পৃষ্ঠা:হেমকোষ.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুঢ়াৰ্থক | লৰ লগত খোৱা এবিধ, অলপ সোৱাদ, সুগন্ধি গুটি; তাৰ গছ, a kind of plant, the anise, anise seed. গুৱাল, স. শ. (সং, গোপাল, গৰখীয়া) গাখীৰৰ ব্যৱসায়-কবোল,গাখীৰ-বেচো; মহ-ৰখীয়া, a milknal, a lutf-keeper. { স্ত্ৰী) গুৱালনী, গুৱালিনী বা গুৱালী। - গোপাল, শব্দৰ পৰা গুৱাল শব্দ ওলাইছে; কিন্তু অসমীয়াত মহৰখীয়া আৰু গাখীৰ-বেতোক মাথোন গুৱাল বোলা যায়, গৰুৰখীয়া গুৰাল নহয়। গুৱাল-গালি, স. শ. কাৰো নাম নধৰাকৈ অপকাৰীক পৰা গালি, (মহ-গুৱালবিলাকে খং উঠিলে মহক গালি পৰাৰ ছলেৰে তাৰ গৰাকীক গালি পাৰে, তাৰে পৰা এই শব্দ 71815); abusive language used against a person, who has given offence, without mentioning his nane. গুলুম শুনু, স. শ. (অ. গুলগুলা, তাপ বোধ ক) নতুন বতাহৰ অভাৱত হোৱা তাপ বোধ বা গপগপনি, a lourning sensa- tion caused by want of fresh air. গুলুম বান্ধু, গুলুম মাৰ বা গুলুম মাৰি ধৰ, গপগপনি লগা, (ওলাব নোৱাৰি গোট খোৱা ধোৱাত খাটে); যেনে, বান্ধনি- ঘৰত ধোৱাই গুলুম বান্ধিছে বা মাৰিছে বা গুলুম মাৰি ধৰিছে, to proxduce a burning sensation like that caused by pent up smoke. ওলৈ, স. শ. পচা বস্তু থকা, জেকা ঠাইৰ পৰা ওলোৱা আৰু আন্ধাৰত জিলিকা এবিধ বাষ্প; এই দেশৰ মানুহে ভাবে যে পুতি থোৱা ধনৰ গৰাকী ভূতৰ গাৰ পৰা সেই পোহৰ ওলায়, এতেকে তাক ধন-গুলৈ cara, ignis ratuur, will-o-the-wisp, Jack o'lantern. গুলৈয়া-নাও, স, শ. বৰ ডাঙ্গৰ হোলো- নাও, a large (lug-out. গুগুলনি, স. শ. (অ. গুলগুলা, ভাপ বোধ ক) তাপ-বোধ, গা-পোৰণি, গপগপণি, a burning sensatios. গুলগুলা, অ, ধা. তাপ-বোধ কৰ, গপগপা; যেনে, গাই গুলগুলাইছে, to have a burning sensation. গুলগুলীয়, বি. (সং. গল, দুৱ হ) বৰকৈ পক, পকি ভিতৰে দুৱ হোৱা; যেনে, অমৃটো পকি গুগুলীয়া হৈছে, over- ripe. গুৱা, স. শ. { স.. গুৱাক, তমোল তামোল- গছৰ ফল, খাবৰ নিমিত্তে পাণ-চুণ-আদিৰে যুগুত কৰা মোল, all area-uit or hetel-rut, betel-nut prepared for use. গুৱা-কটা, স, শ, (অং. গুৱা, তামোল+ কটা, কাটোল) কোনো সত্ৰৰ মহন্তৰ নিমিত্তে তামোল-যুগুত-কৰোতা, মহৰ মূলী, one who prepares betel-nuts for the use of a gossain. গুৱা-মৰি, স. শ(অং. গুৱা, আমোল স. মধুৰিকা; বং মৌৰী, এবিধ গুটি) আমো- গুহ, স. শ. (সং. গুহ, লুকা, ঢাক খাই থাকে এতেকে। পৰ্বতৰ গৰ, a ave, a catet?. গুহ, বি. (সং. গুহ্ম, গোপনীয়~~-গুহ, ঢাকি থ? গোপনীয়, গুপ্ত, লুকাই থোৱা, collecal- able, concealed, private, গুধা দ্বাৰ, ম. শ. (স. ওস্কাৰ, মলৰ দ্বাৰ গু, গুপ্ত + দ্বাৰ, বাট) শৰীৰৰ মলৰ বাট, বহিদ্বাৰ, the ans. , স. শ. {সং. যুথ, বং. , বিষ্ঠা) বিষ্ঠা, বহিৰ্ঘৰে দি শৰীৰৰ পৰা ওলোৱা মল, ordre, thing. গূঢ়, (স’ গুঢ়, গুপ্ত---গুহ, লুকা) গুপ্ত, লুকাই catay, concealed, hidden. গূঢ়াৰ্থ, স. শ. (সং. ঘূঢ়াৰ্থ, গুপ্ত অৰ্থ--ঘূঢ়, গুপ্ত + অৰ্থ, শব্দে যাক বুজায় ) গুপ্ত অৰ্থ, সকলোৱে বুজিব নোৱৰা অৰ্থ, secret meaning. গূঢ়াৰ্থক, বি. (সং. গুঢ়াৰ্থক, গুপ্ত অৰ্থ যুক্ত গুঢ়, গুপ্ত+ অৰ্থ, শব্দে যাক বুজায়) সক- লোৱে বুজিব নোৱৰা, গুপ্ত অৰ্থযুক্ত; যেনে, গূঢ়াৰ্থক শব্দ, a secret meaning.