পৃষ্ঠা:হেমকোষ.pdf/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘনিষ্ঠতা ঘট ঘট ঘটু ঘট, অনুক, দুই বা অধিক বস্তু লৰি এটা আন এটাত লাগিলে হোৱাৰ নিচিনা

  • T, an imitative soune lised to

( express that produced by two or more things hitting against one another. ঘটটনি, স. শ. দুই বা অধিক বস্তু লৰি এটা আন এটাত লাগি উঠা শব্দ, the s sound of two or more things strik- ing against one another. ঘটঘটা, অ, ধা. ঘটু ঘটু শব্দ ক; যেনে, কিহবাই ভিতৰত ঘটঘটাইছে, to make a sounel as of two or more things striking against one another. . ঘটু ঘটু কৰে, ক্ৰি. বি. ঘট ঘট শব্দ কৰি, বৰকৈ কঁপি; যেনে, ভূইপত ঘৰটো ঘট ঘট কৰে লৰিল, violently. ঘটু পৰীক্ষা, ‘পৰীক্ষা” চোয়া। ঘটু মটু, স. শ. { অং. ঘট’ মটং, দুটা বন্ধুৰে পৰস্পৰ ঠেক-খোৱাৰ শব্দ ) বিবাদ, দুন্দৰ পৰা হোৱা আহুকাল; যেনে, দুই ভায়েকৰ মাজত ঘট ম লাগিছে, truuyle actised by a quarr.l. ( zj et cafe ) ঘমটনি, “ ঘটঘটনি” চোৱা। ঘটুমটা, দ, ধ, বৰকৈ লৰা, বৰকৈ লৰাই শব্দ তো; যেনে, বতাহে ঘৰটো ঘটুম- Dits, to shake violently, to pro- duce a sound by sbaking. ঘস্থাপন, স. শ. (সং. ঘটস্থাপন, ঘট, টেকেলিস্থাপন, খোৱন বা পাতন ) পূজাৰ নিমিত্তে পবিত্ৰ গছৰ কোমল পাতেৰে ভূষিত আৰু পানীৰে পূৰ এটা টেকেলিৰ স্থাপন, the act of coliscelat- ing and placing a small carthen jar containing water and leaves of sacred trees for the purpose of the worship of a god or goddess. ঘড়ী, স. শ. (সং. ঘটী, বং, ঘড়ী, ভঁৰ পৰ বুজোৱা যন্ত্ৰ ) 'ডাৰ পৰ, অৰ্থাৎ সময়- নিশ্চয় কৰা যন্ত্ৰ, a clock, watch or timepieco. . ঘন্টা, স. শ. {সং, ঘণ্টা—হ, আঘাত কৰু, আঘাতৰ দ্বাৰা বাজে, এতেকে পূজাত বজোৱা এবিধ কঁহৰ বাদ্য; (প্ৰতি ঘণ্টাত অৰ্থাৎ আঢ়ৈ ভঁৰ কালৰ অন্তত তাক বজোৱা যায়, এতেকে) আঢ়ৈ ভঁৰ , a bell, an hour. ঘণ্টা লাৰ, চুলিত ধৰি মূৰটো ঘণ্টাৰ দৰে জোকাৰ; যেনে, পুতেকক বাপেকে ঘণ্টা। atface, to catch ly the hair and shake violently. . ঘণ্টাকৰণ, স. শ. ( স. ঘণ্টা, এবিধ বাদ্য + কৰণ, কৰা এবিধ হালধীয়া কুল আৰু ভাৰ গছ, (তাৰ হেঁইবোৰ শুকালে ভিতৰৰ গুটিবোৰে ঘণ্টাৰ দৰে জুজুন শব্দ কৰে, এতেকে সেই নাম}, a kind of flower and its truo. ঘণ্টাকৰৱী, স. শ. (সং. ঘণ্টা, এবিধ ঘণ্টাকীৰ, বাদ্য +কৰৱীৰ, এবিধ ফুল। ঘটাৰ আকৃতিৰ আৰু হালধীয়া এবিধ কৰবীৰ জাতিৰ ফুল; তাৰ গছ, a kinal of flower and its tree, ঘন, বি. (সং. ঘন, ভাই হন, আঘাত ক; ওচৰাউৰি হৈ থকা বস্তুবিলাকৰ ইটো সিটোত লাগে, এতেকে) ডাঠ, তনু নোহোৱা, ওচৰাউচৰি, ttik, leuse. ঘন্জুৰী, স. শ. (কা, ঘন, ডাঠ+জী, সূত} এবিধ ঠ এৰীয়া কাপোৰ, { কামৰূ.) kind of Erith. ঘনভ, গু. শ. ডাঠ গুণ বা অৱস্থা, thick- ness, density, ঘনশ্যাম, বি. (সং. ঘনশ্যাম-ঘন, মেঘ + স্টাম, কল) মেষৰ নিচিনা কলা, black as a cloud. 7. *. 7*777, a namo of Krishna. ঘনা, স. বা. (সং. ঘ, ডাঠ) ডাই কৰু, ওচৰ-উচৰি কব, to thicken, to sit close together. ঘনিষ্ঠ, বি. (সং, ঘনিষ্ঠ-ঘুন, ওচৰাউৰি ডাঠ) নিচেই ওচৰত থকা, নিকটবৰ্তী, nearest. ঘনিষ্ঠতা, ও, শ, ঘনিষ্ঠ বা নিচেই ওচৰ হোৱা গুণ বা অৱস্থা, proximity.