পৃষ্ঠা:হেমকোষ.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চকৰিফেট চই। ছ, (সং. স্বচ্ছ, পৰিষ্কাৰ) নিমজু, মিহি, ওখোৰা-মোখোৰা নথকা, উকা, smooth, plain. . ছালি, স. শ. (অং. bছ, নিমজ) একে লগে অৰীৰে গোঠা কামী সমূহ, long strips of split bamboo strung together. চড়, } বি. (সৎ চণ্ড, অলপ বলিয়া) অলপ ঠ, বুদ্ধি-ভ্ৰম হোৱা; যেনে, চড় বলিয়া, slightly crazy . চড়াল, স, শ, (সং. চণ্ডাল, এবিধ নীচ শ, জাতি এবিধ নীচ জাতি, an out-caste, the lowest of the mixed castes. চপা, স. শ. ( সং. চম্পক, এবিধ ফুল) এবিধ অলপ হালধীয়া বসন্ত কালত ফুলা উগ্ৰ- গন্ধী ফুল, a kind of yellow fragrant flower, Michelia champacu (Gamble). চহা, স. শ. কোনো বস্তুৰ পৰা এৰাই পৰা পাতল খও, a thin piece ffaking off. উহা যা, পাল এক খণ্ড এৰাই পৰু, to fake off. চক, স, শ. (স, চক্ৰ, ৰংৰ ঘিলা} গোটা গৰুৰ তলা, সঁফৰ থকা ঘূৰণীয়া পাছি fitory, the embroidered end of a round pillow, a basket with a lid. চকৃ, স. শ. (ব. চৌক, চাৰি পোণ) চাৰি অনা বা দহ সে বুজোৱা অঙ্ক, thefigure denoting four annas or ten seers. চকচকীয়া, বি. (সং. চক্, দীপ্তি ক) উজ্জল, জিলিকা; যেনে, কাঁহৰ পাত্ৰ মাজিলে চকচকীয়া হয়; এভেকে, জিভাক তৃপ্তি দিয়া, সোৱাদ, ৰসাল; যেনে, আমটো 59**, glittering, pleasing to the palate. চকচক কৰে, ক্ৰি. বি. অতিশয় তৃপ্তিদায়ক ৰূপে, বৰকৈ ভালকৈ, { সোৱদন্ত খাটে), deliciously. চক্-টৰ, স. শ. (অং. চ, চক্ৰ, ঘূৰণীয়+ ঢ, আসন) এবিধ বুয়া বহু চৰি, (98-09), a round sitting mat. চম, স. শ. {সং. চক্ দীপ্তি+মকৃ, অমুক) ভগা দীপ্তি, ওলাইয়েই বেগতে মাৰ যোৱা পোহৰ; যেনে, বিদুলিৰ চকমকৃ, জিলি- কনি; যেনে, হীৰাৰ চমক, a lash of light. চমকনি, স. শ. (অং. চমকা, ওলায়েই বেগতে মাৰ যা) চকামকা, ওলাইয়েই মাৰ ঘোৱ দীপ্তি; জিলিকনি, vide supra. চকুমকা, অ, বা, (অং. চমকৃ, ভগ দীপ্তি পোহৰ হৈয়েই মাৰ যা, ভাগি ভাগি দীপ্তি যেনে, বিহুলিয়ে চমকাইছে। জিলিক; যেনে, হীৰাই চমকায়, to Aash, to glitter. কৃমকীয়া, বি. (অং. চমক, ভগ দীপ্তি) ওলাইয়েই মাৰ যোৰা, জলি উঠিয়েই নথকা হোৱা; যেনে, চমকীয়া পোহৰত একো নিশ্চয় কৰিব নোৱাৰি; জিলিকা, তবৰীয়া; যেনে, কঁহীন চকুমকীয়া 265, flashing, glittering, চক্ম কৰে, ক্ৰি. বি. পোহৰ হৈয়েই বেগতে মাৰ গৈ; যেনে, চকমক কৰে বিঃ- লিয়াইছে; অকস্মাত সাৰ পাই; যেনে, চকমক্‌ কৰে উঠিলো, in (quick flashes, awaking snddenly. চক, স. শ. {স, চক, ঐ মানুহৰ বা জন্তুৰ গাত থকা ঘূৰণীয়া সঁচ্ বা চিন; যেনে, ফেঁটী সাপৰ চকৰ, a round spot on tlie body. চকৰা, স. শ. (অং. চকৰ, সুৰণীয়া চিন) মুগা পাটু আদিৰ মত পখিল, (ভাৰ পাখি ঘুৰণীয়া ফুল থাকে, এতেকে), a male silk moth. (ী) চকৰী। টকৰি, স. শ. (সং. চক্ৰ, ৰধৰ ঘিলা) কোনো বস্তু ঘূৰিবৰ নিমিত্তে লগোৱা সৰু চক্ৰ, গাত থকা ঘুণীয়া চিন, a small wheel, a round spot on the body, চকৰি-ফেঁটী, স. শ. (অং. চকৰি, ঘূৰণীয়া চিন+ফেট, সাপৰ কুলা) ফেঁটত কৰি একা এবিধ ডাইল সাপ, Cobra de capello.