পৃষ্ঠা:হেমকোষ.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬৩ গুণগ্ৰাহী গুড়, স. শ. (সং, গুড়, এবিধ মিঠা বস্তু গুড়, শব্দ কৰ; কুঁহিয়াৰ শালে শব্দ কৰে, এতেকে) পাগি ঘন কৰা কুঁহিয়াৰৰ ৰস, raw or unrefined sugar. দ. শ. (সং. গুগুক, গুণ্ডিকা; বৎ. গুড়ি, } গুড়া, চূৰ্ণ ) চূৰ্ণ, খুন্দি মিহি কৰা বস্তু, ppowder, গুড়ি-কৰাই, স. শ. ( অং. গুড়ি, চুৰ্ণ + কৰাই, সাহ) ভজা চাউল খুন্দি কৰা মিহি cft, a kind of flour of parched ricc. গুড়ি-চালনী, স. শ, (অং. গুড়ি, চূৰ্ণ +সং, চালনী, গুড়ি-বস্তু-চলা সঁজুলি) চূৰ্ণ কৰা বস্তুৰ মিহি ভাগৰ পৰা মোটা ভাগ পৃথক কৰা সঁজুলি, a fine fieve. গুড়ি-পৰুৱা, স. শ. { অং, গুড়ি, চূৰ্ণ + পৰুৱা, পিপৰা এবিধ গুড়িৰ নিচিনা সৰু পিপৰা, a kind of very small ant. শুডুচী, স. শ. (সং, গুডুচী, এবিধ লতা- গুড়, ৰক্ষা কৰ; দূৰত লাগে, এতেকে) গুণী-লতা, আমৈলতা, a kind of creeper. গুড়গুড়, স, শ, (ব. গুড়গুড়ী, এবিধ ধোৱা খোৱা এবিধ বোেৰা খোৱা যতন, a kind of hooka. গুণ, স. শ. (সং. গুণ, পৰামৰ্শ দি) স্বভাৱ বা ধৰ্ম্ম; যেনে, জুইৰ তপত গুণ; যশস্যা; যেনে, সুজ লোকৰ সকলোৰে গুণ গায়; উপকাৰ; যেনে, গুণ-কৰোতাৰ শলাগ লব; বিদ্যা, জ্ঞান, শ্ৰেষ্ঠতা; যেনে, গাত গুণ থাকিলে আদৰ পোৱা যায়; মানুহৰ ভাল বা বেয়া কৰা মন্ত্ৰ; যেনে, অমুক কোনোৱাই গুণ কৰি বলিয়া কৰিছে; সত্ব, ৰজঃ, তম; যেনে, ঈশ্বৰ তিনিও গুণৰ বাহিৰ; আবোগ্য কৰা শক্তি; যেনে, আসুৰিমীয়া দৰবৰ একো গুণ নাই; দৰবৰ ভাল ফল; যেনে, অপথ্য খালে দবে গুণ নধৰে; লেজু বা জী; যেনে, গুণেৰে টানি নাও চলায়; দুই বা অধিক ভাল জৰী একে লগে পকাই বটা কইৰ প্ৰতি ডাল; যেনে, এই ডাল পঘাত তিনি গুণ আছে; ভাগ, (এই অৰ্থত সদায় এটা সংখ্যা শব্দ আগত বা পাচত থাকে}; যেনে, এgণ গাখীৰত তিনি গুণ পানী, পানী আগকৈ তিনি গুণ বাঢ়িছে; মনৰ শক্তি; যেনে, এবাৰ শুনিয়েই কথা মনত ৰখা গুণ বিৰল।

      • cota, quality, property, fame,

benefit conferred, knowledge, ac- complishment, virtue, charm, in- cantation, one of the three proper- ties of matter, riz, the Satwa (principle of truth), the Raja (tliat of passion), the Tama (that of darkness and ignorance), effect or cfficacy, a rope, a strand of a ropc or string, part, fold, mental power, a low-string গুণ, স, ধ, চিন্তা কৰ, বিবেচনা কৰ; যেনে, কথাটা গুণিছে, to think, to ponder. গুণক, বি. {স গুণকৰ, উপকাৰী-গুণ, উপকাৰ + কৰ, ক) উপকাৰ-কৰা; যেনে, গুণকৰ লোক; শুভফল-দিয়া; যেনে, গুণকৰ ঔষধ, lxeneficial, effica- cious, effectual. গুণগ্ৰাহ, বি. {সং. গুণগ্ৰাহক-গুণ, জ্ঞান বিদ্যা+গ্ৰাহক, লোৱ॥ সজ গুণ বা জ্ঞান- বিদ্যা সম্মান বা পুৰস্কাৰ-কৰা, approv- ing or encouraging virtue, know- ledge or good qualities in another. স, শ, সজ গুণ বা জ্ঞান-বিদ্যা সম্মান বা পুৰস্কাৰ-কৰোতা, one who approves or encourages the above, গুণগ্ৰাহিতা, ও. শ. (সং. গুণগ্ৰাহিতা--গুণ- গ্ৰাহি) সজ গুণ বা জ্ঞান-বিদ্যাক সন্মান বা পুৰস্কাৰ কৰা স্বভাৱ, the habit of quality of enconraging or approv. ing virtuo, knowledge or good qualities in another. গুণগ্ৰাহী, বি. (সৎ গুণগ্ৰাহি, গুণগ্ৰহণ কৰা) সজ গুণ বা জ্ঞান-বিদ্যা সম্মান বা পুৰ-

  1. a-pal, approving or encouraging

virtue, knowledge or good qualities