পৃষ্ঠা:হেমকোষ.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘনী ঘৰে-বাজে ঘনী, স. শ. (ব.. ঘণী, মাছ-ধৰ যতন,। ঘৰা, স, শ. অং. ঘ, গৃহ; কেইও ফালে ঘন্, ই) বাঁহৰ কাঠৰ এবিধ ঘন মাছ মাটিৰে বেৰি ঘৰৰ নিচিনা কৰা যায়, 491 VER, a bamboo fish trap. এতেকে) ভাত ৰন্ধা আখ, চৌকা, an বনে, ক্ৰি. বি. (সং. ঘ, ডাঠ) শীঘ্ৰে শীঘ্ৰে; carthen cooking place. যেনে, ঘনে খুঁটিলে পুঠীও মাছ, in quick ঘৰাকাতি, “ঘৰামুটি” চোধা। succession. ঘৰঘবি, ক্ৰি. বি. (অং. ঘৰ, গৃহ) আপোন ঘনে-ঘনে, ক্ৰি. বি. বাৰে বাৰে, বাৰম্বাৰ, অপোন ঘৰলৈ; যেনে, ঘষাঘৰি যাওঁক, often, repeatedly. to respetive houses. ঘনেতি, ক্ৰি. বি. ঘনে ঘনে, বাৰে বাৰে, ঘৰামুটি, স. শ. পাক বা লুটি খাই পৰণ, সঘনে; মেনে, ধনে-পতি নাহিবি, agai falling down and rolling and again, repeatelly. ঘৰামুটি খা, লুটি খাই পৰ্ণ, to tall low ঘপৰাই, চি. বি. বেগতে, ততালিকে, ঘ and roll. কৰে; যেনে, টান কম ঘপৰাই নহয়, ঘৰামুটি মাৰ, ঠেলা মাৰি লুটি খুবাই পেল, quickly, immediately, at once. to pitelt over. ঘপ, অনুক, দৰে কোব মৰাৰ নিচিন। ঘৰিণী, স. শ. { অং. ঘব, গৃহ) গৃহিণী,

  • 7, an imitative soul oreil tu Glü, 42, a wile, the wife of the

express that of striking with master of the house. ঘৰিষ, স. শ. {সং. ঘৰ্ষণ, ঘহনি) ঘঁহনি, ঘপিয়া, স. বা. { অং. ঐ } দ্বাৰে কাৰ মাৰ, 0f27c11.8 friction. ঘৈয়া, কুবিয়া, to strike with (itt ঘৰ, বি. (অ. ঘৰ, গৃহ } আপোনাৰ ting instrument, los womxl. ঘৰৰ, আপোনাৰ ঘৰত হোৱা, telinging ঘপকৰে, ক্ৰি. বি. ঘনাই, বেগতে, অকস্মা, 10 or proluced in one's owu horse. quickly, suddenly ঘৰুৱালি, গু. শ. ঘৰুৱাৰ গুণ বা তাৱস্থা, ঘমঘন্ট, স. শ. তুলল, :onlusion. Iselonging to or being produced in ঘমা, স. বা. (অ. ঘাম, তাপৰ নিমিত্তে one's own house, গৰ পৰা ওলোৱা ৰস। ঘাম উলিয়া, ঘৰে-ঘৰে, ক্ৰি. বি. প্ৰতি ঘণত; যেনে, 1994, to cause to perspire. ঘৰেপতি, ঘৰে-ঘবে নবিয়া; প্ৰতি ঘৰলৈ; ঘ, স. শ. {সং. গৃহ, প্ৰা. হিং, ব. ঘৰ, যেনে, সবাহৰ মিঠে ঘৰে-ঘৰে পঠিয়াইছে, আবাস) বাস, মানুহ থাকিবৰ বা বস্তু at or to cach house or family. থবৰ কাৰণে কাঠ বই বা ইট। শিল ঘৰে-পৰে, ক্ৰি. বি. (আং, ঘৰ, পোন আদিৰে প্ৰস্তুত কৰা ঠাই; একে লগে পৰিয়াল +পব, আন লোক ) আপোনাৰ থকা পৰিয়াল; যেনে, এই ঘৰ মানুহ আৰু আন ঠাইত; আপোন উঠিছে; খেল-খেদা ঢালত গুটি-বুলোৱা দেশত আৰু বিদেশত, in one's own চাৰি-চুকীয়া শূন্য ঠাই, a house, at family and ont of it, at home and dwelling-place, a family, a square abroad. of a board used in a game. ঘৰে-বাজে, ক্ৰি. বি. (অ. ঘৰ, ঐ + বা, ধৰ ভাগ, মৃত্যু বা সন্দৰ দ্বাৰা ভাৰ্যা স্বামী বাহিৰ) ঘৰৰ ভিতৰত আৰু বাহিৰত; বেলেগ হ; যেনে, অমুকৰ ঘৰ ভাগিল, যেনে, বিয়া ঘৰীয়াৰ ঘৰে-বাজে মানুহৰ to be separate from one's husband হাই; আপোন পৰিয়ালত আৰু আনৰ or wife hy death or family dispute. ঘৰত; যেনে, আজি কালি ঘৰে-বাজে ঘৰচীয়া, বি. পপাহনীয়া, talle. জৰ হৈছে, inside and outside of ঘবত