পৃষ্ঠা:হেমকোষ.pdf/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চটাই।

কৰা এবিধ শৰ যি ঘূৰিঘূৰি চাৰিও ফালে পৃকা শৰুক বধ কৰিছিল; এতেকে (অসমীয়াত য-খাৰ গন্ধক আদি ভৰোৱা এটা চাক, তাক এডাল মাৰিৰ ওপৰত লগাই জুই দিলে, সি ঘূৰি ঘূৰি চাৰিও ফালে জুই বৰষে, a fabulous arow, said to have been used by the heroes of yore, which when shot killed the enemy all around, hence a firework consisting of a wiecl fixed on the upper end of a stick and which wlien ignited revolves on the stick and scatters fire all Around, catherine wheel. চক্ৰৱাত-বা, স. শ. (সং. চ, ঘূৰীয়া +ৱাত, বায়ু,) ঘূৰ্ণবায়ু, ঘূৰা বহ, বা- মাৰলি, কৃষ্ণই মৰা এটা অসুৰ, a whirl- wind, a cycloue, the name of a demon. চক্ৰব্যুহ, শ, শ, (সং. চক্ৰ, মণ্ডল+ ব্যুহ, বেহ ) মণ্ডলাকাৰকৈ থিয় কৰা সৈন্তসমূহ, ঘূৰণীয়াকৈ শাৰি কৰা কটকসমূহ, the circular array of troops. চক্ৰাকাৰ, বি. (সং. চক্ৰ, মগুল+ আকাৰ, চক্ৰাকৃতি, আকৃতি, গঢ়) ঘূৰণীয়া, চক্ৰৰ নিচিনা, মগুলাকাৰ, circular, round, চক্ৰী, স. শ. (সং. চক্ৰ, ঘূৰণীয়া অল্প, মণ্ডল, ধূৰ্ত) বিষ্ণু, চকবি ফেঁটী সাপ, ধূৰ্ত বা pse atre, a name of Vishnu, the cobra de capello, a cunning or wicked man. বি. চক্ৰযুক্ত, মলযুক্ত, ধূৰ্ত, দুষ্ট, having a discus or circle, cunning, wicked, চগা, স. শ. {সৎ চক্ দীপ্তি কৰু, জুইৰ পোহৰ ভাল পাই এতেকে) এন্ধাৰ ৰাতি উৰি আহি জুইত পৰা এবিধ দুৰ্গ পোক, a winged insect of offensive smell, which is attracted by the light of fire at night. চগা পৰ, কোনো মানুহে কোনো বাছিত ব পোৱাত বা পাবৰ আগৰুক হোত অকস্মাত আহি ভাৰ অংশ বা সমুদায় ল; যেনে, মই কত যত্নেৰে এই বস্তুবিলাক গোটাইছিলো, অমুকে চগা পৰি আধা 169, to suddenly and unexpectedly come and take part or the whole of a thing, চঞ্চনীয়া, বি. (অং, চন চন, গছৰ সৰু জাল চনচনীয়া, আদি ভাৰ্গোতে হোৱা শব্দ) চনকা, বেগতে ভগ, লেটেকা নোহোৱা যেনে, কেচে গছৰ ডাল চঞ্চনীয়া, easily broken, brittle. চঞ্চল, বি. (সং. ল, লৰচৰ কৰ) অস্থিৰ, অশত; ৰচৰ কৰি থকা, fickle, un- stealy, shaking. (স্ত্ৰী) চঞ্চলা। চঞ্চলতা, গু. শ. চঞ্চল স্বভাৱ বা গুণ, un- steadiness, fickleness. চঞ্চু, স. শ. {স চঞ্চ, ভক্ষণ ক) চৰাইৰ চঞ্চু, ঠোট, a bedk. চাপ, স. শ. (যা. চঞ্জা) চোলা আদিৰ সঁতিত সি দিয়া ঠেক কাপোৰ, a strip of cloth tacked to the outer part of a garment. চটু, স. শ. (বং চটু, মৰাপাটৰ কাপোেৰ। মৰা পাটেৰে কৰা এবিধ বৰ ঢৰীয়া কাপোৰ, তাৰ দ্বাৰা প্ৰায়ে থৈলা কৰা at, a kind of coarse cloth made from jute, sackcloth. চট্ট, স. শ. {বং, চড়, নৈয়ে পতা মাটি) অলপ পানীত তল গৈ থকা বালি; যেনে, নাওখান চটত লাগিল, sand under shallow water. চটকৃ, স. শ. (সং. চটু, ভাগ) ধৰ-চিৰিকা, 2 sparrow চটা, উপশ, দীঘল সঙ্গীয় চেপেটা বন্ধু বুজা বলৈ সংজ্ঞা শব্দৰ পাচত ব্যৱহৃত শব্দ; যেনে, পাট-চটা, a particle used after a noun to denote a long lat thing. স, শ. দীঘল, চেপেটা ব; যেনে, পাটৰ চটাত এ টকা। সৰু আৰু ভাল বং বুজাবলৈ “চটি” হয়। চটাই-ঢৰা, ল, শ, {বং, চেটাই, বাঁহৰ