পৃষ্ঠা:হেমকোষ.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গিৰিশ গুচৰীয়া sound used to express that emitted by many persons striking the ground with their feet together. গিৰিশ, স. শ. (সং. গিৰিশ-গিৰি, পৰ্বত {কৈলাস)+ শী, শয়ন ক; তেওঁ কৈলাস শয়ন কৰে, কি থাকে, এতেকে) মহাদেৱ, fora, a name of Shiva. গিৰিশৃঙ্গ, স, শ. (সং. গিৰিশৃঙ্গ-গিৰি, পৰ্বত শৃঙ্গ, টিং) পৰ্বতৰ টিং, পৰ্বতৰ নিচেই ওখ ভাগ, a mountain peak. গিৰি, অনুক.কোনো বস্তু পৰিলে হোৱা শব্দ, fifes, an imitative sound used to express that of something falling. গিৰিসাই, ক্ৰি. বি. বেগাই, শীঘ্ৰে, গিৰি কৰে, imniediately, quickly, গিৰিহ, ন. শ. (সং. গৃহস্থ, গৰাকী অধিকাৰ, গৰাকী; স্বামী, পতি, ২ mastur, an owner, a lusband. (7) গিৰিহনী। গিৰী, স. শ. (সং. গৃহী, গৃহস্থ ) গৃহস্থ মানুহ, গৰাকী; যেনে, গিৰী-নথকা গৰু; পতি, atsit : householder, an owner, a husband. গিৰীশ, স. শ. (সং. গিৰীশ, পৰ্বতৰ কৈলাশৰ অধিকাৰ-গিৰি, পৰ্বত+ ঈশ, গৰাকী) শিৱ, মহাদেৱ, a name of Shiya. গিৰ্গিৰ, অনুক, মেধৰ নিচিনা উচ্চ শব্দ, an imitative soumi vsod to express that of thunder. গিৰ্গিৰণি, কুদ, স, মেঘৰ নিচিনা শব্দ, shafat, a rumbling sound of thunder. গিৰ্গিৰা, অ. ধ. (অং. গিগিৰ, অনুক.) মেঘৰ দৰে শব্দ কৰু, গাজ; যেনে, মোধে fsiftat, to make a loud noise as thunder, to thunder. গিৰ্জনি, স. শ. (সৎ, গৰ্জন, উচ্চ শব্দ) অনেক মানুহে একে লগে হহৰ শব্দ, অনেক মানুহৰ হাই, the sound of many poople laughing together; the noise made by a crowd. গিৰ্জনি মা, অনেকে একে লগে ঘঁহ বা হাই কৰ, to laugh out or make a noise in a body. গিৰ্জা, স. শ. (পটু: এগ্ৰো; হিং, বং, গিৰ্জা, ভজনালয়) খ্ৰীষ্টীয়ানবিলাকৰ ঈশ্বৰ আৰা- ধনাৰ ঘৰ; খ্ৰীষ্ট-ধৰ্ম্মৰ মতে ঈশ্ববৰ উপা- al, a Christian Church or Clapel. গিল, স, ধ- {সং. গু, ভক্ষণ ক) মুখে দি পেটলৈ ভৰ, ভক্ষণ কৰ, to swallow, গিলিত, কদ, বি. (সং. গিলিত, গিলা - ঐ) ভক্ষিত, গিলা, swallowed. গিলিপ, স. শ. ( যা. গিলাফ ) আচ্ছাদন, ঢাকনী, কাপোৰ বা ছালৰ মোট; যেনে, 1994 fofas, a case or cover of skin or cloth. গিলিপ মাৰ, গোটই ঢাকৃ, to cover up, গীত, স, শ, (সং. গীত-গৈ, গান কৰ) গান, সুৰ লগাই গোৱা পদ্য, a song, a lıymn. উই, স. শ. {সং. গোধিকা, এবিধ অঙ্ক) জেঠী জাতিৰ এবিধ জন্তু, atn ignana. ফলি, স. শ. (আং. গোঁফ, ওপৰ ওঁঠৰ। নোম; তাৰ নিচিনা, এতেকে) ঘোষাৰ 5714ad cat, a liorke's manc. ওফীয়া, বি. (অং. গোফ, ওপব উঠব নোম) গোঁফ-থকা, গোঁফাল, mustaclict. গুগুল, স. শ. (সং. ওগুলজ, বোগ + গুডু, সুগন্ধি ক, বোগৰ দৰবত লাগে, এতেকে) এবিধ সুগন্ধি আঠা, a kind of fragrant gum. গুচ, অ. . (বং ঘুচান, দূৰ কৰণ ) ধূম হ; যেনে, তই ইয়াব পৰা গুচ; নষ্ট হ, বেয়। হ; যেনে, লৰাটো চিল; লোপ পা, নথকা হ; যেনে, ইয়াৰ পৰা অহনী। গুচিছে, তাৰ জৰ গুচিছে, to be off, to be spoileu, to disappear or cease. গুচ, কদ. স. দূৰ বা নষ্ট হোৱা কাৰ্য, the act of being off, or spoiled, or of disappearing . গুচৰীয়া, বি. (অ. গোচৰ, বিচাৰৰ প্ৰাৰ্থনা) গোচৰ-কৰা, বিচাৰৰ প্ৰাৰ্থনা কৰা, bring-