পৃষ্ঠা:হেমকোষ.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬২ গুটীয়া। ing a clain or charge lcfore a Court. স. শ, গোচৰ কৰ মতা, a corn- plaivant, a plaintiff. (at) eratáti গুচ্য, স, ধা. { অৎ গুচ, দূৰ হ, ইত্যাদি) দূৰ ক; যেনে, জাবৰ গুচাইছে; নষ্ট বা বেয়া কৰ; যেনে, দুষ্ট মানুহে লৰা গুচায়; লোপ বা নথকা কৰ; যেনে, বেজে afery , to remove, to, spoil, to cause to disappear or ccase. 77. স, চাওঁতা, (স্ত্ৰী) গুচাতী। গুছি, স. শ. (সং. গুচ্ছ, আটি ) কুৰি পাত পাণৰ আটি, a bundle of twenty Pan leaves. গুজুৰ, অনুক, সৰুকৈ বা মুখৰ ভিতৰতে কোৱা কথাৰ নিচিনা শব্দ, an imitative Bound used to express that of a low tone of voice. গুজুৰীয়া, বি. (অং. গুজু, অনুক.) সৰুকৈ . মুখৰ ভিতৰতে কোৱ, spoken in a loy tone of voice. ক্ৰি. বি. মুখৰ ভিতৰতে গুজুৰকৈ, 7927, in a low tone of voice. . ৰাটী, বি. গুজৰাট দেশৰ, গুজৰাটত উৎ- Oto Yepy, relating to, or boru or produced in Guzrat. জুনা, স. শ. (যা) জীবিকা, livelihoot. ৰু, , , (সং, গুজ, গুণ গুণ ক) গুণ গুণ শব্দ কব, মোেৰাৰ দৰে মা, to buzz, to lum. ণু, কদ, স, গুণ গুণ কৰণ, the aet of humming . গুটি, উপশ, { অং. গোট, এটা) ক্ষুই বা মৰম-লগা বস্তু বুজাবলৈ সংখ্যা শব্দৰ পাচত ব্যৱহৃত শব্দ; যেনে, ৰাম নাম এই দুটি অক্ষৰ”—শঙ্কৰ, a particle ased to denoto a small and lovely thing. (প্ৰায়ে পদত)। গুটি, স. শ. (সং, গুটিকা, সৰু ঘুৰণীয়া বস্তু) সৰু দূৰণীয়া বস্তু; যেনে, ধেনু-গুটি; ধীজ, গছৰ ফল; যেনে, গছে গুটি ধৰিছে; ফলৰ ভিতৰৰ গোটা টান ভাগ; যেনে, কঠাল গুটি; কোনো কাৰ্যৰ ফল; যেনে, তাৰ পৰিশ্ৰমে গুটি নধৰিলে, a small ball, a sced or fruit, a stone of a fruit, the fruit of one's labour. গুটি, স. শ. (স.. গুটিকা, ফোঁহ) বসন্ত ৰোগ; যেনে, গুটি ওলাইছে, tite small-pox. গুটি-ধান, স. শ. {অং, গুটি, বীজ + ধান, ধান্য ) মৰা ধান, খেৰ-গুচোৱা ধান, thrashed paddy. গুটি-ভঁৰাল, স, শ. (অং, গুটি, মৰাধান। ভঁৰাল, ভণ্ডাৰ) মৰা ধানৰ ভঁৰাল, a gmnary. গুটিমালী, স. শ. ( অং. গুটি, সৰু ঘূৰণীয়া বস্তু+ মালা, জৰীৰে গঁধা ফুল} এবিধ বগ। সুগন্ধি ফুল, তাৰ কলিবিলাক ঘূৰণীয়া, আৰু জৰীৰে গখিলে গুটিৰ মালাৰ নিচিনা হয়; তাৰ গছ, #kinl of fragrant Hower and its shrub. গুটিয়া, স. ধা, { অং. গুটি, ঘুৰণীয়া বস্তু) বাটলু-গুটিৰে আঘাত কৰ; যেনে, ধেনুৰৈ চৰাই গুটিয়াইছে, to strike witlia :lay ball shot from a bow. গুটি-শস্থ, স. শু. (অং. গুটি, বীজ+শস্য, খেতিৰ উৎপন্ন ) খেতিৰ পৰা উৎপন্ন সৰু সৰু গুটি; যেনে, ধান, মাহ, সৰিয়হ, Surtfu, graiu. গুটি-শা, স. শ. { অং. গুটি, বসন্ত-ৰোগ + সচ, চিন } বসন্তৰ যাৰ চিন, a small pox mark. . গুটীয়া, বি. { অং গুটি, ফলৰ বীজ) বহুত গুটি থকা; যেনে, গুটীয়া কলা; গুটিৰ নিচিনা, (এই ভাবত এটা সংজ্ঞা-শব্দৰ পাচত থাকে}; যেনে, কপাহ-গুটীয়া, full of stones, as a fruit, like a seed. গুটীয়া, বি. (অং. গোট, এটা) অকলশৰীয়া, এটীয়া, লগ নথকা; যেনে, গুটীয়া বামুণ, single, alone, solitary,