পৃষ্ঠা:হেমকোষ.pdf/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুণী গুপগুপা বিস্তৃত কৰা আঁচলত গুণাৰ ফুল দিয়া; যেনে, গুণপৰা চেলেং, silver or gola- bordered. গুণী, বি. (সং. গুণি, গুণযুক্ত—গুণ, জ্ঞান- বিদ্যা+ই, প্ৰত্যয়) শুণৱন্ত, জ্ঞান-বিদ্যা- e, possessed of virtue, knowledge, or good qualities. স. শ. গুণৱন্ত লোক; যেনে, গুণীয়েহে গুণ বুজে, one 109 sessed of virtue, knowledge or gool (uzalities. গুণে, অ, অব্য, কাৰণে, নিমিত্তে; যেনে, 93 old, by reason of, owing to. গুণকাৰী, বি. (সং. ৬ণকাৰী, উপকাৰী গুণকাৰি, গুণ-কৰ উপকাৰী; যেনে, কাৰীৰ গুণ লব; শুভফল-দিয়া; যেনে, গুণকাৰী ঔষধ, teneficial; efficacious. (স্ত্ৰী) গুণকাবিণী। গুণগুণ, অনুক, ভোমোৰাৰ নিচিনা শব্দ, an imitative sound used to express the bununing of a bec. গুণাগুণনি, স. শ. ভুঙুন্ শব্দ, ভোমোৰাব

  • , the humming of a bee.

গুগুণা, অ, ধ, ভুভুনা, ভোমোৰাৰ দৰে শব্দ কৰ; যেনে, ভোমোৰাই গুণগুণাইছে; মুখৰ ভিতৰতে সৰু সবেৰে গীত গা; যেনে, গায়নৰ লৰাই গুণগুণায়, to hum, to buzz, to sing in a low tone of voice. গুণৰাজ, স, শ, { অং. অণ, আৰোগ্য কৰা শক্তি + ৰাজা, অধিকাৰ; গুণৰ ৰজা) এবিধ পতালী কোমোৰা, সি কোনো কোনো দৰব লাগে, the round root of a certain creeper used in mcdi- cine. গুণহী, “গুণহী” চোৱা। গুদা, বি. (অং. গুড়া, গুড়ি) চূৰ্ণায়মান, খণ্ডখণ্ড; যেনে, কলহটো ভাগি গুদা 9, smashod, broken to pieces. গুদা উই, ডাগি ডোৰ জোখৰ হ, to be smashed. গুদাম, স, (ব, গুদাম, ভঁৰাল ) বস্তু গোটাই থোৱা ঘৰ, ৰস্তুৰ ভৰাল; যেনে, মৰাপাটৰ গুদাম, a godown, a store- house for goods. গুদা, স. শ. (ইং. বাটন, চোলাৰ গুঠি। চোলা আদি গাত লগাই ৰখা গুটিৰ নিচিনা ঘূৰীয়া বা চকলীয়া বস্তু বিশেষ, a button. গুদা, অ, ধা. অনুধাৱন-কৰা হ, মমত উদয় হ; যেনে, এই কথাটোৱে মনত শুদূগুদাই আছে, to be conceived in the mind. গুধীয়া, বি, (অং. গোধ, ঠে-ভৰি ভাৰ হোৱা ৰোগ; গুপ্ত দোষ ) গোধ, গোধ- যুক্ত; গুপ্ত দোষ স্বকা; যেনে, “যাৰ পপ মেলত নাই সি ওধীয়।”, affected with cloplantiasis, stained with a secret sin or vice. , গুন ঠি, স. শ. (সং. গ্ৰন্থি, গাঁঠি ) ফন্দিত সুমোৱা জৰীৰ বা লেজুৰ মূৰৰ গোটা গাঠি; যেনে, পঘাত গুনঠি দিছে; চোলা আদিৰ খান্দিত সুমোৱাবলৈ কৰা কাপোৰৰ গুটিৰ নিচিনা বস্তু; যেনে, চোলাৰ গুনঠি ছিগিল, a rount knot or buiton at the end of a rope or string for passing throngh a loop, a round button or knob attached to a pative tunic for fastening it. উপগুপ, অমুক, কোনো বস্তু ঘনে ঘনে ওপৰৰ পৰা পতনৰ নিচিনা শব্দ; বৰকৈ জল জুইৰ নিচিনা ধ্বনি; লৰি যোৱা মানুহৰ ভৰিৰ শব্দৰ নিচিনা শব্দ, an inaitative sound used to express that of sonicthing Calling in quick succession, of a blazing fire or of someone running quickly. পশুপনি, স. শ. ঘনে ঘনে পৰা, বৰকৈ জলা জুইৰ বা বৰকৈ লৰি যোৱাৰ শব্দ, the sound of things falling in quiche svecession of a flaming fire or of someone running quickly. গুপগুপা, অ, ধ, কোনো বস্তু ঘনে ঘনে