পৃষ্ঠা:হেমকোষ.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬৪ গুণাপৰা in others, স, শ, সজ গুণ বা জ্ঞান- বিদ্যা সম্মান বা পুৰস্কাৰ-কৰোতা, one who approves or encourages virtuo, knowledge or good qualities in others. . গুণ, বি. (সং, গুণ, বিদ্যা, জ্ঞান+ জ্ঞা, জা) গজ গুণ বা জ্ঞান-বিদ্যাৰ মোল- y, appreciating kpowlenge, virtue, or good qnalities in another. সমা, “গুণগ্ৰাহী” আৰু “ গুণজ্ঞ ” একে ভাবতে ব্যৱহাৰ কৰা হয়। গুণ, স, শ, সজ গুণ বা জ্ঞান-বিদ্যাৰ মোল-বুজা লোক, one sylho appreciates virtue, &c. গুপজ্ঞান, স, শ, সজ গুণ বা জ্ঞান-বিদ্যাৰ a cate, appreciation of virtue, &c. গুণাদায়ক, বি. (সং. গুণদায়ক, গুণ-দিয়া- গুণ, শুভ ফল + দায়ক, দিয়া} গুণ বা শুভফল দিয়া; যেনে, গুণদায়ক ঔষধ, efficacious, effectual. গুণন, কৃদ, স, (অৎ, গুণ, চিন্তা কৰ চিন্তন, f674 744, the act of thinking or reflectingr. গুণনি, স. শ. চিন্তা, ভাবনা, concern, anxiety, solicitude. গুণমণি, স. শ. (সৎ, গুণমণি-গুণ, জ্ঞান- বিদা+মণি, ৰত্ন, গুণৰ ৰ) পৰম গুণৱন্ত Cyta, one possessed of knowledge and good qualities. গুণৱন্ত, বি. (সং, গুণ, গুণী-গুণ, গুণ, জ্ঞান-বিদ্যা+%, যুক্ত) আন- fahiye, virtuous, learned, accom- plished. স. শ. জ্ঞান-বিদ্যাযুক্ত পুৰুষ, one who is virtuous, learned or accomplished. (স্ত্ৰী) গুণৱতী। গুণ-সিন্ধু, স. শ. (সৎ, গুণসিন্ধু, গুণৰ সাগৰ গুণ, গান-বিদ্যা সিন্ধু, সাগৰ) বিদ্যা আৰু জ্ঞানৰ সাগৰ, বিস্তৰ জ্ঞান-বিদ্যাযুক্ত Canto, a highly virtuous and accom- plished person. গুণহী, বি. (সং, গুণহীন, গুণ, জ্ঞান-বিদ্যা। হীন, নথকা) জ্ঞান-বিদা নথকা, (levoid of learning and good qualities. গুণা, স. শ. (সং. গুণ, জৰী; বং. ণা, ধাতুৰ সূতা) ধাতুৰ মিহি বা মোটা জৰী; যেনে, বিলী-ডাকৰ গুণ, ধাতুৰ সূত; যেনে, গুণৰ ফুল; বাদ্য-যন্ত্ৰৰ তাৰ বা ৰী; যেনে, টোকাৰীৰ গুণা, a wire, a silver or goll thrcad, a string of a musical instrument. গুণ টান, গুণা প্ৰস্তুত কৰ, to maks: a wire. গুণাকটা, বি. (আং, গুণ, ধাতুৰ সূতা+কটা, ছেদম-কবা } আঁচলত গুণাৰ ফুল থকা; যেনে, গুণাকটা খণীয়া কাপোেৰ, gold sor silver-bordered, গুণাকটীয়া, স. শ. (অ. গুণ, ঐ + কটীয়া, কাটোতা) সোণৰ বা ৰূপৰ গুণা-কৰোতা, a maker of gold or silver thread. গুণাকৰ, স. শ. (সং. গুণাকৰ, গুণৰ উৎপতি স্থান—গুণ, জ্ঞান-বিদা+ আকব, উৎ পত্তিৰ ঠাই) জ্ঞান-বিদ্যাৰ আধাৰ, বৰ of conta, a highly virtuous or accomplished person. গুণাগখা, স, শ, (অং. গুণ, চিন্তা কৰা + গথা, শ্ৰেণী লগো, চিন্তাৰ শ্ৰেণী কৰা), মনৰ ভাববিলাকৰ শ্ৰেণী কৰণ, চিন্তা কৰা TÝ, the act of arranging the thoughts or revolving in the mind. , গুণাগুণ, স, শ, (সং. গুণাগুণ, গুণ আৰু দোষ - গুণ, জ্ঞান-বিদ্যা+ অগুণ, দোষ, মূৰ্খতা) জ্ঞান-বিদ্যা আৰু মূৰ্খতা, শ্ৰেষ্ঠতা আৰু দোষ, learning and ignorance, virtue and vice, goodness and badness. গুণানুবাদ, স. শ. (সৎ গুণানুৱাদ, প্ৰশৎসা- গুণ, জ্ঞান-বিদ্যা+অনুৱাদ, কথন) কোনো লোকৰ সজ গুণৰ কথন বা প্ৰশংসা কৰণ, recital of one's good qualities, praise. গুপৰা, বি. (অৎ গুণা, ধাতুৰ দূতা+ পৰা,