পৃষ্ঠা:হেমকোষ.pdf/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘটোৎকচ ঘৰিয়াল ঘঁৰিয়াল, স. শ. (অং. ঘঁটু, ঘঁৰিয়ালৰ ঠোটত থকা উঠঙ্গ; হিং, বং, ঘড়িয়াল, এবিধ জন্তু) কুম্ভীৰ, এবিধ গুইৰ আকৃতিৰে state 0%, the fish eating crocodile. ঘহ, স. ধা. সং. ঘ, হি} পিহ, মাজ, 74 , to rul), to scrub, grind. ঘঁহনি, স. শ. ( অ৭. ঘঁহ, পিহ) পিহা বা TOY PÝT, 54, the act of rubbing, friction. ঘঁহনি খা, ঘঁহ হ, to be rullycd. ঘঁহা, স. বা. আনৰ দ্বাৰা ঘৰ্ষণ কৰা, to calise to be rubbed. মহা মা, ঘৰণ কৰ, ঘঁহ, to rul, t) guly, ঘঁহাৰ্ঘহি, ম. শ. এটাই আনটোক ঘষা কাৰ্য; যেনে, বহি বিয়াত দৰা-কন্যাই হালধি tifs 7:17, mutual rnbling, ঘৰ্থোত, কুদ. স. যি জনে ঘহে, ঘঁহ পুৰুষ, a man who rebs ng 'yriuds. (1) ঘকাই, } ক্ৰি. বি. (. ঘৰ, অকস্মত ঘকৰ কৰে, আঘাত লগাৰ শব্দ) ঘকৰ শব্দ কৰি, অকস্মত, হঠাত; যেনে, কোৰখান ঘকাই ভৰিত লাগিল, ঘকই মাত এষাৰ মাতিলে, talking a sulden and quick soumd, suddenly. ঘকা, স. শ. (সং. ঘকাৰ, ঘ --ঘ-+কাৰ, খ) “ঘ” তখৰ, the letter ‘ঘ”। ঘগৰা, স, শ, বাঁহৰ কাঠৰ এবিধ মাছ ধৰা যতন, kind of bamboo fish trar. ঘঞ্চা, স. শ. ( অ, ঘন, শঠ + চল, গতি ক) ঘন যাতায়াত, অধিকৰ সমাগম; যেনে, বনৰীয়া জন্তু মানুহৰ ঘঞ্চালত ' নেথাকে, the resort persons. ঘট, স. শ. (সং. ঘট, টেকেলি -ঘট, শব্দ কৰু) টেকেলি, মাটিৰ সৰু পানী-খোৱা pa, a small carthen water-jar. ঘটু, অ, ধা. {সং• ঘট, কাৰ্য্য হ) হৈ পৰ, সিদ্ধ হ; যেনে, এই কথা নঘটে, ta ocenr, to happen. ঘটু, স, ধা. (সং, ঘট, একত্ৰ ক। আৰ্জ, উপাৰ্জন ক; যেনে, ধন ঘটিছে, to 1913), to acquire. ঘটং, অনুক, গাত আদিৰ ভিতৰত কোন বস্তু পৰিলে হোৱাৰ নিচিনা শব্দ, an onomatopric sound lisal to express that of something falling into a ileep pit, &c. ধটং মটং, অনুক, একে লগে থোৱাত সৰু সৰু বস্তুৰে পৰস্পৰ ঠেকা খাই হোৱাৰ faf5at1 **, ali onomatopeic sound used to express that of things striking against one another, ঘটন, কৃদ. স. {.. ঘট, আজ। উপাৰ্জন, আৰ্জন; অৰ্জা ধন বা বস্তু; যেনে, পোৰ ঘটন খবলৈ আশা কৰা নাই,!!e at of carnius, earnings. ঘটনা, স. শ. { সৎ, ঘট, সিদ্ধ হ) অকস্মাত হোৰা কাযা, তাসহজিক কাৰ্য্য, am accident, an deemteni. ঘটস্থাপন, ‘ঘস্থাপন” চোৱা। ঘটা, স. শ. { অং, খাটু, পৰম্ভ হ') পৰাস্ত Pa, to defeat, to varjaislı. ঘটা, স. বা. ( আ. ঘট, বিদ্ধ হ} সিদ্ধি কৰু, to cause to hapen, to effect. ঘটা, স, ধা. { ত.. ঘটু, অৰ্জ) উপাৰ্জন কৰ, অৰ্জা; যেনে, ধন ঘটাইছে, ty cause to be earned. ঘটী, স. শ. (সং. ঘটী, সৰু জলপত্ৰ—ঘট, জলপাত্ৰ) ধাতুৰ এবিধ চুটি ডিঙ্গীয়া stata via, a small metal water- vessel. ঘটীয, স. শ. (সং. ঘটায—-ঘটী, জল পাত্ৰ+যন্ত্ৰ, যতন) নাদৰ পানী তুলিবৰ নিমিত্তে ৰখা কলহ আৰু জৰী; এতেকে atta 1998, the rope avel buckcí of a well, any machine or contri- vance for drawing water. ঘটোৎকচু, স. শ. হিড়িম্বা ৰাক্ষসীৰ পৰা হোৱা ভীমৰ পুতেক, the son of Bllima by a rakshasi named Vidimba. of many