পৃষ্ঠা:হেমকোষ.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘোৰে। ২৯৪ চক খা ঘোৰ্যোৰ, অনুক, শেওতে নাকৰ পৰা হোৱাৰ farfody *7, an onomatopoeic sound used for the noise of snoring. ঘোৰ্যোণি, স. শ. অ. ঘোৰ্যো, শোওতে নাক বজা) শেওতে নাকৰ পৰা হোৱা শব্দ, মেকুৰীয়ে ডিঙ্গিৰ পৰা কৰা শব্দ, the sound of snoring or of a cat purring. ঘোৰ্ঘোৰা, অ, ধা. (অং. ঘোৰ্ঘোৰ, শোওতে হোৱা নাকৰ শব্দ শোতে নাকেবে শব্দ কব, নাক বজা, মেকুৰীৰ দৰে ডিঙ্গিৰ পৰা শব্দ কৰ, to snore, to puir as a cat, ঘোল, স. ধা ( ঘুৰ, শব্দ ক) জুলীয়া বস্তু বৰকৈ সৰাই মলিন কৰু, খচি বোকা- যুক্ত কৰ; বিচাৰি বিচাৰি মাৰ; যেনে, মাউৰে গাওঁখন ঘুলিলে, to make muddy by agitating or stirring, to devastate, to (lesolate. ম. শ. পভল বোকাৰ দৰে সেউলেৱা বস্তু; মাখন Gotary state, something of the con- sistency of thin mm. ঘোলনী, স. শ. কুঁহিয়াৰৰ পগোৱা ৰস গোট মাৰিবৰ কাৰণে ঢালি গোৱা নাৱৰ নিচিনা কাঠৰ পাত্ৰ; জন্তুক আহাৰ পানী দিয়া তদ্ৰুপ কাঠৰ পাত্ৰ, a byat-shapeti Wooden vessel into which liot syrup is poured, a manger. ঘোলা, বি. ঘোলৰ নিচিনা, বোকাযুক্ত; যেনে, ঘোলা পানী; কুহুম-গেল; যেনে, tai , muddy as liquid, rotten or addled as eggs. ঘোধুলীয়, বি. ঘোৰ নিচিনা হোৱা, বৰকৈ পকি গলিয়ন হোৱা; যেনে, অমৃতাটো ঘোবথুলীয়া হৈছে, over ripe. ঘোষ্ণু, স. দা. {সং. ঘুষ, উচ্চ শব্দেৰে ক) উচ্চ শব্দেৰে প্ৰকাশ কৰ; যেনে, অমুকৰ যশস্য ঘুষিছে, গান ক; যেনে, “কেশৱ, শিৱ, শিৱ ঘুষিয়ো সদায়,” to proclaim, to sing or chant. স. শ. শব্দ, ধ্বনি, sound, ঘোষ, স, শ, সকলোৰে আগত প্ৰকাশ pritol, a public crier, ঘোষণ, স. শ. ইস্তাহাব, জননী, a pro- clamation, ঘোষা, স. শ. ওজাই লগাই দিয়াৰ পাচত আটাইবিলাক গাওঁতাই একে লগে গো পদ্য বা গীত; মহাপুৰুষীয়া মত চলাওঁ মাধৱ দেউৱে কৰা এখান ধৰ্ম্মৰ পুথি, তাত এহেজাৰ ঘোষ আছে বুলি শুনা 94, the part of a song or versc in which the company joins the singer or chanter, a chorus, the name of a religious book by Madhava Deva, one of the founders of the Malapurusia sect. ঘোঘেী কৰে, ক্ৰি. বি. (অং. খৌ খৌ, নলা আদিৰ পৰা পানী পৰাৰ শব্দ বেগেৰে সোতৰ দৰে (তেজ ওলোৱাত খাটে); যেনে, ঘৌ ঘৌ কৰে তেজ বৈছে, in a rapid stream (said of a flow of blood). ঘোঘোৱা, অ, ধা. বেগেৰে সেতৰ দৰে ব; যেনে, তেজে দৌদৌৱাইছে, to flow rapidly. ম্ৰাণু, স. শ. (সং. দ্ৰা, গন্ধ ল) গন্ধ, smell. ঘ্ৰাণেন্দ্ৰিয়, স. শ, (সং. ড্ৰাণ, গন্ধ+ ইন্দ্ৰিয়, অঙ্গ} গন্ধ পোৰ। অঙ্গ, নাক, নাসিকা, the organ of smell, the nose. চ, ব্যঞ্জনবিলাকৰ ষষ্ঠ আখৰ, the sixth letter of the consonants. চ, স. শ. এবিধ গছ, a kind of tree, Albizzia stipulata (Gamble). চৎ, স, শ, খোপ বান্ধিৰ নিমিত্তে কৰা festy stora eft, false hair. চ, স. শ. {বং, চমকৃ, অকস্মাত হোৱা ভয়) অকস্মাত পোৱ ভয়, উচাপ, sidden, terror, fright, অ, ধা. অকম্মত ভয় পা, ক খা, to be frightened. চক্ খা, অকস্মাত ভয় পা, উচাপ খ, to be frightened. .