পৃষ্ঠা:হেমকোষ.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোখোৰা ২৭৫ গোপাল নামেই সেই মানুহৰ বংশৰ নাম হৈছিল। এই কাৰণ একে জনা আদি পুৰুষৰ পৰা বঢ়া মানুহবিলাকব একে গোত্ৰ, অৰ্থাৎ একে বংশ; এতেকে “কাশ্যপ গোত্ৰ” বুলিলে কাশ্যপৰ বংশ বুজা যায়। a race, or family. llivided families were name after their founders, there. fore the Ilindoos descending from the same progenitor are of the same gutri (or family). In law ile term is nearly cyuivalent to the licalile of the Roman law, and is applical tv, kimired of tin: saune general family, who are connectel by offerings of fool and water, and stands opposed to the Buddha ir cognate kin, who ( do not partake in the offerings to the counu ancestors. গোখোৰ, স. ধা- (সং. গুচ্ছ, ধোপ) বেঞ্জাব বা গঙ্গে। পোৰ্গ বা সঙ্কোচ ক, (মুখত খাটে; যেনে, এই কথা শুনি সি মুখ (51te1047, to look displosscd. গেথোৰ-মুৰ, বি. (অং. গোখোৰা, বিমৰ +মুখ, শৰীৰৰ প্ৰধান অঙ্গ) খ’মুৱা, (7614-77), sad-looking, lispleased- looking. গোগো, অনুক, মুখৰ ভিতৰতে কোৱা কথাৰ অস্পষ্ট শব্দ,, an intitative sourad 118d to express that of something spoken under the breath. গোদগোদনি, স. শ. অসন্তোষ বা খঙ্গেবে মুখৰ ভিতৰতে কোৱা কথাৰ অস্পষ্ট শব্দ, i grumbling or murnuring. গোগোদা, অ, ধা, মুখৰ ভিতৰতে কথা কৈ অসন্তোষ প্ৰকাশ কৰ, অসন্তোষেৰে বা খঙ্গেৰে মুখৰ ভিতৰতে কথা ক, to murmur, to grumble. 7. $4 727 ভিতৰতে বা ফুটাকৈ ক; যেনে, অমুকে formy chiestatge, to mutter, to pumble. গোধ, স. শ. (সৎ, গুধ, বেৰি ধৰ, বং. গো, এবিধ ভৰিৰ ৰোগ } ভৰি উখই ৰোগ; গুপ্ত দোষ বা পাপ, cloppliantiasis, a scoret sin or vice. গাধা, বি, গোধ-ৰোগে-ধৰা, affected witl. the elephantiasis. গোবিক, স. শ. (সং. গোধিকা~~গোধ, ও ই) ও ই, anisualutt. গোম, স. শ. (সং. গোম-গুধ, বেবি ধৰ } ঘেঁহু-ধান, ৩টি। গুড়ি কৰা শস্য, list. গোনা, স. শ. (সং. গোনাথ, ডৰ যাড়) 'কলশৰে থকা ডাঙ্গৰ মত মহ, a sli- tary snake butralo, গোন- স, ধ, খো, যা কৰ, { চহ }, to ask for, to boy গেন্ধা, তা. বা. (সং. গন্ধ, এাণ) গন্ধ বিস্তাৰ কুণ, গন্ধ দি; যেনে, ফুল গোন্ধাইছে, t) Smell, to diffusc fragrance. গো, স. শ. {স. গোপ, গৰু-গুৱাল-গে, ক+ পা, খ) গৰখীয়া, গুল, ঘাইকৈ পূৰ্ব্বকালৰ বৃন্দাবনৰ গুৱাল; গাখীৰ- 5778121, : client, i nilkman. (স্ত্ৰী) গোপিনী, গোপিকা, গোপী। গোপ-কথা, স, শ, {সং. গোপকন্যা, গোখী -গোপ, গৰখীয়া+ কন্যা, ছোৱালী) গৰু- বখা মানুহৰ ছোৱালী, গুল-জাতিৰ (51941, the daughter of a cowherd, a young woman of the gowal-caste. গোপ, কদ, স. (সং• গোপন-গু, লুকা) লুকোৱা বা টকা কাৰ্য, গুপ্ত কৰণ, conecalment, the act of liiding. গোপনে, ক্ৰি. বি. আনে নজনাকৈ, অপ্ৰকা- শিৰূপে, মনে মনে, secretly. গোপনীয়, বি. লুকাবব যোগ্য, সুকাই ৰাখিব লগা, প্ৰকাশৰ অযোগ, conceala)}e, to be luidden, not fit to be revcaled. গোপ-বধূ, স. শ. (সং, গোপবধু, গোপী-- গোপ, গৰু-ৰখীয়া+বধূ, ভাৰ্য্যা}. গৰু ৰখীয়াৰ ঘৈণীয়েক, the wife of a cowherd. গোপাল, স. শ. (সং. গোপাল, গৰখীয়া-