পৃষ্ঠা:হেমকোষ.pdf/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোট ধৰ ২৭৪ গোত্ৰ। গোট ধৰ, ফল ধৰ, গুটি ধৰ, to lear fruit, to produce a rouuut. গো মা, টান মাৰ, জুলীয়া গুচি কঠিন হ, to congeat, to be hazırlened. গোট, বি. সমুদায়, নভগানি ছিগা, কেননা অংশ পৃথক নকৰা; যেনে, গেট পহু ati, whole, eutire, undivided. গোট, উপশি. টো, নভগ-নিছিগা বা সমুদায় এটা বস্তু বুজাবলৈ সংখ্যা বা সংজ্ঞা-শব্দৰ পাচত ব্যৱহৃত শব্দ; যেনে, ঘৰগোট, Catest, a particle put after a noun to denoto a whole or individed thing. গোটা, বি. ( অং. গোট, ওটি ) গোল, ঘূৰণীয়; যেনে, গোটা বস্তু বাগৰি যায়; চেপেটা নোহোৱা; যেনে, বাহৰোৰ গোটা, গোটা কাঠ ফালিলে পাট হয়; ফোপ নথকা, তিতৰ শুদা নোহোৱা; যেনে, গোটা বস্তুব ভিতৰলৈ একো নো- CATAT, round, not flot, solid. গোটা, স, ধ. (অং, গোট, সমুদায়) একে লগ কৰ, একত্ৰ কৰ, সংগ্ৰহ কৰ, মুঠ কৰ to collect, to gather together, 1.) total. গোটা-চাৰে, বি. (অং. গোট, সমুদায় গোটাচেৰেক্‌, +চাবি+ এক) কিছুমান, একতকৈ অধিক কিন্তু কিমান নিশ্চয় T12F\, some, a few. গোটা-দিয়ে, বি. (অং. গোটা, সমুদায় + দুই +এক} দুটামান্, গোটাচাৰে, কিছু ht, some, a few. গোটাসজীয়া, বি. (অ. গোটা, দীঘল আৰু গেল + সাজ, গঢ় ) গোটা আকৃতি, দীঘলীয়া আৰু গোল আকৃতিযুক্ত, cylindrical. গোটেই, ক্ৰি. বি. (অং. গোট, সমুদায় ) সমুদয়ে, শেষ নথকাকৈ; যেনে, ধান গোটেই ঢুকাল; নগ-নিছিগাকৈ; যেনে, ঘঁৰিয়ালে মাছ গোটেই গিলে, entirely, wholly, without breaking or dividing. বি. সমুদায়, সকলে; যেনে, গোটেই গাত খহু; গোটেই খান ঠাই, গোটেইটো ঘৰ, whole, entire. গোটেগোটে, ক্ৰি. বি. নভগ-নিছিগাকৈ (এটাকৈ অধিকত খাটে); যেনে, সাপে বেংবোৰ গোটে-গেটে গিলে, without breaking or dividing, surid of more than one thing . গোট্ট কৰাই, স. শ. (গোট, নভগা+ কৰাই, ভজা চাউল) গুড়ি নকৰা ভজা চাউল, parched rice not reduced to powder. গোট-কাঠ, স, শ, কাঠৰ নিচিনা জ্ঞানহীন মানুহ, গোটেই মূ* মানুহ, ২ stitjoid }&rson. বি. গোটেই মূখ বা অজ্ঞান; যেনে, গেট-কাঠ মানুহে একো নুবুজে, stupid, silly. গোটু গৰু, স. শ. একো নজনা মূখ মানুহ, a fool, a stupid person. গোটু-গোট, বি. এটা-এটা, বেলেগ বেলেগ, সিচুৰতি;; মেনে, চাউলবোৰ গোটু গেট হল, { সংখ্যা থকা ৰতত খাটে এতেক) স্পষ্ট; যেনে, অমুকৰ হাতৰ আখৰবোৰ (51YU (STÈ, scattered, dispersel, plain, (listinct. গগাটু-পাই, স. শ. (অ. গোট, সমুদায় এটা ++: পাইক, ৰয়ত) মৰাণৰ ভগনৰ পূৰ্পে চাৰি জন, পাচত তিনি জন সামান্য 72844 77075, formerly the ag- gregate of four, latterly of three paiks in Assamı. গোতত, বি. (সং. গং, গত) দ আৰু মুখ-চেপ, {পাত্ৰ বা গাতত খাটে }; daup, sud narrow-mouthed, said of a Vessel or hole. গোতৃ জ্ঞাতি, স. শ. {স গোত্ৰ, বংশ+ জ্ঞাতি, কুটুম বংশ-পৰিয়াল, একে গোত্ৰৰ আৰু একে বংশৰ মানুহৰ সমুহ, বন্ধুবান্ধৱ, personis of kith and kin, friends and relatives. গোত্ৰ, স. শ. (সং, গে, পৃথিবী+ৱৈ, ৰক্ষা ক) বংশ, পৰিয়াল। পূৰ্ব্বে যি আদি পুৰুষৰ পৰা মানুহ উৎপন্ন হৈছিল, তেওঁৰ