পৃষ্ঠা:হেমকোষ.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চক। চকল, স, শ. (সং. চক্ৰ, ঘূৰীয়া বস্তু) চকলা, পাতল ডোখৰ, পাঙলকৈ কটা খণ্ড, a slice, a tin bit, বি. চেপেটা, ঘূৰ- 2), flat and round. চকলা বান্ধ, গাৰ ছালত ঘূৰণীয়া ওখ সঁচ হ; যেনে, মহে খোৱা ঠাইত চকলা বান্ধে, to form a blotclı or a round spot on the skin. চকলা চকল, বি. অনেক পাতল খণ্ড কৰা; যেনে, আমটো চক চক কৰ, divi- ded into many slices. স. শ. অনেক ঘূৰণীয়া চিন; যেনে, মোৰ গাত চকলা 58 205, many round spots or blotches. চকলা চকলে, ক্ৰি. বি. অনেক পাতল খণ্ড কৰি; যেনে, আমটো চক চকলে খালে, slice by slice, in many slices. চকলা-টেঙ্গা, স. শ. { অং. চকলা, ঘূৰণীয়া চেপেটা বস্তু + টেঙ্গা, অঃ) এবিধ ঘূৰণীয়া আৰু অলপ চেপেটা টো ফল, a cind of acid fruit. . চকলিয়া, স. ধা, অং- চকল, পাতল খণ্ড) পাতলকৈ ডোখৰ ডোখৰ কৰু, পহিয়া, to slice. চকলীয়া, বি. (অং. চাকলি, ঘূৰণীয়া পাতল ব) পাতল আৰু ঘূৰণীয়া আকৃতি, চাকলিৰ নিচিনা, round and thin. চকা, স. শ. (সং, চক্ৰ, ঘুৰীয়া বস্তু) পদ্মৰ গুটিৰ ভঁড়াল; আঠীৰ বাখৰ পতা ঠাই, the seed vessel of the water lily, the part of a ring which encompasses and fastens the stone, bezel, চকা, স. বা. (অৎ, চাক, সোৱাদ ল} সোদ লোৱা, জিভাৰ দ্বাৰা সোৱাদ বুজা, to cause to taste. কাছা, বি. {সং. চকাস, দীপ্তি+ছা, আচ্ছাদন কা) অলপ পোহৰ; যেনে, কেলি চকাছা হৈছে, faintly, light. শ, গ. অলপ প্ৰকাশ, অস্পষ্ট দীপ্তি; যেনে, গধূলিৰ চকাছাত ভালকৈ দেখা 6, dusk, twilight. চকীয়া। চকাছাকৈ, ক্ৰি. বি. অলপকৈ, অস্পষ্ট ৰূপে, (দেখাত খাটে); যেনে, চকা- ছন্দাকৈ দেখিলো, not plainly or dis- tinctly (said of seeing). চকামকা, স. শ. (অং, চম, সঞ্চালিত দীপ্তি) খন্তেক থাকি মাৰ যোৱ পোৰ; যেনে, বিদুলিৰ চকামকা; অলপ প্ৰকাশ, অস্পষ্ট দীপ্তি; যেনে, গধূলিৰ চকামকাত ভালকৈ নেদেখি, a lash of light, dusk, twilight. চকামকাকৈ, ক্ৰি. বি. অলপ কালৰ নিমিভে, চকুৰ প্ৰচাৰৰ মান কালৰ নিমিত্তে; যেনে, অমুকক চকামকাকৈ দেখিলে, { দেখাত খাটে ), a ), as in a flash of lightning (said of seeing). চকাৰ-বকাৰ, স. শ. (চকাৰ, এটা আখৰ + ‘ব’কাৰ, এটা আখৰ) কোনো এটা আখৰ, একেষাৰ কথা, সুসূত্ৰ; যেনে, মই সেই বিষয়ে চকাৰবাৰ নেজাননা, the smallest particle of informa- tion, a jot, চকাই, স. শ. (সং. চকাস, দীপ্তি ক) বৰ বৰষুণৰ অন্তুত হোৱা সূৰ্য প্ৰকাশ। এতেকে বৰষুণৰ ক্ষান্তি; যেনে, আজি মেঘে চকাহ দিছে; সেই কাৰণে ৰোগৰ উপসম; যেনে, অমুকে অলপ চকাহ otace, the appearance of the sun after incessant rain, cessation of rain, reliof from sickness. চকী, স. শ. (হিং চৌকী, বং. চৌকি, পৰ দিয়া ঠাই। ৰজাৰ নগৰ বা গড়ৰ পৰ দিয়া ঠাই; যেনে, জয় দুৱাৰৰ চকী, a place where a guard is placed. চকী, স. শ. (হিং, চৌকী, বং, চৌকি, এবিধ আসন এবিধ বহা কৰা, a chair, a stool. চকীদাৰ, স. শ. (হিং, চৌকীদাৰ, ৰ. চৌকিদাৰ, পৰ দিওঁতা) পৰ দিয়া মানুহ, a guard. চকীয়া, সশ, { অং, চকী, পৰ দিয়া ঠাই। পৰীয়া, চকীদাৰ, a guard, a sentry: