পৃষ্ঠা:হেমকোষ.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘামচি ২৮৭ ঘিলাডুঙ্গীয় many things striking eacla other, , an assemblage of many persons. ঘিটুঘিটা, অ, ধ. অনেক বস্তুৱে পৰস্পৰে ঠেকা খোৱাৰ দৰে শৰ্ণ কৰ, to lake : sound as of several Ohiuys striking against one another. ঘি, স. শ. {সং. ঘৃণা, বেয়া পোৰা) ঘৃণা, ছুলে বা লগ ললে আপুনি শুচি হোৱাৰ বোধ, ধমত্ববোধ, esi, lat, loatbing ঘিণ-লগ, বি. (অ, ঘি, ঐ + লগা, সংযুক্ত হোৱা) অধম বোধ কৰা, নীচ, যাক চুলে বা যাৰ লগ লাগিলে, আপোনাৰ 1991 (5751 catur 7, latelul, toatı- Nome. নিমিত্তে নোমৰ গুবিয়ে দি পানী উলিয়; যেনে, মোৰ গা ঘামিছে, to purspire, to sweat. ঘামচি, স. শ. (সং. ঘৰ্মচৰ্জিকা, হিং. ঘমোৰী; ব’, ঘামাচি, ঘামৰ ফোঁহ ঘামৰ পৰা হোৱা সৰু হো, the prick- ly leat. ঘাম-কাল, স. শ. (অৎ, ঘাম, তাপ+ ঘা-কালি, কাল, সময়) গ্ৰীষ্ম কাল, জই G, the hot scasou. ঘ-গাঁ,। স. শ. ( ঘ. ঘাম, তাপ+ গাড় ঘামূ-গড়, বা গাৰ, খহু) ঘাম-কালি হোৱা এবিধ খই, a. find of boil, ঘৰ, স. শ. (সং. ঘাট, বং, ঘাড়, ডিঙ্গি পাচ ফাল) গা-ধন, ভিপিৰ পাচ ফাল, the back of the neek, ঘাৰ মেচৰ, ডিঙ্গি পাকাই দুখ দি, to uring the nexk. ঘা-মোচৰা, স. শ. (অ. যাৰ, ঐ+মোচ, মোহাৰ) ডিঙ্গি পকাই দুখ দিয়া কাৰ্য্য; ডিঙ্গি-পকাওঁতা, 1]; act of wringing the neuk, one who wrinys the neck. ঘাল, স. বা. (অ. গালি, দুৰ্ধক্য) গালি syti, to al use. ঘালি নি, অধিকৰূপে অবচনীয়া বচন বোল, to continue to abuso. ঘিউ, স. শ. (সং. ঘৃত, হিং. ঘিৱ; ব. ঘি, পগোৰ মাখন) পগোৱা মাখন; মূৰৰ খোলৰ ভিতৰত থকা বগা বস্তু, clarified l»utter, the brain. ঘিটিং, অনুক, দূৰৈত মেঘে গজাৰ নিচিনা

    • , an onumatopxeic sound used to

express that of distant funder. ঘিটি, বি. বাঢ়িব নোৱৰা, কটীয়া, dwarf- 2d, stinted in growth. ঘিটি লাগু, কঁটীয়া হৈ থাক্‌, to be stinted in growth. ঘিটুঘিটনি, স. শ{ অং. ঘিটিং, দূৰৈত গজা মেঘৰ মিচিনা শব্দ) বহুত বস্তুৱে পৰস্পৰে ঠেকা-খোৱাৰ পৰা হোৱা শব্দ; এতেকে অনেক মানুহৰ হঙ্গম, the sound of ঘিণা, স. বা. (অং- ঘি, ঐ ) বেয়া পা, 943 1974 #4, to late, to Iratlı. ঘিম, স, শ. তিএহ জাতিৰ এবিধ গুটি 3714 717 401, it will enteur,itaceons l·lant and its fruit. Or tre Cheun- Dyer or Melon 1cile. ঘিলা, স. শ. (হিং. ঘীল, এবিধ লত। এবিধ লতাৰ প্ৰায় ঘূৰণীয়। গুটি, তবে লৰাই ধেমালি কৰে; চক্ৰ; যেনে, ৰৰ ঘিলা; আঁঠুৰ গাঠি৭ গ ফালৰ ঘূৰণীয়া হাড়; চৰাইৰ পেটত অহাৰ জীপ কৰা যতন, তাৰ অতি ঘূৰণীয়া আৰু ওপৰৰ Ta by, the seed of a kind of creeping plant used by children as marlles in play, a wlieel, the kocccap, a hird's (rop. হিং. ঘীলা শব্দৰ পৰা ঘিলা হৈছে, কিন্তু হিন্দীত তৰি উচ্চাৰণ দীৰ্ঘ, এই কাৰণ দীৰ্ঘ ঈকাৰ দি তাক লিখা যায়, অসমীয়াত উচ্চৰণ চুটি। ঘিলা খেল, স. শ, { ঘিলা, ঐ + খেল, ধেমালি ঘিলাৰে কৰ ধেমালি, a game in wlich ghilas are used. ঘিলাভুঙ্গীয়া, স. শ. (অং. ঘিলা, ঐ+ ডোঙ্গা, গোটখাই থকা পানী} নৈৰ সাধাৰণ ঠাইত কৈ কিছু দ ঠাই, a small and a