পৃষ্ঠা:হেমকোষ.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলীয়া। গুৰি-গছ গুৰি-গছ, স. শ. (অং. গুৰি, মূল + গছ, বৃক্ষ ) গছৰ গুৰি ডোখ; এতেকে মূল, আদি; যেনে, কথাৰ গুৰি-গছ বিচাৰিব লাগে; উৎপত্তি স্থান বা বংশ; যেনে, বিদেশী মানুহৰ গুৰি-গছ না টান, the trunk of a tree immediately above the root, the root or origin. গুৰি ধৰ, নাৰৰ গুৰি পোনা, to steer a boat. গুৰি-বঠা, স. শ. নাৱৰ গুৰি পোনোৱা ডাঙ্গৰ 251an oar nised as a rudder. গুৰিয়া, স. . ( হিং, গোড়, ভৰি ভৰিৰে প্ৰহাৰ ক; যেনে, তাক বুকত গুৰিয়ালে, to kick. অ. ঘ. নেজানি বা অকস্মাৎ ভৰি লগা; যেনে, সি ডাঙ্গৰীয়াৰ খৰম oferty, to touch something with the foot without knowing. গুৰিয়াল, স. শ. নাৱৰ গুৰি পোনাওঁতা, a steersman. গুক, স. শ. (সং. থু, কথা ক) শিক্ষক, শিকাওঁতা; ধৰ্ম্ম-শিক্ষক, ধৰ্ম্মাপদেশক; মান্য লোক; যেনে, পিতৃ মাতৃ, ককাই Fontfr, an instructor, a spiritual guide, il venerable person, such as a father, a mother, &c. ff. stat; যেনে, গুৰু ভাৰ, শ্ৰেষ্ঠ, মান্য, পূজ্য; যেনে, গুৰু লোক, heavy, insportast, venerable, গুৰুঘাত, স, শ, সং, গুক, শিক্ষক + অ,, ঘাত, বাদ্যৰ এক ছেদ) গান-বাদ্যৰ আৰ- শুতে শিক্ষকৰ সন্মানৰ নিমিত্তে মৰা ঘেঁতা, a preliminary strain of music, a musical prelude. গুৰুত, বি. (সং. গুৰুতৰ গুৰু, গধুৰ, শ্ৰেষ্ঠ) এককৈ গধুৰ বা প্ৰধান, leavier, more important. গুৰুত্ব, শু. শ. গধুৰ গুণ, শ্ৰেষ্ঠ, leaviness, importance. গুৰুপাকী, বি. (সং. গুৰুপাকি- গুৰু, গধুৰ+ পাকিনু, জীণ-যোৱা) শীঘ্ৰে জীণ CATEUR, not easily digested. গুৰুবধী, বি. (সং, গুৰুবধি-গুৰু, শিক্ষক, মান্থলোক+বধি, বধো আপোনাৰ

    • 74-771, killing one's own Guru.

৭. শ. গুৰুক মাৰে, one who kills his Caru. শুকল, বি. (অং. গুৰি, গুড়া) গুৰুলা গুৰুত্ত্ব, চূৰ্ণ, ভাগি খণ্ড খণ্ড হোৱা; যেনে, হাড় গুৰুলা বা গুৰুলাগুৰুল; পকি sya tal, broken to picucs, rc- duced to a pull, as froin over- ripeness. গুৰুলাগুলি, স. শ. ভালকৈ সিজি বা পকি কোমল হোৱা বস্তুৰ মাজত অলপ টান হৈ নিমিলি থকা ভাগবিলাক, those parts of anything boiled or ripe Wlaick remain hard and unmixed With the rest. গুৰুবাক্য, স. শ. (সং, গুক, ধৰ্মোপদেশক

  • বাক্য, বচন) গুৰুৱে শিকোৱা ঈশ্বৰ-

উপাসনাৰ বাক্য বা মন্ত্ৰ, tle form of prayer taught by # spiritual instructor. গুৰ্বিণী, বি. (সং. গুণিী—গল্প, অহঙ্কাৰ ক; সন্তানৰ আশা হোৱা তিৰোতাৰ মনত গপ হয়) সভা, গৰ্ভৱতী; গাভিনী, pregnant, with young. গুলঞ্চ, স. শ. (সং. গুঞ্চ, ফুলৰ ধোপ, ফুলগোপাৰ নিচিনা দেখা যায়, এতেকে ) এবিধ ফুল, তাৰ গছ, a kind of flower. গুলপীয়, বি, গোলাপ ফুলৰ নিচিনা বৰণ- yo, l'osy, rose-coloured. গুলাল, স. শ. এবিধ ফুল, a kind of flower. গুলী, স. শ. (সং. গুলী, সৰু, ঘূৰণীয়া বস্তু হিং. গোলী, বৎ. গুলী, হিলৈ-গুটি ) হিলৈভ ভৰি মৰা সীহৰ বা লোৰ গুটি, a bullet. গুলী মাৰ, হিলৈৰে গুলী চলা; যেনে, পছলৈ শুলী মাৰিছে, to shoot a ball, &e., with a gun. গুলীয়া, স, ধ, গুলীৰ দ্বাৰা আঘাত কৰ; যেনে, চৰাই গুলীয়াইছে, to shoot.