পৃষ্ঠা:হেমকোষ.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুগুপীয়া। গুৰি-কথা পৰাৰ দৰে শব্দ কৰ; যেনে, বৰষুণ-জাকে গুপই আছে; বৰকৈ জলা জুইৰ দৰে ধ্বনি ক; যেনে, জুইকুৰা গুপগুপই উঠিছে, to make a noise as things falling in quick sncccssion do, or like that of a blazing fire. গুপগুপীয়া, বি. গুপণ্ডপ শব্দ কৰা, ঘনে ঘনে পৰাৰ শব্দ কৰা, এতেকে প্ৰবল (বৰষুণত খাটে); যেনে, গুপগুপীয়া 94, pattering, very heavy, ( said of rain ). পশুপ কৰে, ক্ৰি. বি. গুগুণ শব্দ কৰি, ( জুইত খাটে ); যেনে, জুইকুৰা গুপণ্ডপ 76 aface, making a skvrt quick sound, like that of a flaming fire. গুপ্ত, কদ, বি. (সং. গুপ্ত-শুপ, লুকা) লুকোৱা, Gif (htay, concealed, private. গুপ্তবেশ, স. শ. (সং, গুপ্তৱেশগুপ্ত +বেশ, আকাৰ নিজ আকৃতি ঢাকি নকৈ ধৰা আকাৰ, ছদ্মবেশ, a glisguise. গুপ্তবেশী, বি. (সং. গুপ্তৱেশি – গুপ্ত, সুকোৱা + ৱেশ, আকৃতি + ই, প্ৰত্যয়) ছদ্মবেশ-ধৰা, আপোনাৰ আঞ্চতি লুকোৱা, disguised. . গুপ্তবেশে, ক্ৰি. বি. আপোনাৰ আকৃতি বুকাই, Pfa, visguisedly, in disguise. গুৰুৱা, বি. { অং- গোবৰ, গৰুৰ বিষ্ঠা) গগাবৰ উৎপন্ন, গোবৰৰ নিচিনা, proflue- ed in cowdung, like cowdung, 17. শ, গোবৰ আৰু বিষ্ঠাত মাটি ভোলা af , a kind of beetle found in dung and human ordure. . গুমাই, ক্ৰি. বি. (অং. গুন্ গুম, লৰি যাওঁতে হোৱা শব্দ) ইফাল সিফাললৈ নোচা- ৱাকৈ বেগাই; যেনে, সি গুমাই গৈছে, in a quiek pace. খুনী, , শ, গোমসাপৰ মাইকী; সাপৰ বিষ গুচোৱা এবিধ লতা, a feniale game snake, a.crveper said to be a specific for snake bite. গুম-গুম, অমুক, লৰি যাওঁতে ভৰিৰ পৰা হোৱা শব্দৰ বা জলা জুইৰ নিচিনা মাত, the noise made by the feet when running or the noise of fire. গুমৃগুমনি, স. শ. লৰি যোৱাৰ বা জলা জুইৰ te, the sound of someone run- ning, or of a flame of fire. ওমা, অ, ধা, গুম গুম শব্দ কৰু, লৰি যোৱাৰ বা জলা জুইৰ নিচিনা শব্দ ক, to make a sound as of the feet in running or of a flame of fire. গুন্ গুন্ কৰে, ক্ৰি. বি. গুন্ গুম শব্দ কৰি, making the above sound. গুৰু, স, শ, “গুড়” চোৱা। গুৰ, স. শ. (সং. গুৰু, গধুৰ গধুৰ হৈ পানীৰ তললৈ যাবৰ নিমিত্তে জালত বা বৰশীৰ জৰীত বান্ধি দিয়া সীহব বা মাটিৰ ett, a sinkcr attached to a fishing net or line. , গুৰি, (সং. গণ্ডি, গছৰ শিপাৰ ওপৰ ভাগ i ব, গুড়ি, গছৰ মূল গছৰ মূলৰ বা শিপাৰ অলপ ওপৰৰ ভাগ; যেনে, গুৰি কটা গছ; আদি, আৰম্ভ, কোনো কথাৰ মূল; যেনে-কথাটো গুৰিৰ পৰা কোৱা; নিকট, ওচৰ; যেনে, ঘৰৰ গুৰিত; নাৱৰ পাচ-টিং; যেনে, গুৰি পোনালে নাও পোনে চলে; পশ্চিম দিশ; যেনে, গুৰিত stifocar 1999 y, the trunk of a tree iminediately above the root, the beginning or origin, the root, vicinity, the stern of a boat, the west. মূললৈ চাই ইয়াক “গুড়ি” এনে- কৈও লিখিব পাৰি; কিন্তু খুন্দি মিিহ কৰা বস্তু বুজোৱা “গুড়ি” শব্দৰ পৰা বেলেগ কৰিবৰ নিমিত্তে উচ্চাৰণ অনুসৰি ইয়াক “গুৰি” লিখা হে ভাল। গুৰি-কথা, স. শ. (অং, গুৰি, আদি+কথা, বিষয় বা বিবণ) কোনো বিষয়ৰ আদি বা মূল, the root or origin of any. thingr. .