পৃষ্ঠা:হেমকোষ.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ-উঠা গাঁথ এতেকে তিখোতা+ মুখ, বদন) তিৰোতাৰ নিচিনা মুখযুক্ত, ডাঢ়ি-গোঁফ নথকা, beardless. গা-উঠা, বি. (অং. গা, শৰীৰ +উঠা, দাং খোৱা) মন-বঢ়া, অধিকাৰ বা আইনলৈ ভয়-নকৰ, firclizid, rashi, গাওনি, স. শ. (বং গাউনি, গানৰ বেচ। গীত-গোৱাৰ বেচ, wages for singing. গাওঁ, স. শ. (সং. গ্ৰাম; হিং. গাঁৱ, মানুহৰ বসতি) গ্ৰাম, চহৰ, নগৰত বাজে মানুহৰ আন বসতি, a village, গাওঁতা, স. শ. { অং, গা, গান কৰ) গীত- গোৱা মানুহ, জাত লগাই পুথি-পটোতা

  1. singer,

গাওঁ-পৰীয়া, বি. গালীয়া, গাত থকা, living in a village, rural. গাওঁবুঢ়া, স, শ, (অং. গাওঁ + বুঢ়, বৃদ্ধ } গাৰ প্ৰধান মানুহ, এজন গাৱঁৰ বিষয়া, a village eller, a village ofbeer. গাশালিকা, স, শ. {বং গাৎ, নৈ+ শালিকা, এবিধ চৰাই। নৈৰ গৰাত গাত কৰি বাহ-লোৱা এবিধ চৰাই, a kind of Vird. গাজা, স, শ, (হি. গাঞ্জ', বং, গাঁজা, ভাং- 516) Pa, Gauja, the Indiau hemp. গাঁঠলু, স. শ. ( অং. গঠি, গছৰ ডাল ওলোৱা টান ঠাই। গাঁঠিৰ দৰে টান চুটি আৰু 978, short, thick-sct and stout. গাঁঠি, স, শ, (সং. অস্থি, বান্ধ, জোৰা) জৰীৰে দিয়া বা; কাপোৰৰ আগত বৃদ্ধা টোপোলা, কথাৰ বন্ধ অৰ্থাৎ বেগীতে নিষ্পত্তি কৰিব নোৱৰা কথা; অৰ জোৰা; যেনে, আঁই কিলাকুটি আদি; বাহ আদিৰ পাবৰ জোৰা, গছৰ গাত ভাল ওলোৱাৰ নিমিত্তে হোৱা টান উঠঙ্গা, a tie or fasteniny, a knotty ques- tion, a joint in the stem of a plant or a limb of the body, a protu- berance occasioned by the onth growth of a branch. গঠি-কটা, স. শ. (অৎ, গাঁঠি, কাপোত বন্ধা টোপোলা+কটা, ছেদন কৰা) গাৰ কাপোৰৰ গাঁঠি মেলি চুৰ কৰোতা; এতেকে চোলাব মোনাৰ পৰা ধন-নিয়া 6542, a cut-purse, a pick-pocket. গাঁঠিয়, স. শ. বহুত গাঁঠিযুক্ত এবিধ সুগন্ধি fototy, a fragrant root brought by the Mishinis. গাড়, } স, শ. (সং. গণ্ড, খহু) ডাঙ্গৰ খহু, spyd, a boil. গাড়ু, স. শ. (সং. গণু, উপাধান) শোওতে গৰু, মূৰ থোৱা বস্তু, is pillow, a bolster, স. *. (অ. গাড়ু, ঐ + চক, গৰু-চক্‌, ঘূৰণীয়া বস্তু) গাডুৰ মূৰত লগোৱা গুণাৰ নকৰা কাপোৰ, the t'mbroidered end of a holster. গা, স. শ. (সং. গৰ্ভ, খাল) মাটিৰ খেৰ, দ খাল, মাটি গুচাই দ-কৰা ঠাই, a hole in the carth, a pit. গাঁতি, স. শ. {সং, গাত্ৰ, শৰীৰ গাত মেৰাই লোৱা কাপোৰৰ বান্ধ; যেনে, গতি মাৰি কাপোৰ লোৱা; গাত মেৰাই বান্ধি লোৱা কাপোৰ, the knot male by tying the two ends of a cloth wrapped round the body, wrapred and fastenel round the body. . গতিয়াল, স. শ. নিৰ্জন ঠাইৰ গতিয়াল-ডাঙ্গৰীয়া, ভাঙ্গৰ গছত থকা এটা the name of an evil spirit. গতি-শলা, স, শ, (অ. গতি, গাত মেৰে কাপোৰ+শলা, জোঙ্গা কাঠী) ইংৰাজী তিৰোতাবিলাকে পিন্ধা কাপোত যা বেজীৰ নিচিনা পিতলৰ শলা, a pin, গাথ, স, ধা. {সং, গ্ৰস্থ, বান্ধি একে লগ ক) ফুল আদিক শ্ৰেণী লগাই জৰীৰে একে লগে বান্ধ বা সি; যেনে, মলীয়াই মালা গাঁথে; কঁৰালেৰে ইটা আদি জোৰা; যেনে, পকা বাৰ গাঁথিছে, to arrange and string together, , as flowers, &c., to cement together, a clotla }