পৃষ্ঠা:হেমকোষ.pdf/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘুমাৰ,। imitative sound used to express the report of a cannon. যুমাৰ, মূৰৰ পৰা ভৰিলৈকে কাপোৰেৰে চাক; যেনে, ঘুমমাৰি শুইছে, to cover the body from head to frot with a cloth. ঘুমমাৰি কাপোৰ ল, মূবৰ পৰা ভৰিলৈকে ঢাকি কাপোৰ ল; যেনে, ঘুমমাৰি কাপোেৰ ললে উশাহ নেপাই, to spread a clotlı urou the body in such away as to cover it from heu to foot. ঘুমটি, স. শ. (ব, ঘুম, টোপনি; হিং, ঘুমান, শোৱা) টোপনি; শুবৰ পৰা পুনৰ সাৰ পোৱালৈকে হোৱা নিদ্ৰা; যেনে, এঘুমটি শুলে, sleep, a slap. ঘুমটি মাৰ, এধুমটি শো, অলপ কাল শো, to have it tap. ঘুমটি ঘূৰণ, স. শ. (অং. ঘুমটি, টোপনি + ঘুৰণ, ঘূৰি ফুৰণ ) এটা ৰোগ; সি ধৰা মানুহ টোপনিত খোজ কাঢ়ি ফুৰে, আন কামকো কৰে; কিন্তু কি কৰিছে, নে- জানে; আমাৰ দেশৰ মানুহে তাক ভূতে পাইছে বোলে, sonamhulisin. বুমনি, স. শ, (বং. ঘুম, টোপনি) চিন্তাৰ দ্বাৰা বাহিৰৰ জ্ঞান নথকা হোৱা অবস্থা, গভীব চিন্তা, the state of being lost in thought, abstractedness. ঘুম, অ, ধা (ব, ঘুম, টোপনি) শয়ন ক, নিদ্ৰিত হ; যেনে, লৰাটো ঘুমাইছে, to steep ( কামৰূ)। ঘুমুৰ, স, শ, (ঘু, ঘুং বা খুঁত খুঁত, সেই ৰোগে ধৰা মানুহে উশাহ লওঁতে হোৱা শৰ উৰ্দ্ধশ্বস বোগ, উদফাই, asthma, যুমুৰীয়া, বি. ঘুমুৰ ৰোগে ধৰা, asthmatic. ঘুৰু ঘুৰ, অনুক, সৰু চকৰি ঘূৰাৰ নিচিনা ঘুঘু, শব্দ, an imitative sound used to express that of a small wheel in motion. ঘুঘুৰণি, স, শ. (অং খুধু, ঘূৰা চকাৰ ঘুঘুৰণি, নিচিনা শব্দ ক) সৰু চকৰি 19 ঘূধুয়া 717 54, the sound of a small whicel in motion. ঘুঘুৰা, অ. . (খুৰ ঘুৰ, চকৰি ঘূৰাৰ ঘুঘু, শব্দ) সৰু চকৰি ঘূৰাৰ নিচিনা

    • $, to make a sound, like a

small wheel in notion, ঘুঘুৰী, স, শ, সৰু চকৰি; দূৱাৰ ঘূৰিবৰ ঘুঘুৰী, কাৰণ তাৰ তলত দিয়া গাঁঠি থকা এডোখৰ বাঁহ বা খোলনি দিয়া কাঠ, a small wheel, a joint of bamboo or a piece of wood with a hole or depression in it, the centre being placcil under a door as its support, ঘুঘুৰী যন্ত্ৰ, স-শ. (ঘুঘুৰ শব্দ কৰে, এতেকে) যুখুৰী যন্ত্ৰ, কোনো গধুৰ বস্তু দাবি, নবৰ বা লৰাবৰ কাৰণ এটা চকৰিত লেজু লগাই কৰা যতন, 18 pulley. “ঘুঘুৰী যন” এনেও হয়। যুন্টু টিয়া, অ. দ. কোনো বস্তু বা বাট Fastfa ya , to walk about to this side and that in search of something, to try and find the way. . ঘুলা, স. শ. ঘুগুলা, শস্য বা তৃণ পচি বা sifat cetat ger , anything crumbling to dust. যুল উঠ, ঘুগুলা বা চূৰ্ণ হ, to be reduced to dust. ঘুলি, স, শ, {বং ঘোল, নৈৰ পঁতি বতাহে নোপোৱা ঠাই) ডাঙ্গৰ নৈৰ তিক্ত বহে নোপোৱা, নিৰ্বিখিণিয়ে নাও ৰাখিব পৰা ঠাই, a shelter for boats. ঘুলি, স, শ. { অং. ঘোল, ঘুটি বা ঘাঁটি মল যুক্ত কৰু) মহ আদি জন্তুৱে লেটি লোৱ বোকা পানীৰ খাল; যেনে, মহৰ ঘুলি, a small pool of water or puddle in which baffaloes wallot. , ঘুষি, কদ, বি. (সৎ, ঘুষিত, প্ৰখ্যাত-ঘুষ, উচ্চ শব্দেৰে প্ৰকাশ কৰ) প্ৰখ্যাত, প্ৰচাৰিত; যেনে, অমুকৰ যশস্যা চাৰিও ফালে খুষিত হৈছে, proclaimed. ঘূধুয়া, বি. ডাৱৰে ঢকা, অথচ উপযুক্ত,