পৃষ্ঠা:হেমকোষ.pdf/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোপিকা। গোমচেং গো, গৰু+ পাল, ৰক্ষক) গৰখীয়া; (সৰুত বৃন্দাবনত গৰু-খা হেতু) কৃষ্ণ, a cour- herd, a name of Kristina." গুৱাল চো। গোপিকা, গোপিনী, “গোপ” চোৱা। গোপ, গোপিনী-সবাহ, স. শ. অং. গোপিনী, গোপ (ইয়াত) তিৰোতা +সবাহ, হৰি- কীৰ্ত্তন ) অনেক তিৰোতা গোটাই কৰ। বিষ্ণুৰ, শিৰব বা দুৰ্গাৰ নাম-কীৰ্ত্তন, mallic: prayer offered to a god or goldess by females. গোপীনাথ, স. শ. (সং. গোপীনাথ, গোপি- কৰি স্বামী-গোপী, গৰীয়াৰ ভাষা+ নাথ, স্বামী; বৃন্দাবনত গোপীবিলাকে ক্ৰীড়া কৰিছিল, এতেকে) কৃষ্ণ, anale of Krishna. গো-বগ, স. শ. (সং. গোবক, গে, গ + বক, বগ-চৰাই) গৰুৰ পাচত ফুৰা এবিধ বগ-চৰাই, a kind of bird. গো-ধ, স. শ. (সূ. গোবধ, গৰু-মৰণKuldhar Rabha (talk) গো, গৰু + বধ, হত্যা) গৰু-মৰা কাৰ্যা, গৰু-মাৰ, tle killing of a f\\. গোব, স. শ. (সং. গোবিট; হি. বং. গগাবৰ, গৰুৰ বিষ্ঠা) গৰুৰ বিষ্ঠা, গোময়, cowelung . গগাবৰণি, সু. শ. বহুত গোবৰ থকা ঠাই, i place full of cowdung, গোবৰ-খুঁটি, স. শ. (অং. গোবৰ, গৰুৰ বিষ্ঠা+ সং. ঘুন্টিক, শুকান গোব। opta (51477, dry cowdung. গো-খেচৰা, স. শ. (অং. গোবৰ, গোময় + খেচৰা, উজ) গোবৰ খুঁচৰি পোক ধৰি খোৱা এবিধ চৰাই, the Hot]%90. গোবৰ্ধন, স. শ. (সং. গোবৰ্দ্ধন, এটা পৰ্বত —গো, গৰু +বন্ধন, বঢ়োৱা; তাৰ ঘাঁহৰ দ্বাৰা ব্ৰজবাসীৰ গৰুবোৰ পুষ্ট হয়, এতেকে) বৃন্দাবনৰ এটা পৰ্বত, a celebrated hili in Vrindavana, . গোবৰ্ধনধাৰী, স. শ. (সং. গোবৰ্দ্ধনধাৰি, গোবৰ্ধন-পৰ্বত-ধৰোতা—গোবৰ্ধন, ঐ+ ধাৰি, ধৰোতা, তেওঁ সেই পৰ্বত কো- আঙ্গুলিবে দাঙ্গি ধৰিছিল, এতেকে) কৃষ্ণ, a name of Krishna. গোবান্ধ, বি. মন্দ, বেয়া, অকৰ্মণ্য, কুচ্ছিত, had, worthless, ugly. গোবিন্দ, ২ স. শ. (সং. গোৰিল, কৃষ্ণ গোবিন্দ, গে, শব্দ-সমূহ + ৱি, জান্, তেওঁ জুতৰ সকলো ভাষা জানে, এতেকে বিষ্ণু, কৃষ্ণ, a name of Vishnu or Krislina. গোম, ) স. শ. (স.. গ, গতি ক; বৰ গো-সাপ, বেগাই নায়, এতেকে } অনেক বিধ বৰ বিশাল সাপৰ সাধাৰণ নাম; যেমে, মচোৰ-গোম, হোলেঙ্গা-গোম, ফেনী (54T, generic name of several Species of poisous snakes, গেময়, স. শ. (সং. গোময়, গোবৰ-গো, গৰু + ময়, প্ৰত্যয়) গোবৰ, ex)alung. গোম, বি. (সং. গোময়, ঐ। গোবৰৰ দৰে মলিন, বিবৰ্ণ, গোমোঠা, বৰণত খাটে ); যেনে, মুখখান গেম হৈছে, (ingy, dark, faded. 9. 84. 6794 9741 574 হ; যেনে, বুৰ গোনাইছে, ta) be over- cast with clouds. গোমূল, স. শ. ( সৎ, গোমূত্ৰ---গো, গ+ মূত্ৰ, মূ) গৰু-মূত, (ow's uriot. গোমুখ, স. শ. { সং. গোমূগ্ধ, অজ্ঞান-গো, গৰু + মূৰ্খ, অজ্ঞান ) গৰুৰ নিচিনা অজ্ঞান TER, one stupid as an ox. গোমেধু, স, শ, {সং. গোমেধ, এক প্ৰকাৰ যজ্ঞ--গো, গৰু+মেধ, যজ্ঞ গাইৰ মঙ্গ- হেবে হোম-কৰা যজ্ঞ, the sacrifice of & cow. গোমোঠা, বি. (অ. গোমা, বিবৰ্ণ ) বিবৰ্ণ, বৰণ উড়ি খোৱা; মলিন, ফটফটীয়া COTTERITY, faded, soiled, not bright. গোমমালা, বি. (অ. গোমা, ডাৱৰীয়া ) মেঘৰ দ্বাৰা টকা, cloudy, murky. গোমচেং, স, শ.. (অং. গোম, সাপ+সং. চিক্কণ, মৃদু সাপৰ গাৰ দৰে ফুল থকা,