপ, লোকৰ ঘৰত বাস ক) কোনো সম্বন্ধ নথকা মানুহৰ ঘৰত পেট পুহি থকা, ঘৰৰ গৰাকীৰ অনুগ্ৰহত নিৰ্ভৰ কৰি লোকৰ ঘৰত বাস কৰা; যেনে, চপৰ্নীয়া মানুহৰ কিহৰ বৰ কথা! living at the house of another as a dependant. স. শ. বিয়া নকৰা- কৈ কোনো তিৰোতাক ভাৰ্যা স্বৰূপে লৈ সেই তিৰোতাৰ ঘৰতে বাস কৰা মানুহ; লোকৰ ঘৰত পেট পুহি থকা tas, a man living at the house of a woman who keeps him, a man who lives at the house of another as a dependant. (at) bytanti সমা, কেলেহুৱা, চপনীয়া, দুইটাই লোকৰ ঘৰত পেট পুহি থকা অৰ্থ বুজায়, কিন্তু “কেলেহুৱা” বুলিলে অধিক নিন্দা থকা) পৰম্পৰে মিল হোৱা চাৰি ফাকি এবিধ ছন্দেৰে বচনা কৰা বিষ্ণুৰ স্তৱ, a prayer to Vivlinu composed in a metre of four foet. চপৰা, স. শ. (বং চাপ, এডোখৰ মাটি। পৃথিবীৰ পৰা কাটি বেলেগোৱা চেপেটা এড়োখৰ মাটি; এতেকে খণ্ড, ডোখৰ; যেনে, মঙ্গহৰ পৰা, a clok of carth, a flat or round picce. চপ চপ, বি. অনেক চপৰা কৰি বেলে- গোৰা, অনেক খও কৰা; যেনে, মাটি- বোৰ চপৰা চপৰ হৈছে, মঙ্গহবোৰ চপৰা চপৰ কৰা, divided formed into clous or pieces. চপচপৰে, ক্ৰি. বি. চপচপৰ কৰি, এচপৰা এচপৰা কৰি, clxlly clud, piece by piccc. চপৰাণি, স, শ. মাটিৰ বহুত চেপেটা দলি থকা ঠাই, দলিয়নি, a place full of clocis. চপৰিয়া, স. ধা. (অং. চাপ, হাতৰ তলুৱাৰে কৰা আঘাত। হাতৰ তলুৱাৰে আঘাত কৰ, চাপৰ মাৰ, to strike swith the open hand, to slap. so 54f78, মেলা এখান হাতত আন হাতেৰে চাপৰ ats, to clap the lands. চপৰিয়াওঁতা, কদ, স, চপৰিওৱা মতা, ৯ man who slaps. (স্ত্ৰী) চপৰিয়ৰ্তী। চপল, বি. {সং. চপ, গতি কৰ} চঞ্চল, fen, unsteady, sluking. চপলতা, গু. শ. চঞ্চলতা, অস্থিৰতা, all steadliness. চপলা, স. শ. (সৎ, চপলৰ স্ত্ৰীলিঙ্গ) বিহুলি, a flash of lightning, চপা, স. . ( অ, চাপ, গোট লাগু, ওচৰলৈ যা) গোট খুৱা, একে ঠাই কৰ; যেনে, ধান চপাইছে; সঙ্কোচিত কৰ; কেঁচা; যেনে, হাত চপালে; ওচৰলৈ আন; যেনে, ওচৰ চপাই ললে, to collect together, to contract, to bring tear, নাও চপ, নৈৰ পঁতিলৈ চপ, স, শ সং. চতুষ্পদী, চাৰি ফাকি